ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Mumbai hits rain : ধাৰাসাৰ বৰষুণ-বানত বিধ্বস্ত মায়ানগৰী, মহাৰাষ্ট্ৰত মৃত্যুৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি

নিউজ ডেস্কঃ

News Desk by News Desk
July 6, 2026
Reading Time: 1 min read
A A
0
Mumbai hits rain : ধাৰাসাৰ বৰষুণ-বানত বিধ্বস্ত মায়ানগৰী, মহাৰাষ্ট্ৰত মৃত্যুৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Microsoft : দেউতাই মোৰ পঢ়াৰ বাবে মাৰ সোণ বিক্ৰী কৰিছিল, ১.৯ কোটি টকা দৰমহাৰ চাকৰি পালো : বেংগালুৰু মাইক্ৰ’ছফ্ট প্ৰযুক্তিবিদ

WhatsApp : ফোন নম্বৰ অবিহনে ৱাটছএপ ব্যৱহাৰৰ নীতি বুজাবলৈ আৰু তিনিদিন দিলে মেটাক

FIFA World Cup 2026 I বিশ্বকাপৰ পৰা বাহিৰ ব্ৰাজিল, চকুলো টুকি আন্তৰাষ্ট্ৰীয় ফুটবলক বিদায় তাৰকা নেইমাৰৰ

মুম্বাই (Mumbai), পুনে (Pune) আৰু মহাৰাষ্ট্ৰ (Maharashtra)ৰ কেইবাটাও অঞ্চল বিগত কিছুদিন ধৰি অবিৰত বৰষুণৰ ফলত বিধ্বস্ত (Destroyed by the rain) হৈ পৰিছে। পুনেৰ পাহাৰৰ এটা অংশ ভাঙি কেইবাটাও ঘৰ ছিন্নভিন্ন হৈ পৰিছে। কমেও ৩০ জন লোক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে। ইফালে একেটা পৰিয়ালৰে তিনিজন সদস্যৰ মৃতদেহ উদ্ধাৰ হৈছে। বাকীসকলৰ উদ্ধাৰকাৰ্য ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে চলাই আছে। ভূমিস্খলনৰ বাবে সোমবাৰে পুৱাৰে পৰা বন্ধ হৈ আছে মুম্বাইৰ পৰা পুনেলৈ যোৱা দুটা পথ। ফলত দুয়োখন চহৰৰ মাজত যোগাযোগ ব্যৱস্থা ভয়াৱহভাৱে ব্যাহত হৈছে। ৰে’ল সেৱাও ব্যাহত হৈছে। কমেও ১৬ খন ৰে’ল বাতিল (Train canceled) কৰা হৈছে। দেওবাৰে নিশা মুম্বাইৰ মানখুৰ্ড অঞ্চলত এটা ঘৰ ভাঙি ৬ জন লোকৰ মৃত্যু হয়। ইয়াৰে পাঁচটি শিশু। এই পৰ্যন্ত মহাৰাষ্ট্ৰৰ দুৰ্যোগৰ বাবে সংঘটিত দুৰ্ঘটনাত ১৩ জন লোকে প্ৰাণ হেৰুৱাইছে (13 people have died)।

বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, বৰ্তমান মুম্বাই আৰু পুনেত বৰষুণ বন্ধ হোৱা নাই। মুম্বাই, ৰায়গড়, থানে, পালঘৰত প্ৰবল বৰষুণৰ পূৰ্বাভাস দিয়া হৈছে। ইয়াৰ লগে লগে হ’ব ধুমুহা বতাহ। মুম্বাই আৰু পুনেত সংঘটিত দুৰ্যোগৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। সোমবাৰেও ব্যৱসায়িক চহৰখনত বিদ্যালয়, মহাবিদ্যালয়, চৰকাৰী কাৰ্যালয় বন্ধ হৈ আছে। প্ৰয়োজন নহ’লে বাসিন্দাসকলক ঘৰৰ পৰা ওলাই অহাত বাধা প্ৰদান কৰা হৈছে।

ইফালে যোৱা নিশা পুনে জিলাৰ লোহাগড় দুৰ্গৰ সমীপৰ মাভাল তহচিলত পাহাৰৰ এটা অংশ ভাঙি পৰাত কেইবাটাও ঘৰ পোত যায়। আৰক্ষীৰ সূত্ৰ মতে, ধ্বংসাৱশেষত আবদ্ধ হৈ আছে কমেও ৩০ জন লোক। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। পুৱাৰে পৰা ৩০ জনীয়া এটা দলে ধ্বংসাৱশেষ আঁতৰোৱাৰ কাম আৰম্ভ কৰিছে। ধ্বংসস্তূপত পোত যোৱা এটা ঘৰৰ পৰা উদ্ধাৰ হৈছে একেটা পৰিয়ালৰ তিনিজন সদস্যৰ মৃতদেহ।

mumb | ASSAM TIMES POST
ধাৰাসাৰ বৰষুণ-বানত বিধ্বস্ত মায়ানগৰী, মহাৰাষ্ট্ৰত মৃত্যুৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি

পুনেৰ সদাশিৱত তিনিমহলীয়া ঘৰ এটা খালী কৰা হৈছে। দেওবাৰে নিশা মানখুৰ্ডত এটা ঘৰ ভাঙি ৫টা শিশুসহ ৬ জন লোকে প্ৰাণ হেৰুৱায়। শিশুকেইটাৰ বয়স দুইৰ পৰা ১৪ বছৰৰ ভিতৰত। এতিয়ালৈকে কেৱল মুম্বাইত সংঘটিত হোৱা দুৰ্যোগৰ বাবে বিভিন্ন দুৰ্ঘটনাত ১০ জন লোকে প্ৰাণ হেৰুৱাইছে। মহাৰাষ্ট্ৰত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩ জন। দেওবাৰে সন্ধিয়া থানেৰ কাম্বৰী নদীত উটি যায় ১৭ বছৰীয়া এজন কিশোৰ। মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছে মৃতকৰ পৰিয়ালক ৫ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে।

আনহাতে, সোমবাৰে পুৱা মুম্বাই-পুনে এক্সপ্ৰেছৱেৰ দুই নম্বৰ সুৰংগৰ প্ৰস্থানত ভূমিস্খলন সংঘটিত হয়। ইয়াৰ বাবে খোপোলি-কুছগাঁও মিছিং লিংকৰ পৰা বাহনসমূহৰ পথ সলনি কৰা হৈছে। আনহাতে, মুম্বাইৰ পৰা পুনেলৈ যোৱা পুৰণি পথটোৰ বিভিন্ন অংশ পানীত ডুব গৈছে। মাভাল, তাম্হিনী ঘাট অঞ্চলত বানপানীৰ সৃষ্টি হৈছে। উভালি পৰা গছ-গছনিৰ বাবে কেইবাটাও অঞ্চলত বিদ্যুৎ যোগান বন্ধ হৈ পৰিছে। এই সকলোবোৰ কাৰণতে পুৰণি পথটোৰ যান-বাহন চলাচলো বন্ধ কৰি দিয়া হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে নিৰ্দেশনা জাৰি কৰিছে। পৰিস্থিতিৰ উন্নতি নোহোৱালৈকে মুম্বাইৰ পৰা পুনেলৈ পথ যাত্ৰা বন্ধ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। পৰিস্থিতি উন্নত হ’লে আৰক্ষীয়ে নতুন নিৰ্দেশনা জাৰি কৰিব। মহাৰাষ্ট্ৰ ৰাজ্যিক পথ উন্নয়ন নিগমে জনোৱা মতে, মানুহৰ সুৰক্ষা নিশ্চিত কৰিবলৈ সোমবাৰে পুৱা ৪ বজাৰ পৰা মুম্বাই-পুনে পথত যান-বাহন চলাচল বন্ধ কৰি দিয়া হৈছে। ইয়াৰ বাবে বহু লোক বিপদত পৰিছে।

কেন্দ্ৰীয় ৰে’লৱেয়ে জনোৱা মতে, সোমবাৰে পুৱা কাৰ্জাট-লোনাৱালা ভোৰঘাট অংশৰ ঠাকুৰৱাড়ীৰ সমীপত ভূমিস্খলন সংঘটিত হয়। খান্দালা আৰু বান্দ্ৰা পাহাৰৰ মাজৰ অঞ্চলতো ভূমিস্খলন হয়। ইয়াৰ বাবে কমেও ১৬ খন ৰে’ল বাতিল কৰা হৈছে। ইয়াৰে কেইবাখনো দীৰ্ঘ দূৰত্বৰ। অন্য পথত চলি আছে ৯ খন ৰে’ল। কেন্দ্ৰীয় ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া স্বপ্নীল নীলাই কয় যে ভোৰঘাটত হোৱা ভূমিস্খলনৰ ফলত মুম্বাই আৰু পুনে অভিমুখী ৰে’ল লাইনৰ ক্ষতিসাধন হৈছে। ইয়াৰ বাবে ইণ্টাৰচিটি এক্সপ্ৰেছ, ডেকান এক্সপ্ৰেছ, ডেকান কুইন, প্ৰগতি এক্সপ্ৰেছৰ দৰে ৰে’ল বাতিল কৰা হৈছে।

Tags: Mumbaihitsrain
Share4Tweet3Send

Related Posts

Microsoft : দেউতাই মোৰ পঢ়াৰ বাবে মাৰ সোণ বিক্ৰী কৰিছিল, ১.৯ কোটি টকা দৰমহাৰ চাকৰি পালো : বেংগালুৰু মাইক্ৰ’ছফ্ট প্ৰযুক্তিবিদ
National-International

Microsoft : দেউতাই মোৰ পঢ়াৰ বাবে মাৰ সোণ বিক্ৰী কৰিছিল, ১.৯ কোটি টকা দৰমহাৰ চাকৰি পালো : বেংগালুৰু মাইক্ৰ’ছফ্ট প্ৰযুক্তিবিদ

by News Desk
July 6, 2026
50
WhatsApp : ফোন নম্বৰ অবিহনে ৱাটছএপ ব্যৱহাৰৰ নীতি বুজাবলৈ আৰু তিনিদিন দিলে মেটাক
National-International

WhatsApp : ফোন নম্বৰ অবিহনে ৱাটছএপ ব্যৱহাৰৰ নীতি বুজাবলৈ আৰু তিনিদিন দিলে মেটাক

by News Desk
July 6, 2026
50
FIFA World Cup 2026 I বিশ্বকাপৰ পৰা বাহিৰ ব্ৰাজিল, চকুলো টুকি আন্তৰাষ্ট্ৰীয় ফুটবলক বিদায় তাৰকা নেইমাৰৰ
National-International

FIFA World Cup 2026 I বিশ্বকাপৰ পৰা বাহিৰ ব্ৰাজিল, চকুলো টুকি আন্তৰাষ্ট্ৰীয় ফুটবলক বিদায় তাৰকা নেইমাৰৰ

by Staff Reporter
July 6, 2026
50
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy । চিচিটিভি কেমেৰাৰ ‘ব্লাইণ্ড স্পট’ৰ সুবিধা লৈ লুট কৰিছিল ধন, ৰাম মন্দিৰৰ প্ৰণামীৰ ধন চুৰিৰ নতুন তথ্য

by Staff Reporter
July 6, 2026
50
India Isreal relations I কেৱল আমেৰিকায়ে নহয়, ভাৰতো শক্তিশালী বন্ধু; ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহু
National-International

India Isreal relations I কেৱল আমেৰিকায়ে নহয়, ভাৰতো শক্তিশালী বন্ধু; ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহু

by Staff Reporter
July 6, 2026
50
‎ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে ‎
National-International

‎ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে ‎

by Staff Reporter
July 5, 2026
50
ADVERTISEMENT
Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট
Sports News

Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট

July 6, 2026
50
Microsoft : দেউতাই মোৰ পঢ়াৰ বাবে মাৰ সোণ বিক্ৰী কৰিছিল, ১.৯ কোটি টকা দৰমহাৰ চাকৰি পালো : বেংগালুৰু মাইক্ৰ’ছফ্ট প্ৰযুক্তিবিদ
National-International

Microsoft : দেউতাই মোৰ পঢ়াৰ বাবে মাৰ সোণ বিক্ৰী কৰিছিল, ১.৯ কোটি টকা দৰমহাৰ চাকৰি পালো : বেংগালুৰু মাইক্ৰ’ছফ্ট প্ৰযুক্তিবিদ

July 6, 2026
50
PGR-VGR Controversy : পিজিআৰ-ভিজিআৰ ভূমিত উচ্ছেদৰ দাবীৰে ডিফুত অৱস্থান ধৰ্মঘট
DIPHU

PGR-VGR Controversy : পিজিআৰ-ভিজিআৰ ভূমিত উচ্ছেদৰ দাবীৰে ডিফুত অৱস্থান ধৰ্মঘট

July 6, 2026
50
WhatsApp : ফোন নম্বৰ অবিহনে ৱাটছএপ ব্যৱহাৰৰ নীতি বুজাবলৈ আৰু তিনিদিন দিলে মেটাক
National-International

WhatsApp : ফোন নম্বৰ অবিহনে ৱাটছএপ ব্যৱহাৰৰ নীতি বুজাবলৈ আৰু তিনিদিন দিলে মেটাক

July 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট

Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট

July 6, 2026
Microsoft : দেউতাই মোৰ পঢ়াৰ বাবে মাৰ সোণ বিক্ৰী কৰিছিল, ১.৯ কোটি টকা দৰমহাৰ চাকৰি পালো : বেংগালুৰু মাইক্ৰ’ছফ্ট প্ৰযুক্তিবিদ

Microsoft : দেউতাই মোৰ পঢ়াৰ বাবে মাৰ সোণ বিক্ৰী কৰিছিল, ১.৯ কোটি টকা দৰমহাৰ চাকৰি পালো : বেংগালুৰু মাইক্ৰ’ছফ্ট প্ৰযুক্তিবিদ

July 6, 2026
PGR-VGR Controversy : পিজিআৰ-ভিজিআৰ ভূমিত উচ্ছেদৰ দাবীৰে ডিফুত অৱস্থান ধৰ্মঘট

PGR-VGR Controversy : পিজিআৰ-ভিজিআৰ ভূমিত উচ্ছেদৰ দাবীৰে ডিফুত অৱস্থান ধৰ্মঘট

July 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx