ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Israel attack on Iran : সোনকালে ইৰাণ এৰক, পুনৰ সংঘাত আৰম্ভ হোৱাৰ পিছতে ভাৰতীয়লৈ পৰামৰ্শ কেন্দ্ৰৰ

News Desk by News Desk
June 8, 2026
Reading Time: 1 min read
A A
0
Israel attack on Iran : সোনকালে ইৰাণ এৰক, পুনৰ সংঘাত আৰম্ভ হোৱাৰ পিছতে ভাৰতীয়লৈ পৰামৰ্শ কেন্দ্ৰৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল

Permission to sell alcohol : ‎মুছলিম প্ৰধান লাক্ষাদ্বীপত মদ বিক্ৰীৰ অনুমতি : সলনি হ’ল ৪৭ বছৰীয়া আইন

ইজৰাইল আৰু ইৰাণৰ সংঘাত (Conflict between Israel and Iran) পুনৰ আৰম্ভ (Restart) হোৱাৰ লগে লগে ভাৰত চৰকাৰে জৰুৰী বিবৃতি (Emergency statement of the Government of India) প্ৰকাশ কৰিছে। ইৰাণত থকা সকলো ভাৰতীয় নাগৰিকক অনতিপলমে দেশ এৰিবলৈ কোৱা হৈছে। ইৰাণলৈ যোৱাৰ পৰিকল্পনা কৰাসকলকো চৰকাৰে পৰিকল্পনা বাতিল কৰিবলৈ কয়। নতুন দিল্লীয়ে পশ্চিম এছিয়াৰ পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে। দেওবাৰৰ পৰা ইৰাণ-ইজৰাইলৰ সংঘাতত উত্তপ্ত হৈ পৰিছে পশ্চিম এছিয়া। লেবাননত সংঘটিত আগ্ৰাসনৰ প্ৰতিবাদত দেওবাৰে ইৰাণে ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলায়। কমেও ১০টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা বুলি অভিযোগ উঠিছে।

ইয়াৰ লগে লগে ইজৰাইলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। দুয়োখন দেশে নিজৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক ইৰাণক আক্ৰমণ নকৰিবলৈ অনুৰোধ জনায় আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ইয়াৰ পিছতো সোমবাৰে ইজৰাইলৰ বাহিনীয়ে ইৰাণক আক্ৰমণ কৰে। তাৰ মাজতে ইৰাণৰ ৰাজধানী তেহৰাণত থকা ভাৰতীয় দূতাবাসে সোমবাৰে পুৱা এক বিবৃতি প্ৰকাশ কৰি কয়, “অঞ্চলটোত শেহতীয়া পৰিঘটনাৰ প্ৰেক্ষাপটত দূতাবাসে পূৰ্বৰ পৰামৰ্শ বাহাল ৰাখিছে। বৰ্তমান কোনো ভাৰতীয় নাগৰিকক ইৰাণলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে। ইয়াৰ উপৰি বৰ্তমান ইৰাণত থকা ভাৰতীয়সকলে যিকোনো প্ৰকাৰে দেশখন এৰি আহক ।”

Iran1 | ASSAM TIMES POST
সোনকালে ইৰাণ এৰক, পুনৰ সংঘাত আৰম্ভ হোৱাৰ পিছতে ভাৰতীয়লৈ পৰামৰ্শ ভাৰত চৰকাৰৰ

উল্লেখ্য যে ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলৰ যৌথ বাহিনীয়ে ইৰাণৰ ওপৰত আক্ৰমণ কৰাৰ পিছত পশ্চিম এছিয়াত সংঘাত তীব্ৰতৰ হৈ পৰে। তেতিয়াৰে পৰা ভাৰতৰ দূতাবাসে কেইবাটাও বিবৃতি প্ৰকাশ কৰাৰ লগতে বিভিন্ন পৰামৰ্শও প্ৰদান কৰে। তাত কোৱা হৈছে যে তেওঁলোকে পশ্চিম এছিয়াৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে। ভাৰতীয়ৰ সুৰক্ষা আৰু নিৰাপত্তাক অগ্ৰাধিকাৰ দিয়া হৈছে।

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি স্থাপনৰ বাবে আলোচনা চলি আছে। ট্ৰাম্পে দাবী কৰিছে যে তেওঁলোক চুক্তিৰ অতি ওচৰত। ইজৰাইলৰ আগ্ৰাসন আৰু পশ্চিম এছিয়াৰ নতুন সংঘাতে উক্ত আলোচনাত প্ৰভাৱ পেলাব নে চুক্তিখন পুনৰ বাতিল হ’ব সেয়া হ’ব লক্ষণীয় হ’ব।

Tags: IsraelattackonIran
Share4Tweet3Send

Related Posts

Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ
National-International

Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

by News Desk
June 8, 2026
50
Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল
National-International

Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল

by News Desk
June 8, 2026
50
Permission to sell alcohol : ‎মুছলিম প্ৰধান লাক্ষাদ্বীপত মদ বিক্ৰীৰ অনুমতি : সলনি হ’ল ৪৭ বছৰীয়া আইন
National-International

Permission to sell alcohol : ‎মুছলিম প্ৰধান লাক্ষাদ্বীপত মদ বিক্ৰীৰ অনুমতি : সলনি হ’ল ৪৭ বছৰীয়া আইন

by News Desk
June 8, 2026
50
Israel attack on Iran : সোনকালে ইৰাণ এৰক, পুনৰ সংঘাত আৰম্ভ হোৱাৰ পিছতে ভাৰতীয়লৈ পৰামৰ্শ কেন্দ্ৰৰ
National-International

Israel Iran war : ট্ৰাম্পৰ অনুৰোধক আওকাণ নেতানিয়াহুৰ, বিশ্বকাপৰ পূৰ্বে পুনৰ উত্তপ্ত মধ্যপ্ৰাচ্য

by News Desk
June 8, 2026
50
Woman fertility rate : ভাৰতত হ্ৰাস পাইছে মহিলাৰ প্ৰজননৰ হাৰ, উদ্বেগ প্ৰকাশ ইলন মাস্কৰ
National-International

Woman fertility rate : ভাৰতত হ্ৰাস পাইছে মহিলাৰ প্ৰজননৰ হাৰ, উদ্বেগ প্ৰকাশ ইলন মাস্কৰ

by News Desk
June 8, 2026
50
TMC crisis : মমতা-অভিষেক দিল্লীত থকাৰ সময়তে তৃণমূল বিদ্ৰোহী সাংসদৰ গোপন বৈঠক
National-International

TMC crisis : মমতা-অভিষেক দিল্লীত থকাৰ সময়তে তৃণমূল বিদ্ৰোহী সাংসদৰ গোপন বৈঠক

by News Desk
June 8, 2026
50
ADVERTISEMENT
One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১
NORTHEAST

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

June 8, 2026
50
Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ
National-International

Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

June 8, 2026
50
Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল
National-International

Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল

June 8, 2026
50
Permission to sell alcohol : ‎মুছলিম প্ৰধান লাক্ষাদ্বীপত মদ বিক্ৰীৰ অনুমতি : সলনি হ’ল ৪৭ বছৰীয়া আইন
National-International

Permission to sell alcohol : ‎মুছলিম প্ৰধান লাক্ষাদ্বীপত মদ বিক্ৰীৰ অনুমতি : সলনি হ’ল ৪৭ বছৰীয়া আইন

June 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

June 8, 2026
Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

June 8, 2026
Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল

Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল

June 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx