ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Cockroach Janata Party : পঁইতাচোৰাৰ পৰৱৰ্তী কাৰ্যসূচী নিৰ্ধাৰণ কৰিবলৈ বৈঠকত মিলিত হ’ব শীৰ্ষ নেতাসকল

নিউজ ডেস্কঃ

News Desk by News Desk
August 3, 2026
Reading Time: 1 min read
A A
0
Cockroach Janata Party : পঁইতাচোৰাৰ পৰৱৰ্তী কাৰ্যসূচী নিৰ্ধাৰণ কৰিবলৈ বৈঠকত মিলিত হ’ব শীৰ্ষ নেতাসকল

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

India drugs cases : দেশত প্ৰায় ৪ লাখ ড্ৰাগছৰ গোচৰ বিচাৰাধীন হৈ আছে, সকলো ৰাজ্যতে বিশেষ আদালত স্থাপনৰ আহ্বান কেন্দ্ৰৰ

PM Modi : ক্ষণিকৰ নিচাই সমগ্ৰ জীৱন ধ্বংসৰ দিশলৈ ঠেলি দিব পাৰে, নিচাৰ পৰা আঁতৰি থাকিবলৈ যুৱ প্ৰজন্মলৈ মোদীৰ বাৰ্তা

Delhi protest : মোদীৰ ক্ষমা, প্ৰধানমন্ত্ৰীক লৈ মন্তব্য কৰা কিশোৰীৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ দিল্লী আৰক্ষীৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ লগে লগে যন্তৰ-মন্তৰৰ আন্দোলনো স্তব্ধ হৈ পৰিছে। এনে পৰিস্থিতিত বুধবাৰে চিজেপিৰ শীৰ্ষ নেতা (Top leader of CJP)সকলে বৈঠকত (Meeting) মিলিত হৈ ককৰোচ জনতা পাৰ্টীৰ পৰৱৰ্তী কাৰ্যসূচী (Next schedule) কি হ’ব তাৰ সিদ্ধান্ত গ্ৰহণ কৰিব। পিটিআইৰ সূত্ৰ অনুসৰি, মহাৰাষ্ট্ৰৰ সম্ভাজীনগৰত চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেৰ ঘৰত অনুষ্ঠিত হ’ব এই বৈঠক।

বিগত কেইবছৰমানৰ পৰা দেশৰ বিভিন্ন প্ৰান্তত প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছে। এই পৰীক্ষাসমূহৰ কিছুমান ৰাজ্যিক পৰ্যায়ত আয়োজন কৰা হয়, যাৰ সৈতে কেন্দ্ৰৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই। বিজেপিৰ ক্ষমতা নথকা ৰাজ্যসমূহতো প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছে। তাৰ ভিতৰত পঞ্জাব অন্যতম। সেই ক্ষেত্ৰত পঁইতাচোৰা পাৰ্টীয়ে কেৱল নীট (NEET) প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধেহে মাত মাতিছে বুলি শেহতীয়াকৈ বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে। পঞ্জাবৰ প্ৰেক্ষাপটত পঁইতাচোৰাৰ মৌনতাক লৈ দীপকেও প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছে। অৱশ্যে তেওঁ কৈছে যে পঞ্জাৱৰ বিষয়টোও তেওঁলোকৰ দৃষ্টিগোচৰ হৈছে। সেই বিষয়ে তেওঁলোকে মাত মাতিব বুলিও কয়। যন্তৰ-মন্তৰত প্ৰতিবাদ প্ৰত্যাহাৰ কৰাৰ পিছত চিজেপিৰ প্ৰতিষ্ঠাপকগৰাকীয়ে কয়, “আমাৰ পৰৱৰ্তী কাৰ্যসূচী অতি সোনকালে ঘোষণা কৰিম। আমাক কিছু সময় দিয়ক।”

dipke1 | ASSAM TIMES POST
পঁইতাচোৰাৰ পৰৱৰ্তী কাৰ্যসূচী নিৰ্ধাৰণ কৰিবলৈ বৈঠকত মিলিত হ’ব শীৰ্ষ নেতাসকল

অৰাজনৈতিক সংগঠন চিজেপিৰ আহ্বানত একেৰাহে ৩৬ দিন ধৰি দিল্লীৰ যন্তৰ-মন্তৰত ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। সূত্ৰ অনুসৰি, দীৰ্ঘদিনীয়া প্ৰতিবাদৰ অন্তত চিজেপি কৰ্মী আৰু স্বেচ্ছাসেৱকসকলক পৰিয়ালৰ সৈতে ঘৰতে কিছু সময় কটাবলৈ পৰামৰ্শ দিয়া হয়। লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে কথা পাতি তেওঁলোকৰ মতামত আৰু পৰামৰ্শ ল’বলৈ কোৱা হয়। সূত্ৰৰ পৰা জানিব পৰা মতে, বুধবাৰৰ বৈঠকত ছাত্ৰ-ছাত্ৰীৰ পৰা পোৱা পৰামৰ্শ আৰু প্ৰস্তাৱৰ সবিশেষ দিবলৈ কোৱা হৈছে।

পিটিআইৰ সূত্ৰ অনুসৰি, বুধবাৰে বৈঠকৰ পিছত চিজেপিয়ে সংবাদমেল অনুষ্ঠিত কৰিব পাৰে। সংগঠনটোৰ পৰৱৰ্তী কাৰ্যসূচীৰ ৰূপৰেখা উক্ত সংবাদমেলৰ পৰাই ঘোষণা কৰিব পাৰে।

দিল্লীত ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলৰ অবিৰত আন্দোলনৰ হেঁচাত ধৰ্মেন্দ্ৰ প্ৰধানে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলগীয়া হয়। এইটোৱেই আছিল আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলৰ মূল দাবী। কিন্তু এই প্ৰতিবাদত দেশৰ যুৱক-যুৱতীসকলে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰাৰ আঁৰত প্ৰশ্নকাকত ফাদিল হোৱাটোৱেই একমাত্ৰ কাৰণ নহয়। বহুতৰ মতে ইয়াৰ আঁৰত দীৰ্ঘদিনীয়া ক্ষোভ আছে। অভিযোগ উত্থাপন হৈছে যে প্ৰতি বছৰে বিভিন্ন মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ পৰা যিমান সংখ্যক ছাত্ৰ-ছাত্ৰী ডিগ্ৰী লৈ স্নাতক হৈছে, সিমান সংখ্যাত চাকৰিৰ সুবিধা বৃদ্ধি হোৱা নাই। ইয়াৰ লগতে বৃদ্ধি পোৱা ইন্ধনৰ মূল্য আৰু বৰ্ধিত সামগ্ৰীৰ মূল্যই অনুঘটকৰ দৰে যোগ দিছে। এনে পৰিস্থিতিত চিজেপিয়ে তেওঁলোকৰ পৰৱৰ্তী কাৰ্যসূচী কি ঘোষণা কৰিব সেই বিষয়েও কৌতুহল বাঢ়িছে।

Tags: CockroachJanataPartyMeeting
Share4Tweet3Send

Related Posts

India drugs cases : দেশত প্ৰায় ৪ লাখ ড্ৰাগছৰ গোচৰ বিচাৰাধীন হৈ আছে, সকলো ৰাজ্যতে বিশেষ আদালত স্থাপনৰ আহ্বান কেন্দ্ৰৰ
National-International

India drugs cases : দেশত প্ৰায় ৪ লাখ ড্ৰাগছৰ গোচৰ বিচাৰাধীন হৈ আছে, সকলো ৰাজ্যতে বিশেষ আদালত স্থাপনৰ আহ্বান কেন্দ্ৰৰ

by News Desk
August 3, 2026
50
PM Modi : ক্ষণিকৰ নিচাই সমগ্ৰ জীৱন ধ্বংসৰ দিশলৈ ঠেলি দিব পাৰে, নিচাৰ পৰা আঁতৰি থাকিবলৈ যুৱ প্ৰজন্মলৈ মোদীৰ বাৰ্তা
National-International

PM Modi : ক্ষণিকৰ নিচাই সমগ্ৰ জীৱন ধ্বংসৰ দিশলৈ ঠেলি দিব পাৰে, নিচাৰ পৰা আঁতৰি থাকিবলৈ যুৱ প্ৰজন্মলৈ মোদীৰ বাৰ্তা

by News Desk
August 3, 2026
50
PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা
National-International

Delhi protest : মোদীৰ ক্ষমা, প্ৰধানমন্ত্ৰীক লৈ মন্তব্য কৰা কিশোৰীৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ দিল্লী আৰক্ষীৰ

by News Desk
August 3, 2026
50
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু
National-International

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

by News Desk
August 1, 2026
50
Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে
National-International

Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

by News Desk
August 1, 2026
50
Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ
National-International

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

by News Desk
August 1, 2026
50
ADVERTISEMENT
Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

August 3, 2026
50
Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি
Assam

Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

August 3, 2026
50
India drugs cases : দেশত প্ৰায় ৪ লাখ ড্ৰাগছৰ গোচৰ বিচাৰাধীন হৈ আছে, সকলো ৰাজ্যতে বিশেষ আদালত স্থাপনৰ আহ্বান কেন্দ্ৰৰ
National-International

India drugs cases : দেশত প্ৰায় ৪ লাখ ড্ৰাগছৰ গোচৰ বিচাৰাধীন হৈ আছে, সকলো ৰাজ্যতে বিশেষ আদালত স্থাপনৰ আহ্বান কেন্দ্ৰৰ

August 3, 2026
50
Cockroach Janata Party : পঁইতাচোৰাৰ পৰৱৰ্তী কাৰ্যসূচী নিৰ্ধাৰণ কৰিবলৈ বৈঠকত মিলিত হ’ব শীৰ্ষ নেতাসকল
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ পৰৱৰ্তী কাৰ্যসূচী নিৰ্ধাৰণ কৰিবলৈ বৈঠকত মিলিত হ’ব শীৰ্ষ নেতাসকল

August 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

August 3, 2026
Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

August 3, 2026
India drugs cases : দেশত প্ৰায় ৪ লাখ ড্ৰাগছৰ গোচৰ বিচাৰাধীন হৈ আছে, সকলো ৰাজ্যতে বিশেষ আদালত স্থাপনৰ আহ্বান কেন্দ্ৰৰ

India drugs cases : দেশত প্ৰায় ৪ লাখ ড্ৰাগছৰ গোচৰ বিচাৰাধীন হৈ আছে, সকলো ৰাজ্যতে বিশেষ আদালত স্থাপনৰ আহ্বান কেন্দ্ৰৰ

August 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx