ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

নিউজ ডেস্কঃ

News Desk by News Desk
July 2, 2026
Reading Time: 1 min read
A A
0
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ

china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত

আইনী প্ৰক্ৰিয়া (Legal process) আৰু ন্যায়পালিকাতো প্ৰৱেশ (Entry to the court) কৰিছে কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence) চমুকৈ এআই। ইয়াৰ জৰিয়তে শুনানি চলি আছে আৰু ইয়াৰ সৈতে সৃষ্টি কৰা ভুৱা দৃষ্টান্তৰ ভিত্তিত ন্যায়াধীশসকলে ৰায়দান কৰিছে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণৰ (এনচিএলটি) ৰায়দানৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে আইনৰ ৰূপত এআই ব্যৱহাৰক লৈ উদ্বেগ প্ৰকাশ কৰিছে। অভিযোগ অনুসৰি, এনচিএলটিয়ে এটা গোচৰত এআইৰ জৰিয়তে সৃষ্টি কৰা কিছুমান ভুৱা দৃষ্টান্তৰ ভিত্তিত ৰায় দিছে। এই সন্দৰ্ভত ‘জিৰো টলেৰেন্স’ নীতি গ্ৰহণ কৰা হ’ব বুলি উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰিছে।

আইনী প্ৰক্ৰিয়াত এআইৰ ব্যৱহাৰক লৈ বিভিন্ন মহলে উদ্বেগ প্ৰকাশ কৰিছে। উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰিছে যে এনে ভুৱা আইনী নজিৰৰ ওপৰত ভিত্তি কৰি লোৱা সিদ্ধান্ত টিকিব নোৱাৰে আৰু বাতিল কৰা হ’ব। কাৰণ ইয়াক ‘আইনৰ দৃষ্টিত চোৱা সিদ্ধান্ত’ বুলি ক’ব নোৱাৰি। ‘এচেল ইনফ্ৰাপ্ৰজেক্টছ’ৰ দেউলীয়া গোচৰত এনচিএলটিৰ ৰায় বাতিল কৰিছে উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ আলোক আৰাদৰ বিচাৰপীঠে এই গোচৰত অস্তিত্বহীন, ভুৱা আৰু কাল্পনিক তথ্যৰ উৎস ব্যৱহাৰ কৰা বুলি পৰ্যবেক্ষণ কৰে। ইয়াক এআইৰ সহায়ত সৃষ্টি কৰা হৈছিল।

ai | ASSAM TIMES POST
ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

উচ্চতম ন্যায়ালয়ৰ মতে, এই গোচৰত অধিবক্তাই অসৎ আচৰণ কৰিছে। কাৰণ তেৱেঁই এআই ব্যৱহাৰ কৰি সৃষ্টি কৰা তথ্য ব্যৱহাৰ কৰিছিল। ন্যায়াধীশসকলে কয়, “কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা সৃষ্টি হোৱা আইনী নজিৰসমূহ সঠিক পৰীক্ষণ অবিহনে উপস্থাপন, উদ্ধৃতি বা ব্যৱহাৰৰ ক্ষেত্ৰত জিৰো টলেৰেন্স নীতি প্ৰয়োগ কৰাটো প্ৰয়োজন। যদি কোনো অধিবক্তাই আদালতত এনে তথ্য উদ্ধৃত কৰে তেন্তে সেয়া তেওঁৰ ফালৰ পৰা পেছাদাৰী অসৎ আচৰণৰ বিষয়। একেদৰে যদি কোনো ন্যায়াধীশে ৰায়দান দিওঁতে এনে বিভ্ৰান্তিকৰ তথ্যৰ ওপৰত নিৰ্ভৰ কৰে, তেন্তে সেয়াও তেওঁৰ ফালৰ পৰা গুৰুতৰ বিচ্যুতি সিদ্ধান্ত বাতিল বুলি গণ্য কৰা হ’ব।”

আইনত এআইৰ ব্যৱহাৰে ন্যায়পালিকাৰ পবিত্ৰতাক ক্ষতিগ্ৰস্ত কৰে বুলি উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰিছে। ন্যায়াধীশসকলে কয়, “সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সততা বজাই ৰখাটো অতি প্ৰয়োজনীয়। মই অধিবক্তা আৰু ন্যায়াধীশ উভয়কে কৈছোঁ, এনে উপাদানৰ ব্যৱহাৰ বা নিৰ্ভৰশীলতাৰ বাবে জিৰো টলেৰেন্স নীতি গ্ৰহণ কৰা উচিত।”

Tags: AIinJudicialsystem
Share4Tweet3Send

Related Posts

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ
National-International

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

by News Desk
July 2, 2026
50
Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ
National-International

Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ

by News Desk
July 2, 2026
50
china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত
National-International

china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত

by News Desk
July 2, 2026
50
Modi-Takaichi : মোডী-টাকাইচি আলোচনা : ভাৰত আৰু জাপানৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা, ধাতু আৰু শক্তিৰ ওপৰত চুক্তি স্বাক্ষৰ
National-International

Modi-Takaichi : মোডী-টাকাইচি আলোচনা : ভাৰত আৰু জাপানৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা, ধাতু আৰু শক্তিৰ ওপৰত চুক্তি স্বাক্ষৰ

by News Desk
July 2, 2026
50
Spain Heatwave I ভয়ংকৰ গ্ৰীষ্মপ্ৰবাহত স্পেইন, এমাহতে মৃত্যুৰ সংখ্যা হাজাৰ অতিক্ৰম
National-International

Spain Heatwave I ভয়ংকৰ গ্ৰীষ্মপ্ৰবাহত স্পেইন, এমাহতে মৃত্যুৰ সংখ্যা হাজাৰ অতিক্ৰম

by Staff Reporter
July 2, 2026
50
Russia fuel crisis I তীব্ৰ ইন্ধন সংকটত ৰাছিয়া, ভাৰতৰ পৰাও পেট্ৰ’ল ক্ৰয়
National-International

Russia fuel crisis I তীব্ৰ ইন্ধন সংকটত ৰাছিয়া, ভাৰতৰ পৰাও পেট্ৰ’ল ক্ৰয়

by Staff Reporter
July 2, 2026
50
ADVERTISEMENT
Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ
DIPHU

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

July 2, 2026
50
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
50
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ
National-International

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026
50
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

July 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

July 2, 2026
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx