ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

TN CM Vijay I নিচামুক্ত তামিলনাডু, যুৱক-যুৱতী, মহিলাৰ উন্নয়নৰ অংগীকাৰ মুখ্যমন্ত্ৰী বিজয়ৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 8, 2026
Reading Time: 1 min read
A A
0
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল

Permission to sell alcohol : ‎মুছলিম প্ৰধান লাক্ষাদ্বীপত মদ বিক্ৰীৰ অনুমতি : সলনি হ’ল ৪৭ বছৰীয়া আইন

তামিলনাডুত ক্ষমতালৈ অহাৰ পিছৰে পৰা তামিলাগা ভেট্ৰি কাঝাগামৰ (টিভিকে) মুৰব্বী তথা মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ে ৰাজ্যখনৰ উন্নয়নৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ ৰাজ্যখনক উন্নয়নৰ জোৱাৰলৈ নিয়াৰ প্ৰতিশ্ৰুতি দি আগবাঢ়ি যোৱাৰ বাৰ্তা দিছে। শুকুৰবাৰে বিজয়ে (TN CM Vijay) প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত কৰে।

TN CM Vijay
নিচামুক্ত তামিলনাডু, যুৱক-যুৱতী, মহিলাৰ উন্নয়নৰ অংগীকাৰ মুখ্যমন্ত্ৰী বিজয়ৰ:

সচিবালয়ত এঘণ্টাৰো অধিক সময় চলে এই বৈঠক। সূত্ৰ অনুসৰি, উক্ত বৈঠকত ৰাজ্যৰ কেইবাটাও সমস্যাৰ কথা উত্থাপন হৈছিল। আনহাতে, বিজয়ে যিবোৰ বিষয়ৰ ওপৰত গুৰুত্ব দিব বিচাৰে তাৰ ভিতৰত ৰাজ্যখনক নিচামুক্ত কৰা, যুৱ প্ৰজন্ম আৰু মহিলাৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা।

বিদ্যুৎ মন্ত্ৰী চিটিআৰ নিৰ্মল কুমাৰে কয় যে মুখ্যমন্ত্ৰীয়ে বৈঠকত ৪৩৬টা নতুন প্ৰকল্পৰ কথা ঘোষণা কৰে। অৱশ্যে মন কৰিবলগীয়া যে বিজয়ে তামিলনাডুক ড্ৰাগছমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ উপৰি মাছমৰীয়াৰ বিকাশৰ কথাও আলোচিত বিষয়সমূহৰ ভিতৰত আছিল।

শক্তি মন্ত্ৰীগৰাকীয়ে কয়, “মুখ্যমন্ত্ৰী বিজয়ৰ নেতৃত্বত প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৪৩৬টা প্ৰকল্পৰ বিষয়ে আলোচনা কৰা হয়। প্ৰতিটো বিভাগৰ বাবে নিৰ্দিষ্ট দায়িত্ব আৰু লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে এটা বাৰ্তা দিছে যে এই প্ৰকল্পসমূহ সঠিকভাৱে পৰিচালনা কৰিব লাগিব। যাৰ যি দায়িত্ব আছে, সেই দায়িত্বও সঠিকভাৱে পালন কৰক।”

মুখ্যমন্ত্ৰীৰ বাৰ্তাৰ পিছত মন্ত্ৰীসকলে নিজ নিজ বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠকত বহি এক কৰ্ম পৰিকল্পনা প্ৰস্তুত কৰাৰ প্ৰস্তুতি চলাইছে বুলি সূত্ৰই প্ৰকাশ কৰিছে। শক্তি মন্ত্ৰীগৰাকীৰ মতে, “প্ৰতিটো বিভাগৰ কাৰ্যপৰিকল্পনা প্ৰস্তুত হোৱাৰ পিছত সেইবোৰ কেনেকৈ কাৰ্যকৰী কৰিব পাৰি সেই সন্দৰ্ভত অতি সোনকালে বিতং আলোচনা হ’ব।”

ৰাজ্যখনক নিচামুক্ত কৰা বিষয়টো সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে সুৰাৰ দোকান বন্ধ কৰাৰ বিষয়টো উত্থাপন কৰে। ইতিমধ্যে ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত ৭১৭ খন সুৰাৰ বিপণী বন্ধ কৰি দিয়া হৈছে বুলিও তেওঁ কয়। মন্ত্ৰীগৰাকীৰ মতে, “আমাৰ মূল লক্ষ্য হৈছে তামিলনাডুক নিচামুক্ত কৰা। ইতিমধ্যে যোৱা পাঁচ বছৰত ৰাজ্যখনত ড্ৰাগছ সৰবৰাহ আৰু ড্ৰাগছৰ যোগান বৃদ্ধি পোৱাৰ বাবে কঠোৰ পদক্ষেপ ল’বলৈ আৰক্ষী প্ৰশাসনক কোৱা হৈছে।”

কেৱল ড্ৰাগছ বা সুৰায়ে নহয়, ৰাজ্যত গুটখাৰ বিক্ৰীও নিষিদ্ধ কৰা হ’ব। সেই পদক্ষেপো লোৱা হৈছে। এসপ্তাহৰ ভিতৰত মাদুৰাইত ২৪খন গুটখা দোকান বন্ধ কৰি দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে দাবী কৰিছে। তেওঁ সকীয়াই দিয়ে যে যিয়ে গুটখা বিক্ৰীক সমৰ্থন কৰিব আৰু ইয়াৰ লগত জড়িত হ’ব, সেইসকলৰ বিৰুদ্ধে আইনৰ অধীনত গোচৰ ৰুজু কৰা হ’ব।

Tags: নিচামুক্ত তামিলনাডুমহিলাৰ উন্নয়নৰ অংগীকাৰ মুখ্যমন্ত্ৰী বিজয়ৰযুৱক-যুৱতী
Share4Tweet3Send

Related Posts

Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ
National-International

Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

by News Desk
June 8, 2026
50
Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল
National-International

Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল

by News Desk
June 8, 2026
50
Permission to sell alcohol : ‎মুছলিম প্ৰধান লাক্ষাদ্বীপত মদ বিক্ৰীৰ অনুমতি : সলনি হ’ল ৪৭ বছৰীয়া আইন
National-International

Permission to sell alcohol : ‎মুছলিম প্ৰধান লাক্ষাদ্বীপত মদ বিক্ৰীৰ অনুমতি : সলনি হ’ল ৪৭ বছৰীয়া আইন

by News Desk
June 8, 2026
50
Israel attack on Iran : সোনকালে ইৰাণ এৰক, পুনৰ সংঘাত আৰম্ভ হোৱাৰ পিছতে ভাৰতীয়লৈ পৰামৰ্শ কেন্দ্ৰৰ
National-International

Israel Iran war : ট্ৰাম্পৰ অনুৰোধক আওকাণ নেতানিয়াহুৰ, বিশ্বকাপৰ পূৰ্বে পুনৰ উত্তপ্ত মধ্যপ্ৰাচ্য

by News Desk
June 8, 2026
50
Woman fertility rate : ভাৰতত হ্ৰাস পাইছে মহিলাৰ প্ৰজননৰ হাৰ, উদ্বেগ প্ৰকাশ ইলন মাস্কৰ
National-International

Woman fertility rate : ভাৰতত হ্ৰাস পাইছে মহিলাৰ প্ৰজননৰ হাৰ, উদ্বেগ প্ৰকাশ ইলন মাস্কৰ

by News Desk
June 8, 2026
50
Israel attack on Iran : সোনকালে ইৰাণ এৰক, পুনৰ সংঘাত আৰম্ভ হোৱাৰ পিছতে ভাৰতীয়লৈ পৰামৰ্শ কেন্দ্ৰৰ
National-International

Israel attack on Iran : সোনকালে ইৰাণ এৰক, পুনৰ সংঘাত আৰম্ভ হোৱাৰ পিছতে ভাৰতীয়লৈ পৰামৰ্শ কেন্দ্ৰৰ

by News Desk
June 8, 2026
50
ADVERTISEMENT
One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১
NORTHEAST

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

June 8, 2026
50
Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ
National-International

Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

June 8, 2026
50
Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল
National-International

Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল

June 8, 2026
50
Permission to sell alcohol : ‎মুছলিম প্ৰধান লাক্ষাদ্বীপত মদ বিক্ৰীৰ অনুমতি : সলনি হ’ল ৪৭ বছৰীয়া আইন
National-International

Permission to sell alcohol : ‎মুছলিম প্ৰধান লাক্ষাদ্বীপত মদ বিক্ৰীৰ অনুমতি : সলনি হ’ল ৪৭ বছৰীয়া আইন

June 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

June 8, 2026
Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

June 8, 2026
Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল

Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল

June 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx