ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Israel Iran war : ট্ৰাম্পৰ অনুৰোধক আওকাণ নেতানিয়াহুৰ, বিশ্বকাপৰ পূৰ্বে পুনৰ উত্তপ্ত মধ্যপ্ৰাচ্য

News Desk by News Desk
June 8, 2026
Reading Time: 1 min read
A A
0
Israel attack on Iran : সোনকালে ইৰাণ এৰক, পুনৰ সংঘাত আৰম্ভ হোৱাৰ পিছতে ভাৰতীয়লৈ পৰামৰ্শ কেন্দ্ৰৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল

Permission to sell alcohol : ‎মুছলিম প্ৰধান লাক্ষাদ্বীপত মদ বিক্ৰীৰ অনুমতি : সলনি হ’ল ৪৭ বছৰীয়া আইন

এইবাৰ ইৰাণৰ আক্ৰমণৰ প্ৰতিশোধ ল’লে ইজৰাইলে। কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ পাইছে যে ইজৰাইলে তেহৰাণত (Israel in Tehran) একাধিক ক্ষেপণাস্ত্ৰ আক্ৰমণ (Missile Attack) চলায়। জানিব পৰা মতে, ইৰাণৰ ৰাজধানীকে ধৰি কেইবাখনো চহৰত তীব্ৰ বিস্ফোৰণৰ শব্দ শুনা যায়। ইজৰাইলৰ দাবী যে তেওঁলোকে ইৰাণৰ সামৰিক ঘাটিত আক্ৰমণ কৰিছিল। এই পৰিস্থিতিয়ে আমেৰিকাত ফুটবল বিশ্বকাপ আৰম্ভ হোৱাৰ ঠিক আগতে মধ্যপ্ৰাচ্যত নতুন উত্তেজনাৰ সৃষ্টি হৈছে। ফলত আমেৰিকা-ইৰাণৰ শান্তি আলোচনা অধিক জটিল হৈ পৰিছে। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, সোমবাৰে পুৱাতেই তেহৰাণৰ বিভিন্ন অঞ্চলত আনকি মেহৰাবাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰতো বিস্ফোৰণৰ শব্দ শুনা যায়।

ইছফাহান আৰু তাব্ৰিজতো বিস্ফোৰণৰ খবৰ পোৱা গৈছে। উল্লেখ্য যে ইৰাণে দেওবাৰে নিশা উত্তৰ ইজৰাইলৰ কেইবাখনো চহৰত মুঠ ১০টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰে।

tramp | ASSAM TIMES POST
ট্ৰাম্পৰ অনুৰোধক আওকাণ নেতানিয়াহুৰ, বিশ্বকাপৰ পূৰ্বে পুনৰ উত্তপ্ত মধ্যপ্ৰাচ্য

ইয়াৰ বাবেই কেইবাটাও অঞ্চলত চাইৰেন বাজি উঠে। তেহৰাণে দাবী কৰিছে যে শেহতীয়াকৈ বেইৰুটত ইজৰাইলৰ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই এই ক্ষেপণাস্ত্ৰ আক্ৰমণ সংঘটিত কৰা হৈছে। কিন্তু ইৰাণে বাৰে বাৰে উল্লেখ কৰি আহিছে যে লেবাননত ইজৰাইলৰ সামৰিক অভিযান বন্ধ নহ’লে কোনো বৃহৎ শান্তি চুক্তি সম্ভৱ নহয়।

আনহাতে, ইজৰাইলৰ মতে ইৰাণৰ সৈতে হোৱা শান্তি চুক্তিখন লেবাননত হিজবুল্লাৰ বিৰুদ্ধে চলোৱা অভিযানৰ সৈতে বিভ্ৰান্ত কৰা উচিত নহয়। ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে তেওঁ ব্যক্তিগতভাৱে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক প্ৰতিশোধমূলক আক্ৰমণৰ পৰা বিৰত থাকিবলৈ কৈছিল।

ফাইনেন্সিয়েল টাইমছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে কয়, “এই চুক্তিত কোনো প্ৰভাৱ নপৰে। ময়ে সকলো সিদ্ধান্ত লওঁ।” আমেৰিকাৰ কেইবাটাও সংবাদ মাধ্যমে দাবী কৰে যে দেওবাৰে ট্ৰাম্পে নেতানিয়াহুক ইৰাণক আক্ৰমণ নকৰিবলৈ ফোনযোগে পৰামৰ্শ দিছিল। কাৰণ ৱাশ্বিংটন আৰু তেহৰাণৰ মাজত শান্তি চুক্তিৰ আলোচনা বহু আগবাঢ়িছে। অৱশ্যে ট্ৰাম্পৰ অনুৰোধৰ পিছতো ইজৰাইলে বেইৰুটত আক্ৰমণ কৰে। ইয়াৰ কিছু সময়ৰ পাছতে ইৰাণে ক্ষেপণাস্ত্ৰ আক্ৰমণ চলায়। পিছত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে ইৰাণৰ সামৰিক ঘাটিক লক্ষ্য কৰি প্ৰতিশোধ লোৱা বুলি কয়।

Tags: IsraelIranwar
Share4Tweet3Send

Related Posts

Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ
National-International

Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

by News Desk
June 8, 2026
50
Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল
National-International

Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল

by News Desk
June 8, 2026
50
Permission to sell alcohol : ‎মুছলিম প্ৰধান লাক্ষাদ্বীপত মদ বিক্ৰীৰ অনুমতি : সলনি হ’ল ৪৭ বছৰীয়া আইন
National-International

Permission to sell alcohol : ‎মুছলিম প্ৰধান লাক্ষাদ্বীপত মদ বিক্ৰীৰ অনুমতি : সলনি হ’ল ৪৭ বছৰীয়া আইন

by News Desk
June 8, 2026
50
Woman fertility rate : ভাৰতত হ্ৰাস পাইছে মহিলাৰ প্ৰজননৰ হাৰ, উদ্বেগ প্ৰকাশ ইলন মাস্কৰ
National-International

Woman fertility rate : ভাৰতত হ্ৰাস পাইছে মহিলাৰ প্ৰজননৰ হাৰ, উদ্বেগ প্ৰকাশ ইলন মাস্কৰ

by News Desk
June 8, 2026
50
Israel attack on Iran : সোনকালে ইৰাণ এৰক, পুনৰ সংঘাত আৰম্ভ হোৱাৰ পিছতে ভাৰতীয়লৈ পৰামৰ্শ কেন্দ্ৰৰ
National-International

Israel attack on Iran : সোনকালে ইৰাণ এৰক, পুনৰ সংঘাত আৰম্ভ হোৱাৰ পিছতে ভাৰতীয়লৈ পৰামৰ্শ কেন্দ্ৰৰ

by News Desk
June 8, 2026
50
TMC crisis : মমতা-অভিষেক দিল্লীত থকাৰ সময়তে তৃণমূল বিদ্ৰোহী সাংসদৰ গোপন বৈঠক
National-International

TMC crisis : মমতা-অভিষেক দিল্লীত থকাৰ সময়তে তৃণমূল বিদ্ৰোহী সাংসদৰ গোপন বৈঠক

by News Desk
June 8, 2026
50
ADVERTISEMENT
One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১
NORTHEAST

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

June 8, 2026
50
Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ
National-International

Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

June 8, 2026
50
Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল
National-International

Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল

June 8, 2026
50
Permission to sell alcohol : ‎মুছলিম প্ৰধান লাক্ষাদ্বীপত মদ বিক্ৰীৰ অনুমতি : সলনি হ’ল ৪৭ বছৰীয়া আইন
National-International

Permission to sell alcohol : ‎মুছলিম প্ৰধান লাক্ষাদ্বীপত মদ বিক্ৰীৰ অনুমতি : সলনি হ’ল ৪৭ বছৰীয়া আইন

June 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

June 8, 2026
Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

June 8, 2026
Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল

Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল

June 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx