ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Nepal floods : নেপালৰ জলপ্ৰলয়, সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু :

News Desk by News Desk
August 28, 2026
Reading Time: 1 min read
A A
0
Nepal floods : নেপালৰ জলপ্ৰলয়, সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক

RELATED POSTS

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

Centipede grass : কাৰ্বি আংলঙত বিৰল প্ৰজাতিক ঘাঁহ আৱিষ্কাৰ

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

New Logo Smal 3 | ASSAM TIMES POST

বুধবাৰে নেপালত সংঘটিত বান (Nepal Floods) দুৰ্যোগত এতিয়ালৈকে প্ৰায় ৫০০ লোকৰ মৃত্যু হৈছে। আনহাতে, সন্ধানহীন হৈ আছে হাজাৰোধিক লোক। ইফালে তিনি শতাধিক ভাৰতীয়ৰ সন্ধান নাই (No sign of 300 Indian)। সন্ধানহীনৰ তালিকাত আছে আন বহুকেইখন দেশৰ নাগৰিক। তাৰ মাজতে এটা দুখৰ খবৰ আহিছে অসমৰ বাবে। কাৰ্বি আংলঙৰ (Karbi Anglong) দুজন যুৱক (Two young men) নেপালৰ মহাপ্ৰলয়ৰ পিছত সন্ধানহীন (Missing in the Nepal disaster) হৈ থকা বুলি জানিব পৰা গৈছে।

karbi 9 | ASSAM TIMES POST
নেপালৰ জলপ্ৰলয়, সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক

জানিব পৰা মতে, এই দুৰ্যোগৰ পিছৰে পৰা সন্ধানহীন হৈ আছে জিলাখনৰ লাংহিনৰ ঋতুপৰ্ণ ব্ৰহ্ম (ঋতুপৰ্ণ ব্ৰহ্ম) আৰু মন্ত্ৰী বসুমতাৰী (Mantri Bosumatari) নামৰ দুজন যুৱক। আনহাতে, তেওঁলোকৰ আন এজন সংগী সোমেশ্বৰ নাৰ্জাৰী নামৰ যুৱকজন কথমপি ৰক্ষা পৰে। জানিব পৰা মতে, তিনিওজন যুৱক দুসপ্তাহ পূৰ্বে কামৰ সন্ধানত নেপালী গৈছিল। তাত তেওঁলোকে ত্ৰিশূলি নদীৰ কাষৰ এটা কোম্পানীত কামত যোগদান কৰিছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: NepalFloodsTwoKarbiPeoplemissing
Share4Tweet3Send

Related Posts

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল
KARBI ANGLONG

by ASSAM TIMES POST
August 27, 2026
55
Centipede grass : কাৰ্বি আংলঙত বিৰল প্ৰজাতিক ঘাঁহ আৱিষ্কাৰ
KARBI ANGLONG

Centipede grass : কাৰ্বি আংলঙত বিৰল প্ৰজাতিক ঘাঁহ আৱিষ্কাৰ

by ASSAM TIMES POST
August 27, 2026
54
CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি
KARBI ANGLONG

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

by ASSAM TIMES POST
August 26, 2026
55
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

by ASSAM TIMES POST
August 26, 2026
58
Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪
KARBI ANGLONG

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪

by News Desk
August 26, 2026
70
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

by News Desk
August 25, 2026
58
ADVERTISEMENT
Nepal floods : নেপালৰ জলপ্ৰলয়, সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক
KARBI ANGLONG

Nepal floods : নেপালৰ জলপ্ৰলয়, সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক

August 28, 2026
50
Nepal Floods : নেপালত বোকাৰ স্তূপ আঁতৰাই জীৱনৰ সন্ধান; আকৌ আহিব নেকি বান? হিমালয়ৰ বুকুত আতংক
National-International

Nepal Floods : বিদেশী উদ্ধাৰকাৰীক প্ৰৱেশত বাধা, ভাৰতকে ধৰি আঠখন দেশৰ প্ৰস্তাৱ নাকচ কৰি নেপালে

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A
Assam

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A

August 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nepal floods : নেপালৰ জলপ্ৰলয়, সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক

Nepal floods : নেপালৰ জলপ্ৰলয়, সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক

August 28, 2026
Nepal Floods : নেপালত বোকাৰ স্তূপ আঁতৰাই জীৱনৰ সন্ধান; আকৌ আহিব নেকি বান? হিমালয়ৰ বুকুত আতংক

Nepal Floods : নেপালত বোকাৰ স্তূপ আঁতৰাই জীৱনৰ সন্ধান; আকৌ আহিব নেকি বান? হিমালয়ৰ বুকুত আতংক

August 28, 2026
Nepal Floods : বিদেশী উদ্ধাৰকাৰীক প্ৰৱেশত বাধা, ভাৰতকে ধৰি আঠখন দেশৰ প্ৰস্তাৱ নাকচ কৰি নেপালে

Nepal Floods : বিদেশী উদ্ধাৰকাৰীক প্ৰৱেশত বাধা, ভাৰতকে ধৰি আঠখন দেশৰ প্ৰস্তাৱ নাকচ কৰি নেপালে

August 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d