ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক

নিউজ ডেস্কঃ

News Desk by News Desk
August 17, 2026
Reading Time: 1 min read
A A
0
BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

Rahul Gandhi : অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত ৰাহুল গান্ধীলৈ সকাহ; গোচৰ আগবঢ়োৱাত বাধা উচ্চতম ন্যায়ালয়ৰ

সোমবাৰে বিজেপিৰ (BJP) ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে নিজৰ নতুন দলৰ কথা ঘোষণা (Announcement about the new team) কৰে। তালিকাখনত আছিল এটা আচৰিত কথা। দলটোৰ দুই সংখ্যালঘু নেতা (Two minority leaders)ক দুটা গুৰুত্বপূৰ্ণ পদত নিযুক্তি (Appointment to an important position) দিয়া হৈছে।

জ্যেষ্ঠ নেতা তাৰিক মনছুৰ (Tarik Mansur)ক বিজেপিৰ কেন্দ্ৰীয় উপ-সভাপতি (Central Vice President) হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ সমান্তৰালকৈ বসিত আলী (Basit Ali)ক সংখ্যালঘু ফ্ৰণ্টৰ দায়িত্ব (Responsibility of the Minority Front) দিয়া হৈছে। উল্লেখ্য যে তাৰিক মনছুৰ আৰু বসিত আলী দুয়োজনেই উত্তৰ প্ৰদেশৰ বিজেপি নেতা।

তাৰিক মনছুৰ কোন :

উত্তৰ প্ৰদেশৰ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তাৰিক মনছুৰক ইয়াৰ পূৰ্বে (২০২৩ চনত) বিজেপিৰ উপ-সভাপতি নিযুক্তি দিয়া হৈছিল। আজি তেওঁক সেই পদত পুনৰ নিযুক্তি দিয়া হয়।

bjp | ASSAM TIMES POST
নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা তাৰিক মনছুৰ আৰু বসিত আলীক

তাৰিক মনছুৰ মুছলমান সম্প্ৰদায়ৰ অনগ্ৰসৰ, দৰিদ্ৰ আৰু ‘পছামাণ্ডা’ সম্প্ৰদায়ৰ। আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হৈ থকা সময়ত তেওঁ বিভিন্ন ৰাজনৈতিক বিষয়ত ছাত্ৰ সমাজক ‘মধ্যমীয়া’ কৰি ৰাখিবলৈ চেষ্টা কৰিছিল। তেওঁ সদায় উগ্ৰপন্থাৰ আন্দোলনৰ পথ পৰিত্যাগ কৰি ছাত্ৰ সমাজক পৰিমিতভাৱে বিশ্বাস কৰাব বিচাৰিছিল। তেওঁ সদায় হিন্দু-মুছলমান ভাতৃত্ববোধক বিয়পাই দিবলৈ চেষ্টা কৰি আছিল। এই কামত তাৰিকে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সৈতেও সক্ৰিয়ভাৱে কাম কৰিছিল।

তাৰিক মনছুৰক সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বিধান পৰিষদৰ সদস্য হিচাপে মনোনীত কৰে।

বসিত আলীৰ পৰিচয় :

বসিত আলী ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰ প্ৰদেশ সংখ্যালঘু মৰ্চাৰ প্ৰাক্তন সভাপতি আছিল। গেৰুৱা বাহিনীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰো তেওঁ নেতা। তেওঁ উত্তৰ প্ৰদেশৰ সংখ্যালঘু জনগোষ্ঠীৰ মাজত দলৰ ভেটি সুদৃঢ় কৰাৰ বাবে কাম কৰিছিল। উত্তৰ প্ৰদেশৰ মাদ্ৰাছাত ‘কৌমী চোপাল’ৰ দৰে বিভিন্ন দলীয় পদক্ষেপৰ নেতৃত্ব দি আহিছে। তেওঁ দীৰ্ঘদিন ধৰি বিজেপিৰ নীতি আৰু বাৰ্তাসমূহ মূলতঃ মীৰাট অঞ্চলৰ মুছলমান সমাজলৈ প্ৰেৰণ কৰাত সক্ৰিয় ভূমিকা পালন কৰি আহিছে।

অহা বছৰ উত্তৰ প্ৰদেশত বিধানসভা নিৰ্বাচন। ৰাজ্যখনৰ মুঠ ভোটাৰৰ প্ৰায় ২০ শতাংশই মুছলমান। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, মূলতঃ এই বিষয়টো বিবেচনা কৰি বিজেপিৰ কেন্দ্ৰীয় সংগঠনৰ দুটা গুৰুত্বপূৰ্ণ পদত তাৰিক মনছুৰ আৰু বসিত আলীক ৰাজ্যখনৰ পৰা নিযুক্তি দিয়া হৈছে।

Tags: BasitAliTarikMansurBJPnewteam
Share4Tweet3Send

Related Posts

Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন
National-International

Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

by News Desk
August 17, 2026
50
Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ
National-International

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

by News Desk
August 17, 2026
50
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী
National-International

Rahul Gandhi : অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত ৰাহুল গান্ধীলৈ সকাহ; গোচৰ আগবঢ়োৱাত বাধা উচ্চতম ন্যায়ালয়ৰ

by News Desk
August 17, 2026
50
Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান
National-International

Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান

by News Desk
August 17, 2026
50
UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল
National-International

UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল

by News Desk
August 17, 2026
50
Bihar Temple Stampade : বিহাৰৰ মন্দিৰত পদপিষ্ট হৈ কমেও ৭ তীৰ্থযাত্ৰীৰ মৃত্যু, কেইবাজনো আহত
National-International

Bihar Temple Stampade : বিহাৰৰ মন্দিৰত পদপিষ্ট হৈ কমেও ৭ তীৰ্থযাত্ৰীৰ মৃত্যু, কেইবাজনো আহত

by News Desk
August 17, 2026
50
ADVERTISEMENT
BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক
National-International

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক

August 17, 2026
50
Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন
National-International

Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

August 17, 2026
50
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

August 17, 2026
50
Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ
National-International

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

August 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক

August 17, 2026
Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

August 17, 2026
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

August 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx