ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা

Staff Reporter by Staff Reporter
May 26, 2026
Reading Time: 1 min read
A A
0
Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

TN CM Vijay I ধৰ্ষণত শূন্য সহনশীলতা নীতিৰে অপৰাধ দমন কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী বিজয়

Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ নামত ২১৭ কোটিৰ মিউচুৱেল ফাণ্ড, ১২৯ কোটিৰ সম্পত্তি

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে প্ৰৱৰ্তন কৰা হৈছে পাঁচ দিনীয়া কৰ্ম সপ্তাহ। এতিয়াৰে পৰা প্ৰতি শনিবাৰ আৰু দেওবাৰে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। অৱশ্যে ইয়াৰ পৰিৱৰ্তে সপ্তাহৰ বাকী পাঁচ দিনত কৰ্তব্যৰ সময় বৃদ্ধি কৰা হৈছে।

Tripura Govt I
চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব:

বুধবাৰে সচিবালয়ত এক সংবাদমেলত কেবিনেটৰ বিভিন্ন সিদ্ধান্তৰ কথা ঘোষণা কৰি এই কথা ঘোষণা কৰে ত্ৰিপুৰাৰ পৰ্যটন মন্ত্ৰী সুশান্ত চৌধুৰীয়ে (Sushanta Choudhury)।

ত্ৰিপুৰাৰ পৰ্যটন মন্ত্ৰীগৰাকীয়ে কয় যে নতুন নিয়ম অনুসৰি চৰকাৰী কাৰ্যালয় পুৱা ১০ বজাৰ পৰিৱৰ্তে ৯.৩০ বজাৰ পৰা আৰম্ভ হ’ব। কৰ্মচাৰীসকলে সন্ধিয়া ৫.৩০ বজাৰ পৰিৱৰ্তে সন্ধিয়া ৬ বজালৈকে কাম কৰিব লাগিব।

একে সময়তে গ্ৰুপ-চি আৰু গ্ৰুপ-ডি কৰ্মচাৰীৰ বাবে শেহতীয়াকৈ প্ৰৱৰ্তন কৰা ৰোষ্টাৰ ব্যৱস্থাও প্ৰত্যাহাৰ কৰা হৈছে। ফলত সকলো চৰকাৰী কৰ্মচাৰীয়ে প্ৰতিদিনে কাৰ্যালয়ত উপস্থিত থাকিব লাগিব।

সংবাদমেলত সুশান্ত চৌধুৰীয়েও কয়, “মধ্যপ্ৰাচ্যৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যয় হ্ৰাসৰ আহ্বানৰ পিছত ৰাজ্য চৰকাৰে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে।

ইয়াৰ ভিতৰত ভাৰ্চুৱেলি চৰকাৰী বৈঠক অনুষ্ঠিত কৰা, বৈদ্যুতিক আৰু চিএনজি বাহনৰ ব্যৱহাৰ বৃদ্ধি কৰা, প্ৰশাসনিক পৰ্যায়ত গাড়ীৰ ব্যৱহাৰ হ্ৰাস কৰা, বৃহৎ পৰিসৰৰ ৰাজনৈতিক সমাৱেশৰ পৰা আঁতৰি থকা আদিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে।” জানিব পৰা মতে এই সন্দৰ্ভত ইতিমধ্যে বিভিন্ন চৰকাৰী বিভাগলৈ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে।

Tags: এইখন ৰাজ্যত এতিয়াৰে পৰাচৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচদিন কাম কৰিব লাগিববৃদ্ধি কৰ্মঘণ্টা
Share4Tweet3Send

Related Posts

CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক
National-International

TN CM Vijay I ধৰ্ষণত শূন্য সহনশীলতা নীতিৰে অপৰাধ দমন কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী বিজয়

by Staff Reporter
May 26, 2026
50
Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ নামত ২১৭ কোটিৰ মিউচুৱেল ফাণ্ড, ১২৯ কোটিৰ সম্পত্তি
National-International

Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ নামত ২১৭ কোটিৰ মিউচুৱেল ফাণ্ড, ১২৯ কোটিৰ সম্পত্তি

by Staff Reporter
May 26, 2026
50
Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান
National-International

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

by News Desk
May 25, 2026
50
‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ

ADVERTISEMENT
CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক
National-International

TN CM Vijay I ধৰ্ষণত শূন্য সহনশীলতা নীতিৰে অপৰাধ দমন কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী বিজয়

May 26, 2026
50
Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা
National-International

Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা

May 26, 2026
50
Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ নামত ২১৭ কোটিৰ মিউচুৱেল ফাণ্ড, ১২৯ কোটিৰ সম্পত্তি
National-International

Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ নামত ২১৭ কোটিৰ মিউচুৱেল ফাণ্ড, ১২৯ কোটিৰ সম্পত্তি

May 26, 2026
50
Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান
National-International

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

May 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক

TN CM Vijay I ধৰ্ষণত শূন্য সহনশীলতা নীতিৰে অপৰাধ দমন কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী বিজয়

May 26, 2026
Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা

Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা

May 26, 2026
Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ নামত ২১৭ কোটিৰ মিউচুৱেল ফাণ্ড, ১২৯ কোটিৰ সম্পত্তি

Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ নামত ২১৭ কোটিৰ মিউচুৱেল ফাণ্ড, ১২৯ কোটিৰ সম্পত্তি

May 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT