ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

NEET row I নীট বিতৰ্কৰ কেন্দ্ৰবিন্দুত ৰাজস্থানৰ বিৱাল পৰিয়াল, ২০২৫ চনত উত্তীৰ্ণ হৈছিল একেটা পৰিয়ালৰ পাঁচজন

Staff Reporter by Staff Reporter
May 16, 2026
Reading Time: 1 min read
A A
0
NEET paper leak case : নিট সম্পৰ্কীয় সকলো গোচৰ একেলগে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে, এনটিএ-কেন্দ্ৰলৈ জাননী

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

PM Modi I প্ৰধানমন্ত্ৰীৰ ছয়দিনীয়া বিদেশ ভ্ৰমণ, সংযুক্ত আৰব আমিৰশ্বাহীত তেল-গেছ চুক্তিত স্বাক্ষৰ মোদীৰ

‎জ্যেষ্ঠ ইছলামিক ষ্টেট গোটৰ নেতাক হত্যা আমেৰিকান আৰু নাইজেৰিয়ান বাহিনীৰ ‎

Smartphone sales : ‎স্মাৰ্টফোন বিক্ৰীৰ নামত দেশবাসীৰ পৰা ৬০ মিলিয়ন ডলাৰ লুট : দুই পুত্ৰক ‘অপকৰ্ম’ৰ বাবে বিপাঙত ট্ৰাম্প

নীট বিতৰ্কৰ কেন্দ্ৰবিন্দুত ৰাজস্থানৰ বিৱাল পৰিয়াল। উল্লেখ্য যে ২০২৬ চনৰ NEET-UG পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাত চিবিআয়ে একেটা পৰিয়ালৰ তিনিজন সদস্যক গ্ৰেপ্তাৰ কৰিছে। তদন্তকাৰীৰ সূত্ৰ অনুসৰি, ২০২৫ চনৰ নীটত একেটা পৰিয়ালৰ পাঁচজন সদস্যই একেলগে পৰীক্ষাত উত্তীৰ্ণ হৈছিল।
NEET row I
নীট বিতৰ্কৰ কেন্দ্ৰবিন্দুত ৰাজস্থানৰ বিৱাল পৰিয়াল:

সেই সময়ত নীট কেলেংকাৰীৰ অভিযুক্ত দীনেশ বিৱালে ছ’চিয়েল মিডিয়াত লিখিছিল, “আজি পৰিয়ালটোৰ বাবে আটাইতকৈ গৌৰৱৰ মুহূৰ্ত। পাঁচজনে মেডিকেল পৰীক্ষা ক্লিয়াৰ কৰি চৰকাৰী মেডিকেল কলেজত নামভৰ্তি কৰিছে।” এইবাৰ সেই ছ’চিয়েল মিডিয়াৰ বাৰ্তাটো তদন্তকাৰীৰ দৃষ্টিগোচৰ হৈছে।

ধাৰাবাহিক ঘটনাত আৰক্ষীয়ে এইবাৰৰ নীট কেলেংকাৰীত দীনেশ, তেওঁৰ ভাতৃ মংগিলাল আৰু ভতিজাক বিকাশক গ্ৰেপ্তাৰ কৰিছে। বিকাশে নিজে ছাৱাই মাধোপাৰু চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰি আছে। গ্ৰেপ্তাৰৰ পিছত তদন্তকাৰীয়ে গম পায় যে ২০২৫ চনত পৰিয়ালটোৰ পাঁচজন সদস্যই একেলগে নীটত উত্তীৰ্ণ হৈছিল।

ইয়াতেই তদন্তকাৰীৰ সন্দেহ বাঢ়িছে। তদন্তকাৰীয়ে এই কথাও গম পায় যে দীনেশৰ পুত্ৰ ঋষিয়ে দ্বাদশ শ্ৰেণীত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। সেইটোও গ্ৰেচ নম্বৰ লৈ। পৰিয়ালটোৰ বাকী চাৰিজন সদস্যৰো দ্বাদশ পৰীক্ষাত ভাল ফলাফল নাছিল। কিন্তু উক্ত পাঁচোজনে নীটত কেনেকৈ সুযোগ পালে সেই লৈ প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে।

দীনেশৰ কন্যা গুঞ্জনৰ লগতে পৰিয়ালটোৰ আন দুজন সদস্য পলক আৰু ছোনিয়াও নীট উত্তীৰ্ণ হৈ বৰ্তমান চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰি আছে। মংগিলালৰ কন্যা প্ৰকৃতিয়েও চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে।

চৰকাৰী চিকিৎসা মহাবিদ্যালয় এখনত একেটা পৰিয়ালৰ ইমানকেইজন মানুহে কেনেকৈ সুযোগ পালে সেয়া এতিয়া তদন্তকাৰীৰ চকুত পৰিছে। ইয়াৰ লগতে এই ঘটনাই প্ৰশ্ন উত্থাপন কৰিছে, ২০২৫ চনতো বিৱাল পৰিয়ালে পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত সংগ্ৰহ কৰিছিল নেকি?

Tags: নীট বিতৰ্কৰ কেন্দ্ৰবিন্দুত ৰাজস্থানৰপৰিয়ালৰ পাঁচজনবিৱাল পৰিয়াল২০২৫ চনত উত্তীৰ্ণ হৈছিল একেটা
Share4Tweet3Send

Related Posts

Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই
National-International

PM Modi I প্ৰধানমন্ত্ৰীৰ ছয়দিনীয়া বিদেশ ভ্ৰমণ, সংযুক্ত আৰব আমিৰশ্বাহীত তেল-গেছ চুক্তিত স্বাক্ষৰ মোদীৰ

by Staff Reporter
May 16, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

‎জ্যেষ্ঠ ইছলামিক ষ্টেট গোটৰ নেতাক হত্যা আমেৰিকান আৰু নাইজেৰিয়ান বাহিনীৰ ‎

by Staff Reporter
May 16, 2026
50
Smartphone sales : ‎স্মাৰ্টফোন বিক্ৰীৰ নামত দেশবাসীৰ পৰা ৬০ মিলিয়ন ডলাৰ লুট : দুই পুত্ৰক ‘অপকৰ্ম’ৰ বাবে বিপাঙত ট্ৰাম্প
National-International

Smartphone sales : ‎স্মাৰ্টফোন বিক্ৰীৰ নামত দেশবাসীৰ পৰা ৬০ মিলিয়ন ডলাৰ লুট : দুই পুত্ৰক ‘অপকৰ্ম’ৰ বাবে বিপাঙত ট্ৰাম্প

by News Desk
May 15, 2026
50
Bhojshala case : এইবাৰ মধ্যপ্ৰদেশৰ বিতৰ্কিত ভোজশালা মছজিদক মন্দিৰ ঘোষণা উচ্চ ন্যায়ালয়ৰ, মুছলমান পক্ষক বেলেগ ঠাইত নামাজ পঢ়াৰ পৰামৰ্শ
National-International

Bhojshala case : এইবাৰ মধ্যপ্ৰদেশৰ বিতৰ্কিত ভোজশালা মছজিদক মন্দিৰ ঘোষণা উচ্চ ন্যায়ালয়ৰ, মুছলমান পক্ষক বেলেগ ঠাইত নামাজ পঢ়াৰ পৰামৰ্শ

by News Desk
May 15, 2026
50
‎Ebola virus : আফ্ৰিকাত ইবোলা ভাইৰাছৰ তাণ্ডৱ : কংগোত মৃত্যু ৬৫, আক্ৰান্ত দুই শতাধিক
National-International

‎Ebola virus : আফ্ৰিকাত ইবোলা ভাইৰাছৰ তাণ্ডৱ : কংগোত মৃত্যু ৬৫, আক্ৰান্ত দুই শতাধিক

by News Desk
May 15, 2026
50
Modi’s Political attack : চৰকাৰী মঞ্চত ৰাজনৈতিক প্ৰচাৰ : মোদীৰ বিৰুদ্ধে আয়োগক পত্ৰ আমোলা, সমাজকৰ্মীসহ ৭০০ নাগৰিকৰ
National-International

PM Modi I আবুধাবিত প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক; ভাৰতৰ নিৰাপত্তা, শক্তি সংকটৰ ওপৰত গুৰুত্ব

by Staff Reporter
May 15, 2026
50
ADVERTISEMENT
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

May 16, 2026
50
NEET paper leak case : নিট সম্পৰ্কীয় সকলো গোচৰ একেলগে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে, এনটিএ-কেন্দ্ৰলৈ জাননী
National-International

NEET row I নীট বিতৰ্কৰ কেন্দ্ৰবিন্দুত ৰাজস্থানৰ বিৱাল পৰিয়াল, ২০২৫ চনত উত্তীৰ্ণ হৈছিল একেটা পৰিয়ালৰ পাঁচজন

May 16, 2026
50
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই
National-International

PM Modi I প্ৰধানমন্ত্ৰীৰ ছয়দিনীয়া বিদেশ ভ্ৰমণ, সংযুক্ত আৰব আমিৰশ্বাহীত তেল-গেছ চুক্তিত স্বাক্ষৰ মোদীৰ

May 16, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

‎জ্যেষ্ঠ ইছলামিক ষ্টেট গোটৰ নেতাক হত্যা আমেৰিকান আৰু নাইজেৰিয়ান বাহিনীৰ ‎

May 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

May 16, 2026
NEET paper leak case : নিট সম্পৰ্কীয় সকলো গোচৰ একেলগে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে, এনটিএ-কেন্দ্ৰলৈ জাননী

NEET row I নীট বিতৰ্কৰ কেন্দ্ৰবিন্দুত ৰাজস্থানৰ বিৱাল পৰিয়াল, ২০২৫ চনত উত্তীৰ্ণ হৈছিল একেটা পৰিয়ালৰ পাঁচজন

May 16, 2026
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই

PM Modi I প্ৰধানমন্ত্ৰীৰ ছয়দিনীয়া বিদেশ ভ্ৰমণ, সংযুক্ত আৰব আমিৰশ্বাহীত তেল-গেছ চুক্তিত স্বাক্ষৰ মোদীৰ

May 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx