ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়

Staff Reporter by Staff Reporter
July 30, 2026
Reading Time: 1 min read
A A
0
Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়

Oplus_131072

RELATED POSTS

United Nations : মানৱ অধিকাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ আহিলা নহয়, ৰাষ্ট্ৰসংঘত পঁইতাচোৰাৰ আন্দোলন সন্দৰ্ভত ভাৰত

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

New Logo Smal 2 | ASSAM TIMES POST

ব্যতিক্ৰমী পৰিস্থিতিতহে আৰক্ষীয়ে পেলেট গান বা পেলেট বন্দুক ব্যৱহাৰ কৰিব পাৰে। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে এই কথা স্পষ্ট কৰি দিয়ে। একে সময়তে যন্তৰ-মন্তৰত প্ৰতিবাদৰ সময়ত আৰ এ এফে কি কি কাৰ্টিজ নিক্ষেপ কৰিছিল তাৰ হিচাপ সংৰক্ষণ কৰিবলৈও কেন্দ্ৰক নিৰ্দেশ দিয়ে।

Pallet gun controversy I
পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়:

নীট (NEET) প্ৰশ্নকাকত ফাদিল গোচৰৰ প্ৰতিবাদত দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদৰ সময়ত পেলেট গুলী নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছিল। অভিযোগ অনুসৰি, ইয়াৰ ফলত কেইবাজনো লোক আহত হৈছে।

এনে পৰিস্থিতিত উচ্চতম ন্যায়ালয়ত পেলেট গুলীৰ ব্যৱহাৰ সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰি গোচৰ ৰুজু কৰা হয়। ইয়াৰে দুজন আবেদনকাৰীয়ে দাবী কৰিছে যে প্ৰতিবাদৰ সময়ত তেওঁলোক পেলেট গুলীত আহত হৈছিল। প্ৰাক্তন কেন্দ্ৰীয় তথ্য আয়ুক্ত তথা অৱসৰপ্ৰাপ্ত আমোলা যশবৰ্ধন আজাদেও পেলেট গুলী ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰি গোচৰ তৰে।

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু ন্যায়াধীশ ভি মোহনৰ বিচাৰপীঠত গোচৰটো শুনানিৰ বাবে উত্থাপন হয়। শীর্ষ আদালতে কয় যে আৰক্ষীয়ে বাহিনীৰ নিয়ম অনুসৰি পেলেট গুলী ব্যৱহাৰ কৰিব পাৰে, কিন্তু ব্যতিক্ৰমী ক্ষেত্ৰতহে।

এই প্ৰসংগত আদালতে ‘ব্যুৰো অৱ পুলিচ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট’ৰ গাইডলাইনৰ কথাও উল্লেখ কৰে। ইয়াৰ উপৰি উচ্চতম ন্যায়ালয়ে দিল্লী আৰক্ষীক পেলেট গুলী ব্যৱহাৰৰ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিজ (এছ অ’ পি) দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

মুখ্য ন্যায়াধীশ কান্তৰ বিচাৰপীঠে কয় যে প্ৰশ্নকাকত ফাদিল বিৰোধী আন্দোলনৰ সময়ত পেলেট গুলী চলোৱা বিষয়টোৰ তদন্ত কৰা হ’ব। আজি শুনানিৰ সময়ত কেন্দ্ৰৰ হৈ আদালতত উপস্থিত থাকে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা।

প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত নিয়োজিত আৰ এ এফৰ কাৰ্টিজৰ ৰেকৰ্ড ৰখাৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। প্ৰতিবাদৰ সময়ত পেলেট গুলীচালনাত আহত লোকৰ যথাযথ চিকিৎসাৰ নিৰ্দেশো উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: উচ্চতম ন্যায়ালয়পেলেট গান কেৱল ব্যতিক্ৰমীপৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি
Share4Tweet3Send

Related Posts

United Nations : মানৱ অধিকাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ আহিলা নহয়, ৰাষ্ট্ৰসংঘত পঁইতাচোৰাৰ আন্দোলন সন্দৰ্ভত ভাৰত
National-International

by News Desk
October 21, 2026
52
Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি
National-International

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

by News Desk
October 21, 2026
51
PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা
National-International

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

by News Desk
October 21, 2026
51
Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা

Rajnath Singh : সন্ত্ৰাসবাদ বন্ধ কৰিবলৈ দুমুখীয়া নীতি নহয়, এছচিঅ’ শীৰ্ষ সন্মিলনত পাক বৈদেশিক মন্ত্ৰীৰ সন্মুখত কঠোৰ বাৰ্তা ৰাজনাথ সিঙৰ

October 20, 2026
52
Yusuf Pathan : তৃণমূল ত্যাগ কৰাৰ উপহাৰ, ইউছুফ পাঠানে ঘূৰাই পালে গুজৰাটত বেদখলৰ জাননী পোৱা মাটি

ADVERTISEMENT
United Nations : মানৱ অধিকাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ আহিলা নহয়, ৰাষ্ট্ৰসংঘত পঁইতাচোৰাৰ আন্দোলন সন্দৰ্ভত ভাৰত
National-International

United Nations : মানৱ অধিকাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ আহিলা নহয়, ৰাষ্ট্ৰসংঘত পঁইতাচোৰাৰ আন্দোলন সন্দৰ্ভত ভাৰত

October 21, 2026
52
Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি
National-International

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

October 21, 2026
51
PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা
National-International

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

October 21, 2026
51
Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা
National-International

Delhi Airport : তিনি ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ পঞ্জাবৰ মুখ্যমন্ত্ৰী, ৫০ হাজাৰ জৰিমনা

October 21, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

United Nations : মানৱ অধিকাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ আহিলা নহয়, ৰাষ্ট্ৰসংঘত পঁইতাচোৰাৰ আন্দোলন সন্দৰ্ভত ভাৰত

United Nations : মানৱ অধিকাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ আহিলা নহয়, ৰাষ্ট্ৰসংঘত পঁইতাচোৰাৰ আন্দোলন সন্দৰ্ভত ভাৰত

October 21, 2026
Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

October 21, 2026
PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

October 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d