ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Internet service : CJPৰ প্ৰতিবাদৰ মাজতে মেট্ৰ’, ৰে’ল আৰু ইণ্টাৰনেট সেৱা স্বাভাৱিক ৰখাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্কঃ

News Desk by News Desk
October 11, 2026
Reading Time: 1 min read
A A
0
Internet service : CJPৰ প্ৰতিবাদৰ মাজতে মেট্ৰ’, ৰে’ল আৰু ইণ্টাৰনেট সেৱা স্বাভাৱিক ৰখাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

RELATED POSTS

Hormuz ship attack : হৰমুজত ভাৰতীয় নাৱিক কঢ়িয়াই নিয়া জাহাজত আক্ৰমণৰ ঘটনাক ভাৰতৰ গৰিহণা

Metro murder : মেট্ৰ’ৰ আসনক লৈ কাজিয়াত যাত্ৰীৰ মৃত্যু, দিল্লীত গ্ৰেপ্তাৰ পুত্ৰসহ প্ৰাক্তন আইএএছ বিষয়া

CEC row : উচ্চতম ন্যায়ালয়ক ৰাজনীতিৰ মাজলৈ টানি অনা উচিত নহয়, মুখ্য ন্যায়াধীশ

New Logo Smal 2 | ASSAM TIMES POST

দিল্লীত CJPৰ প্ৰতিবাদৰ মাজতে মেট্ৰ’, ৰে’ল আৰু ইণ্টাৰনেট সেৱা (Internet service) স্বাভাৱিক ৰখাৰ নিৰ্দেশ (Instructions to stay natural) দিছে উচ্চতম ন্যায়ালয়ে (Supreme Court)। নাগৰিকৰ চলাচল আৰু শান্তিপূৰ্ণ সমাৱেশৰ ওপৰত আৰোপ কৰা বাধা আইনসন্মত হ’ব লাগিব বুলিও আদালতে স্পষ্ট কৰিছে।

দিল্লীত চলাচল আৰু প্ৰতিবাদৰ অধিকাৰৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ শুনানিত দেওবাৰে আদালতে এই নিৰ্দেশ দিয়ে। মেট্ৰ’ আৰু ৰে’ল সেৱা স্বাভাৱিকভাৱে চলাই ৰাখিবলৈ কোৱাৰ লগতে জনশৃংখলাৰ বিঘিনি বিবেচনা কৰি প্ৰয়োজনীয় আইনসন্মত নিয়ন্ত্ৰণ আৰোপৰ সুযোগো ৰাখিছে আদালতে।

internet | ASSAM TIMES POST
CJPৰ প্ৰতিবাদৰ মাজতে মেট্ৰ’, ৰে’ল আৰু ইণ্টাৰনেট সেৱা স্বাভাৱিক ৰখাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ইণ্টাৰনেট সেৱা অব্যাহত ৰখাৰ নিৰ্দেশৰ ক্ষেত্ৰতো আদালতে স্পষ্ট কৰিছে যে তথ্যপ্ৰযুক্তি আইনৰ অধীনত থকা ক্ষমতা এই নিৰ্দেশে কাঢ়ি লোৱা নাই। অৰ্থাৎ, মেট্ৰ’ বা ইণ্টাৰনেটৰ ওপৰত সকলো পৰিস্থিতিতে নিষেধাজ্ঞা আৰোপ কৰিব নোৱাৰিব বুলি আদালতে সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা নাই।

আদালতে লগতে কয় যে আইনী প্ৰক্ৰিয়া অবিহনে কাকো আটক কৰিব নোৱাৰিব। বিশেষকৈ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা বলৱৎ নথকা অঞ্চলত শান্তিপূৰ্ণভাৱে সমৱেত হোৱা নিৰস্ত্ৰ লোকৰ ক্ষেত্ৰত এই নিৰ্দেশ প্ৰযোজ্য। যান-বাহনৰ নিয়ম সাপেক্ষে নাগৰিকৰ চলাচল নিশ্চিত কৰিবলৈ আৰু বেৰিকেডৰ প্ৰয়োজনীয়তা অবিলম্বে পুনৰীক্ষণ কৰিবলৈও কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: CJPProtestInternetservice
Share4Tweet3Send

Related Posts

Hormuz ship attack : হৰমুজত ভাৰতীয় নাৱিক কঢ়িয়াই নিয়া জাহাজত আক্ৰমণৰ ঘটনাক ভাৰতৰ গৰিহণা
National-International

by News Desk
October 12, 2026
50
Metro murder : মেট্ৰ’ৰ আসনক লৈ কাজিয়াত যাত্ৰীৰ মৃত্যু, দিল্লীত গ্ৰেপ্তাৰ পুত্ৰসহ প্ৰাক্তন আইএএছ বিষয়া
National-International

Metro murder : মেট্ৰ’ৰ আসনক লৈ কাজিয়াত যাত্ৰীৰ মৃত্যু, দিল্লীত গ্ৰেপ্তাৰ পুত্ৰসহ প্ৰাক্তন আইএএছ বিষয়া

by News Desk
October 12, 2026
50
CEC row : উচ্চতম ন্যায়ালয়ক ৰাজনীতিৰ মাজলৈ টানি অনা উচিত নহয়, মুখ্য ন্যায়াধীশ
National-International

CEC row : উচ্চতম ন্যায়ালয়ক ৰাজনীতিৰ মাজলৈ টানি অনা উচিত নহয়, মুখ্য ন্যায়াধীশ

by News Desk
October 12, 2026
50
Election commission of India : বিতৰ্কৰ মাজতে নতুন উপ-নিৰ্বাচন আয়ুক্ত নিযুক্তি, কোন এইগৰাকী প্ৰকাশ ৰাজপুৰোহিত?

UP congress conflict : নতুন সভাপতিয়ে দায়িত্ব লোৱাৰ পূৰ্বে উত্তৰ প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত সংঘৰ্ষ

CEC row : জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত বিৰোধী নেতাক সাক্ষাৎ কৰিব নিদিয়াৰ দেশৰ মুখ্য ন্যায়াধীশৰ চাৰিটা যুক্তি

ADVERTISEMENT
Hormuz ship attack : হৰমুজত ভাৰতীয় নাৱিক কঢ়িয়াই নিয়া জাহাজত আক্ৰমণৰ ঘটনাক ভাৰতৰ গৰিহণা
National-International

Hormuz ship attack : হৰমুজত ভাৰতীয় নাৱিক কঢ়িয়াই নিয়া জাহাজত আক্ৰমণৰ ঘটনাক ভাৰতৰ গৰিহণা

October 12, 2026
50
Metro murder : মেট্ৰ’ৰ আসনক লৈ কাজিয়াত যাত্ৰীৰ মৃত্যু, দিল্লীত গ্ৰেপ্তাৰ পুত্ৰসহ প্ৰাক্তন আইএএছ বিষয়া
National-International

Metro murder : মেট্ৰ’ৰ আসনক লৈ কাজিয়াত যাত্ৰীৰ মৃত্যু, দিল্লীত গ্ৰেপ্তাৰ পুত্ৰসহ প্ৰাক্তন আইএএছ বিষয়া

October 12, 2026
50
CEC row : উচ্চতম ন্যায়ালয়ক ৰাজনীতিৰ মাজলৈ টানি অনা উচিত নহয়, মুখ্য ন্যায়াধীশ
National-International

CEC row : উচ্চতম ন্যায়ালয়ক ৰাজনীতিৰ মাজলৈ টানি অনা উচিত নহয়, মুখ্য ন্যায়াধীশ

October 12, 2026
50
Heroin Seized : বঙালমৰাত ড্ৰাগছবিৰোধী অভিযান : সন্দেহযুক্ত হেৰ’ইনসহ পাঁচজনক আটক
Assam

Heroin Seized : বঙালমৰাত ড্ৰাগছবিৰোধী অভিযান : সন্দেহযুক্ত হেৰ’ইনসহ পাঁচজনক আটক

October 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Hormuz ship attack : হৰমুজত ভাৰতীয় নাৱিক কঢ়িয়াই নিয়া জাহাজত আক্ৰমণৰ ঘটনাক ভাৰতৰ গৰিহণা

Hormuz ship attack : হৰমুজত ভাৰতীয় নাৱিক কঢ়িয়াই নিয়া জাহাজত আক্ৰমণৰ ঘটনাক ভাৰতৰ গৰিহণা

October 12, 2026
Metro murder : মেট্ৰ’ৰ আসনক লৈ কাজিয়াত যাত্ৰীৰ মৃত্যু, দিল্লীত গ্ৰেপ্তাৰ পুত্ৰসহ প্ৰাক্তন আইএএছ বিষয়া

Metro murder : মেট্ৰ’ৰ আসনক লৈ কাজিয়াত যাত্ৰীৰ মৃত্যু, দিল্লীত গ্ৰেপ্তাৰ পুত্ৰসহ প্ৰাক্তন আইএএছ বিষয়া

October 12, 2026
CEC row : উচ্চতম ন্যায়ালয়ক ৰাজনীতিৰ মাজলৈ টানি অনা উচিত নহয়, মুখ্য ন্যায়াধীশ

CEC row : উচ্চতম ন্যায়ালয়ক ৰাজনীতিৰ মাজলৈ টানি অনা উচিত নহয়, মুখ্য ন্যায়াধীশ

October 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d