ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
October 3, 2026
Reading Time: 1 min read
A A
0
JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

RELATED POSTS

Rahul Gandhi : মোদীৰ বিৰুদ্ধে কৰা মানহানিকাৰক মন্তব্য গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সাময়িক সকাহ ৰাহুল গান্ধীৰ 

Delhi protest : আৰক্ষীৰ গাড়ীত মাৰপিট, যৌনাংগত গোৰ, কাঢ়ি লৈ যোৱা হ’ল ফোন; দিল্লীৰ মহিলা প্ৰতিবাদকাৰীৰ অভিযোগ

Jharkhand double murder : পূজা কৰিবলৈ তান্ত্ৰিক মাতি শুই থকা দুই ভগ্নীক কুঠাৰেৰে হত্যা

New Logo Smal 2 | ASSAM TIMES POST

নিশাৰ আন্ধাৰত পাক অধিকৃত কাশ্মীৰৰ পৰা জম্মু-কাশ্মীৰৰ ৰাজৌৰীত (Rajouri of Jammu and Kashmir) কাঁইটীয়া তাঁৰৰ বেৰ (Barbed wire fence) পাৰ হৈ আহে এগৰাকী ১৭ বছৰীয়া কিশোৰী (17-year-old girl)। টহল দি থকা সেনা জোৱানে তেওঁক আটক কৰে। পিছত তেওঁক আৰক্ষীৰ হাতত গতাই দিয়া হয়।

জম্মু-কাশ্মীৰ আৰক্ষীয়ে জনোৱা মতে, পাক অধিকৃত কাশ্মীৰৰ কোটলি জিলাৰ খুৰেটা গাঁৱৰ বাসিন্দা কিশোৰীগৰাকী। আৰক্ষীৰ জেৰাৰ সময়ত শুকুৰবাৰে নিশা নিয়ন্ত্ৰণৰেখা পাৰ হৈ জম্মু-কাশ্মীৰত প্ৰৱেশ কৰা বুলি জানিবলৈ দিয়ে।

kashmir | ASSAM TIMES POST
নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

এজন আৰক্ষী বিষয়াই কয়, “এইটো সঁচাকৈয়ে অনাকাংক্ষিতভাৱে সীমান্ত পাৰ হোৱাৰ ঘটনা আছিল নে তেওঁ ভাৰতীয় ভূখণ্ডত অনুপ্ৰৱেশ কৰাৰ আঁৰত কোনো অসৎ উদ্দেশ্য আছিল তাৰ তদন্ত কৰি আছে।”

সেনা সূত্ৰৰ পৰা জানিব পৰা মতে, শুকুৰবাৰে নিশা ৰাজৌৰী জিলাৰ নৌশ্বেৰাৰ লাম ছেক্টৰৰ নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰৰ বেৰৰ সমীপত সন্দেহজনকভাৱে ঘূৰি ফুৰিছিল কিশোৰীগৰাকী। বিষয়টো সেনাৰ টহলদাৰী দলৰ দৃষ্টিগোচৰ হোৱাৰ পিছতে তেওঁক আটক কৰি ৰখা হয়। ঘটনাস্থলীত প্ৰাৰম্ভিক জেৰাৰ সময়ত তেওঁৰ নাম ছমিয়া আজিম বুলি জানিব পৰা গৈছে। পিছত তেওঁক আৰক্ষীৰ হাতত গতাই দিয়া হয়। ঘটনাৰ পিছতে ৰাজৌৰীৰ নিয়ন্ত্ৰণৰেখাত সেনাই চোৰাংচোৱাগিৰি বৃদ্ধি কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: JKInfiltratorarrested
Share4Tweet3Send

Related Posts

Rahul Gandhi : মোদীৰ বিৰুদ্ধে কৰা মানহানিকাৰক মন্তব্য গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সাময়িক সকাহ ৰাহুল গান্ধীৰ 
National-International

by News Desk
October 13, 2026
50
Delhi protest : আৰক্ষীৰ গাড়ীত মাৰপিট, যৌনাংগত গোৰ, কাঢ়ি লৈ যোৱা হ’ল ফোন; দিল্লীৰ মহিলা প্ৰতিবাদকাৰীৰ অভিযোগ
National-International

Delhi protest : আৰক্ষীৰ গাড়ীত মাৰপিট, যৌনাংগত গোৰ, কাঢ়ি লৈ যোৱা হ’ল ফোন; দিল্লীৰ মহিলা প্ৰতিবাদকাৰীৰ অভিযোগ

by News Desk
October 13, 2026
50
Jharkhand double murder : পূজা কৰিবলৈ তান্ত্ৰিক মাতি শুই থকা দুই ভগ্নীক কুঠাৰেৰে হত্যা
National-International

Jharkhand double murder : পূজা কৰিবলৈ তান্ত্ৰিক মাতি শুই থকা দুই ভগ্নীক কুঠাৰেৰে হত্যা

by News Desk
October 13, 2026
50
India proverty : উন্নত দেশৰ দুখীয়া মানুহে ভাৰতৰ ধনী মানুহতকৈ বেছি উপাৰ্জন কৰে, বিশ্ব বেংকৰ প্ৰতিবেদনত প্ৰকাশ
National-International

India proverty : উন্নত দেশৰ দুখীয়া মানুহে ভাৰতৰ ধনী মানুহতকৈ বেছি উপাৰ্জন কৰে, বিশ্ব বেংকৰ প্ৰতিবেদনত প্ৰকাশ

by News Desk
October 13, 2026
51
Delhi pollution : দীপাৱলীৰ আতচবাজীত ধৰ্মীয় আৱেগ আৰু জনস্বাস্থ্যৰ মাজত ভাৰসাম্য ৰক্ষাৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
National-International

Delhi pollution : দীপাৱলীৰ আতচবাজীত ধৰ্মীয় আৱেগ আৰু জনস্বাস্থ্যৰ মাজত ভাৰসাম্য ৰক্ষাৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

by News Desk
October 13, 2026
51
New Governors appointed : জ্ঞানেশকাণ্ডৰ বিক্ষোভৰ মাজতে ৬ ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি কেন্দ্ৰৰ
National-International

New Governors appointed : জ্ঞানেশকাণ্ডৰ বিক্ষোভৰ মাজতে ৬ ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি কেন্দ্ৰৰ

by News Desk
October 13, 2026
51
ADVERTISEMENT
Rahul Gandhi : মোদীৰ বিৰুদ্ধে কৰা মানহানিকাৰক মন্তব্য গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সাময়িক সকাহ ৰাহুল গান্ধীৰ 
National-International

Rahul Gandhi : মোদীৰ বিৰুদ্ধে কৰা মানহানিকাৰক মন্তব্য গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সাময়িক সকাহ ৰাহুল গান্ধীৰ 

October 13, 2026
50
Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান
KARBI ANGLONG

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা
KARBI ANGLONG

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

October 13, 2026
50
Delhi protest : আৰক্ষীৰ গাড়ীত মাৰপিট, যৌনাংগত গোৰ, কাঢ়ি লৈ যোৱা হ’ল ফোন; দিল্লীৰ মহিলা প্ৰতিবাদকাৰীৰ অভিযোগ
National-International

Delhi protest : আৰক্ষীৰ গাড়ীত মাৰপিট, যৌনাংগত গোৰ, কাঢ়ি লৈ যোৱা হ’ল ফোন; দিল্লীৰ মহিলা প্ৰতিবাদকাৰীৰ অভিযোগ

October 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rahul Gandhi : মোদীৰ বিৰুদ্ধে কৰা মানহানিকাৰক মন্তব্য গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সাময়িক সকাহ ৰাহুল গান্ধীৰ 

Rahul Gandhi : মোদীৰ বিৰুদ্ধে কৰা মানহানিকাৰক মন্তব্য গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সাময়িক সকাহ ৰাহুল গান্ধীৰ 

October 13, 2026
Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

October 13, 2026
Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

October 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d