ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন

নিউজ ডেস্কঃ

News Desk by News Desk
September 10, 2026
Reading Time: 1 min read
A A
0
Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন

RELATED POSTS

ৰিয়া হত্যাকাণ্ডৰ নতুন মোৰ : হত্যাৰ পাছত দুবাৰকৈ সুৰা কিনিবলৈ ওলাই গৈছিল ৰামানুজ!

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

ৰিয়া হত্যাকাণ্ড : নিচাই কাঢ়ি নিলে নেকি ২৫ বছৰীয়া যুৱতীৰ প্ৰাণ?

New Logo Smal | ASSAM TIMES POST

আন্তৰাষ্ট্ৰীয় ক্ৰীড়াৰ ক্ষেত্ৰত অসম তথা গুৱাহাটীৰ আন এক বিশেষ সংযোজন। এইবাৰ গুৱাহাটীত অনুষ্ঠিত হ’ব আন্তৰাষ্ট্ৰীয় মাৰাথন। এই মাৰাথন আয়োজনত বিশেষভাৱে নেতৃত্ব লৈছে ভাৰতৰ কিংবদন্তি ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে। অহা বছৰ ৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব এই মেগা ক্ৰীড়া অনুষ্ঠান। বৃহপতিবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। লগতে এই মাৰাথনৰ বাবে ডিজাইন কৰা শুভংকৰ উন্মোচন কৰা হয়।

সামাজিক মাধ্যমযোগে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “আমাৰ শৈশৱ আৰু যৌৱনত সুনীল গাভাস্কাৰ আছিল সকলোৰে মন ৰোমাঞ্চিত কৰা নাম। অনন্য ক্রিকেট শৈলীৰে অর্জন কৰা জনপ্রিয়তাই চুইছিল আকাশলংঘী উচ্চতা। মহান ভাৰতীয় ক্রীড়াবিদগৰাকীৰ সৈতে অলপতে হোৱা সাক্ষাতত তেখেতে গুৱাহাটীত এখন আন্তঃৰাষ্ট্ৰীয় মাৰাথন আয়োজনৰ এক বিশেষ প্ৰস্তাৱ আগবঢ়াইছিল। আজি সঁচাকৈয়ে আনন্দিত আৰু গৌৰৱান্বিত যে সেই প্ৰস্তাৱ বাস্তৱায়নৰ দিশত আমি আৰু এখোজ আগবাঢ়িলোঁ।”

ghy1 2 | ASSAM TIMES POST
৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন

এই আন্তৰাষ্ট্ৰীয় মাৰাথনৰ তাৰিখ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “আজি গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথনৰ শুভংকৰ উন্মোচন কৰাৰ লগতে ৭ ফেব্ৰুৱাৰী, ২০২৭ত এই আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠানটো আয়োজনৰ দিন ঘোষণা কৰিবলৈ পাই নথৈ সুখী হ’লোঁ।”

তেওঁ লগতে কয়, “গুৱাহাটীক বিশ্বৰ ক্ৰীড়াপ্ৰেমীৰ সন্মুখত এক নতুন পৰিচয়েৰে প্ৰতিষ্ঠা কৰাৰ এয়া এক বৃহৎ সুযোগ। শাৰীৰিক সুস্থতা, ক্ৰীড়াসুলভ মনোভাব আৰু গুৱাহাটীৰ উদ্যমক উদযাপন কৰিবলৈ অসমৰ ৰাইজক বৃহৎ সংখ্যাৰে এই মাৰাথনত অংশগ্ৰহণ কৰিবলৈ বিনম্রতাৰে আহ্বান জনাইছোঁ।”

আনহাতে, এই সুযোগ প্ৰদানৰ বাবে গাভাস্কাৰক ধন্যবাদ জনাই মুখ্যমন্ত্ৰীয়ে কয়, “এই গৌৰৱময় যাত্ৰাৰ প্ৰথম পঞ্জীয়নভুক্ত অংশগ্ৰহণকাৰী হিচাপে মই আনন্দিত। এই সন্মানীয় ক্ৰীড়া অনুষ্ঠানটো গুৱাহাটীলৈ লৈ অহাৰ বাবে গাভাস্কাৰ ডাঙৰীয়াৰ লগতে আয়োজক সংস্থা পি এম জিৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: GuwahatiInternationalMarathon
Share4Tweet3Send

Related Posts

বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

ৰিয়া হত্যাকাণ্ডৰ নতুন মোৰ : হত্যাৰ পাছত দুবাৰকৈ সুৰা কিনিবলৈ ওলাই গৈছিল ৰামানুজ!

by News Desk
September 10, 2026
50
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি
Guwahati

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

by News Desk
September 8, 2026
52
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

ৰিয়া হত্যাকাণ্ড : নিচাই কাঢ়ি নিলে নেকি ২৫ বছৰীয়া যুৱতীৰ প্ৰাণ?

by News Desk
September 7, 2026
56
বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা  : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই

55
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

by News Desk
September 7, 2026
57
ৰিয়া তালুকদাৰ হত্যাকাণ্ড:দুটা ভাগত ৰিয়াৰ মৃতদেহ, ফ্ৰীজত উদ্ধাৰ ছিন্ন মুণ্ড
Guwahati

Shocking Details Emerge in Beltola Murder Case

by News Desk
September 7, 2026
62
ADVERTISEMENT
Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন
Guwahati

Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন

September 10, 2026
50
Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন
National-International

Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন

September 10, 2026
50
Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ
ALL NEWS

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

September 10, 2026
50
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

ৰিয়া হত্যাকাণ্ডৰ নতুন মোৰ : হত্যাৰ পাছত দুবাৰকৈ সুৰা কিনিবলৈ ওলাই গৈছিল ৰামানুজ!

September 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন

Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন

September 10, 2026
Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন

Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন

September 10, 2026
Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

September 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d