ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Tarun Tejpal case : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ তৰুণ তেজপালৰ

নিউজ ডেস্কঃ

News Desk by News Desk
September 14, 2026
Reading Time: 1 min read
A A
0
Tarun Tejpal case : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ তৰুণ তেজপালৰ

RELATED POSTS

PM Modi : ব্ৰিকছৰ অন্তিম দিনটোত সাতখন দেশৰ সৈতে দ্বিপাক্ষিক বৈঠক মোদীৰ, নৈশ ভোজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ

Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ

অৱশেষত আত্মসমৰ্পণ কৰিলে তৰুণ তেজপালে। সোমবাৰে পুৱা গোৱাৰ মাপুছা আদালতত আত্মসমৰ্পণ কৰে ‘তেহেলকা’ৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন সম্পাদকগৰাকীয়ে। শেহতীয়াকৈ ২০১৩ চনত ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত হৈছিল তেওঁক। ইতিমধ্যে উচ্চতম ন্যায়ালয়ে তেওঁক আত্মসমৰ্পণৰ নিৰ্দেশ দিছিল। সোমবাৰে পুৱা আদালতলৈ গৈ তেওঁ আত্মসমৰ্পণ কৰে। তেজপালৰ বিৰুদ্ধে ২০১৩ চনত গোৱাৰ এখন ফাইভ ষ্টাৰ হোটেলৰ লিফটত সহকৰ্মীক ধৰ্ষণ কৰাৰ অভিযোগ।

প্ৰথমে এই গোচৰটো গোৱাৰ আদালতত চলি আছিল। ২০২১ চনত নিম্ন আদালতে তেওঁক দোষমুক্ত কৰে। পিছত এই গোচৰটো বোম্বাই উচ্চ ন্যায়ালয়লৈ যায়। যোৱা আগষ্ট মাহত উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে তৰুণ তেজপালক ধৰ্ষণ গোচৰত দোষী সাব্যস্ত কৰাৰ লগতে তেওঁক ১০ বছৰৰ কঠোৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়া হয়। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়লৈ গৈছিল ‘তেহেলকা’ৰ প্ৰতিষ্ঠাপকগৰাকী।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ তৰুণ তেজপালৰ

উচ্চতম ন্যায়ালয়ে ২৫ আগষ্টত নিৰ্দেশ দিছিল যে তেজপালে তিনি সপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিব লাগিব। যদিহে ২১ ছেপ্টেম্বৰৰ ভিতৰত সংশ্লিষ্ট নথি-পত্ৰ দাখিল কৰা হয় তেন্তে ২২ ছেপ্টেম্বৰত আদালতে তেওঁৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব। তেজপালে ১৩ বছৰ পূৰ্বে গোৱাৰ হোটেলখনৰ লিফটত সেই সময়ত ‘তেহেলকা’ত কৰ্মৰত এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। সেই ঘটনাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু হৈছিল।

২০১৪ চনত গোৱা অপৰাধ দমন শাখাই প্ৰায় ৩০০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছিল। সেই বছৰৰ জুলাই মাহত তেজপালে উচ্চতম ন্যায়ালয়ত আবেদন কৰি জামিন লাভ কৰে। পিছত ২০১৭ চনত তেওঁৰ বিৰুদ্ধে ধৰ্ষণ, যৌন নিৰ্যাতন আৰু অনৈতিক কাৰ্যকলাপৰ অভিযোগত সত্ৰ আদালতত অভিযোগ উত্থাপন কৰা হয়। ২০১৯ চনত উচ্চতম ন্যায়ালয়ে তেজপালৰ বিৰুদ্ধে থকা ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ অভিযোগ বাতিল কৰাৰ আবেদন নাকচ কৰি বিচাৰ অব্যাহত ৰখাৰ নিৰ্দেশ দিয়ে। ২০২১ চনত গোৱা সত্ৰ আদালতে তেজপালক সকলো অভিযোগৰ পৰা মুক্ত কৰে। যোৱা মাহত বম্বে উচ্চ ন্যায়ালয়ে সেই ৰায় বাতিল কৰি তেজপালক দোষী সাব্যস্ত কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: TarunTejpalcase
Share4Tweet3Send

Related Posts

PM Modi : ব্ৰিকছৰ অন্তিম দিনটোত সাতখন দেশৰ সৈতে দ্বিপাক্ষিক বৈঠক মোদীৰ, নৈশ ভোজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ
National-International

by News Desk
September 14, 2026
50
Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ
National-International

Rahul Gandhi : ব্ৰিকছ সন্মিলনক লৈ আমিষ-নিৰামিষৰ ৰাজনীতি, কংগ্ৰেছে ৰাজনীতিকৰণ কৰাৰ অভিযোগ ৰিজিজুৰ

by News Desk
September 14, 2026
50
Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ
National-International

Woman killed husband : সেৱা কৰি কৰি অতিষ্ঠ হৈ প্ৰেমিকৰ বুদ্ধিত শয্যাশায়ী স্বামীক হত্যা, পত্নী, শাহুসহ ৩ জনক গ্ৰেপ্তাৰ

by News Desk
September 14, 2026
50
UCC : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিশাসিত সকলো ৰাজ্যতে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড, ঘোষণা অমিত শ্বাহৰ
National-International

UCC : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিশাসিত সকলো ৰাজ্যতে কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড, ঘোষণা অমিত শ্বাহৰ

by News Desk
September 14, 2026
50
BRICS India 2026 : শুল্কৰ পৰা যুদ্ধলৈকে ট্ৰাম্পৰ নীতিৰ ওপৰত দৃঢ় স্থিতি ব্ৰিকছৰ, বিৰল খনিজ সন্দৰ্ভত জিনপিঙলৈ মোদীৰ বাৰ্তা
National-International

BRICS India 2026 : শুল্কৰ পৰা যুদ্ধলৈকে ট্ৰাম্পৰ নীতিৰ ওপৰত দৃঢ় স্থিতি ব্ৰিকছৰ, বিৰল খনিজ সন্দৰ্ভত জিনপিঙলৈ মোদীৰ বাৰ্তা

by News Desk
September 14, 2026
50
JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত
National-International

JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত

by News Desk
September 12, 2026
51
ADVERTISEMENT
Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ
Guwahati

Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ

September 14, 2026
50
PM Modi : ব্ৰিকছৰ অন্তিম দিনটোত সাতখন দেশৰ সৈতে দ্বিপাক্ষিক বৈঠক মোদীৰ, নৈশ ভোজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ
National-International

PM Modi : ব্ৰিকছৰ অন্তিম দিনটোত সাতখন দেশৰ সৈতে দ্বিপাক্ষিক বৈঠক মোদীৰ, নৈশ ভোজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

September 14, 2026
50
Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও
NORTHEAST

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

September 14, 2026
50
Tarun Tejpal case : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ তৰুণ তেজপালৰ
National-International

Tarun Tejpal case : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ তৰুণ তেজপালৰ

September 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ

Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ

September 14, 2026
PM Modi : ব্ৰিকছৰ অন্তিম দিনটোত সাতখন দেশৰ সৈতে দ্বিপাক্ষিক বৈঠক মোদীৰ, নৈশ ভোজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

PM Modi : ব্ৰিকছৰ অন্তিম দিনটোত সাতখন দেশৰ সৈতে দ্বিপাক্ষিক বৈঠক মোদীৰ, নৈশ ভোজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

September 14, 2026
Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

September 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d