Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন
আন্তৰাষ্ট্ৰীয় ক্ৰীড়াৰ ক্ষেত্ৰত অসম তথা গুৱাহাটীৰ আন এক বিশেষ সংযোজন। এইবাৰ গুৱাহাটীত অনুষ্ঠিত হ'ব আন্তৰাষ্ট্ৰীয় মাৰাথন। এই মাৰাথন আয়োজনত বিশেষভাৱে ...







