ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

PM Modi I প্ৰধানমন্ত্ৰীৰ ছয়দিনীয়া বিদেশ ভ্ৰমণ, সংযুক্ত আৰব আমিৰশ্বাহীত তেল-গেছ চুক্তিত স্বাক্ষৰ মোদীৰ

Staff Reporter by Staff Reporter
May 16, 2026
Reading Time: 1 min read
A A
0
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

NEET row I নীট বিতৰ্কৰ কেন্দ্ৰবিন্দুত ৰাজস্থানৰ বিৱাল পৰিয়াল, ২০২৫ চনত উত্তীৰ্ণ হৈছিল একেটা পৰিয়ালৰ পাঁচজন

‎জ্যেষ্ঠ ইছলামিক ষ্টেট গোটৰ নেতাক হত্যা আমেৰিকান আৰু নাইজেৰিয়ান বাহিনীৰ ‎

Smartphone sales : ‎স্মাৰ্টফোন বিক্ৰীৰ নামত দেশবাসীৰ পৰা ৬০ মিলিয়ন ডলাৰ লুট : দুই পুত্ৰক ‘অপকৰ্ম’ৰ বাবে বিপাঙত ট্ৰাম্প

সংযুক্ত আৰব আমিৰশ্বাহীৰ (ইউএই) পৰা আৰম্ভ কৰি সমাপ্ত হ’ব ইটালীত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi) শুকুৰবাৰে যুদ্ধবিধ্বস্ত পশ্চিম এছিয়াৰ দেশ ইউএই ভ্ৰমণ কৰি ৬ দিনীয়া বিদেশ ভ্ৰমণ আৰম্ভ কৰে।

PM Modi I
সংযুক্ত আৰব আমিৰশ্বাহীত তেল-গেছ চুক্তিত স্বাক্ষৰ মোদীৰ:

ইয়াৰ পিছত তেওঁ ইউৰোপৰ চাৰিখন দেশ নেদাৰলেণ্ড, নৰৱে, ছুইডেন আৰু ইটালী ভ্ৰমণ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক সূত্ৰই পূৰ্বে প্ৰকাশ কৰিছিল যে হৰমুজ প্ৰণালীত হোৱা অৱৰোধ আৰু ইৰাণ যুদ্ধৰ বাবে শক্তি সংকট আৰু ভাঙি পৰা যোগান শৃংখলৰ ওপৰত মোদীয়ে পাঁচখন দেশৰ নেতাৰ সৈতে আলোচনা কৰিব।

শুকুৰবাৰে তেওঁ ইউএই ভ্ৰমণ কৰি সেই কাম আৰম্ভ কৰিছে। পেট্ৰ’লিয়াম সামগ্ৰী আৰু ৰন্ধন গেছ লাভৰ বাবে ইউএইৰ সৈতে ভাৰতে চুক্তি স্বাক্ষৰ কৰিছে। ইয়াৰ উপৰি ভাৰতত প্ৰতিৰক্ষা খণ্ডত বিনিয়োগৰ বাবে ‘ বুজাবুজি চুক্তি’ ঘোষণা কৰা হৈছে।

আবুধাবিত স্বাক্ষৰিত ‘ভাৰত-সংযুক্ত আৰব আমিৰশ্বাহীৰ কৌশলগত প্ৰতিৰক্ষা অংশীদাৰিত্ব’ চুক্তি অনুসৰি এতিয়াৰে পৰা দুয়োখন দেশৰ মাজত সামৰিক সহযোগিতা কেৱল যৌথ অনুশীলনত সীমাবদ্ধ নাথাকিব। প্ৰতিৰক্ষা প্ৰযুক্তিৰ ক্ষেত্ৰত যৌথভাৱে অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক সঁজুলি উৎপাদন কৰা হ’ব। তদুপৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ দুয়োখন দেশৰ মাজত চোৰাংচোৱা তথ্যৰ আদান-প্ৰদান কৰা হ’ব।

গুজৰাটত ‘জাহাজ মেৰামতি ক্লাষ্টাৰ’ বা জাহাজ মেৰামতি কেন্দ্ৰ স্থাপনৰ বাবেও দুয়োখন দেশৰ চুক্তি স্বাক্ষৰিত হৈছে। ইয়াৰ দ্বাৰা ভাৰতৰ সামুদ্ৰিক আন্তঃগাঁথনি শক্তিশালী হোৱাই নহয়, জাহাজ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰতো ভাৰতক আঞ্চলিক কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব।

Tags: চুক্তিত স্বাক্ষৰ মোদীৰপ্ৰধানমন্ত্ৰীৰ ছয়দিনীয়া বিদেশ ভ্ৰমণসংযুক্ত আৰব আমিৰশ্বাহীত তেল-গেছ
Share4Tweet3Send

Related Posts

NEET paper leak case : নিট সম্পৰ্কীয় সকলো গোচৰ একেলগে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে, এনটিএ-কেন্দ্ৰলৈ জাননী
National-International

NEET row I নীট বিতৰ্কৰ কেন্দ্ৰবিন্দুত ৰাজস্থানৰ বিৱাল পৰিয়াল, ২০২৫ চনত উত্তীৰ্ণ হৈছিল একেটা পৰিয়ালৰ পাঁচজন

by Staff Reporter
May 16, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

‎জ্যেষ্ঠ ইছলামিক ষ্টেট গোটৰ নেতাক হত্যা আমেৰিকান আৰু নাইজেৰিয়ান বাহিনীৰ ‎

by Staff Reporter
May 16, 2026
50
Smartphone sales : ‎স্মাৰ্টফোন বিক্ৰীৰ নামত দেশবাসীৰ পৰা ৬০ মিলিয়ন ডলাৰ লুট : দুই পুত্ৰক ‘অপকৰ্ম’ৰ বাবে বিপাঙত ট্ৰাম্প
National-International

Smartphone sales : ‎স্মাৰ্টফোন বিক্ৰীৰ নামত দেশবাসীৰ পৰা ৬০ মিলিয়ন ডলাৰ লুট : দুই পুত্ৰক ‘অপকৰ্ম’ৰ বাবে বিপাঙত ট্ৰাম্প

by News Desk
May 15, 2026
50
Bhojshala case : এইবাৰ মধ্যপ্ৰদেশৰ বিতৰ্কিত ভোজশালা মছজিদক মন্দিৰ ঘোষণা উচ্চ ন্যায়ালয়ৰ, মুছলমান পক্ষক বেলেগ ঠাইত নামাজ পঢ়াৰ পৰামৰ্শ
National-International

Bhojshala case : এইবাৰ মধ্যপ্ৰদেশৰ বিতৰ্কিত ভোজশালা মছজিদক মন্দিৰ ঘোষণা উচ্চ ন্যায়ালয়ৰ, মুছলমান পক্ষক বেলেগ ঠাইত নামাজ পঢ়াৰ পৰামৰ্শ

by News Desk
May 15, 2026
50
‎Ebola virus : আফ্ৰিকাত ইবোলা ভাইৰাছৰ তাণ্ডৱ : কংগোত মৃত্যু ৬৫, আক্ৰান্ত দুই শতাধিক
National-International

‎Ebola virus : আফ্ৰিকাত ইবোলা ভাইৰাছৰ তাণ্ডৱ : কংগোত মৃত্যু ৬৫, আক্ৰান্ত দুই শতাধিক

by News Desk
May 15, 2026
50
Modi’s Political attack : চৰকাৰী মঞ্চত ৰাজনৈতিক প্ৰচাৰ : মোদীৰ বিৰুদ্ধে আয়োগক পত্ৰ আমোলা, সমাজকৰ্মীসহ ৭০০ নাগৰিকৰ
National-International

PM Modi I আবুধাবিত প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক; ভাৰতৰ নিৰাপত্তা, শক্তি সংকটৰ ওপৰত গুৰুত্ব

by Staff Reporter
May 15, 2026
50
ADVERTISEMENT
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

May 16, 2026
50
NEET paper leak case : নিট সম্পৰ্কীয় সকলো গোচৰ একেলগে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে, এনটিএ-কেন্দ্ৰলৈ জাননী
National-International

NEET row I নীট বিতৰ্কৰ কেন্দ্ৰবিন্দুত ৰাজস্থানৰ বিৱাল পৰিয়াল, ২০২৫ চনত উত্তীৰ্ণ হৈছিল একেটা পৰিয়ালৰ পাঁচজন

May 16, 2026
50
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই
National-International

PM Modi I প্ৰধানমন্ত্ৰীৰ ছয়দিনীয়া বিদেশ ভ্ৰমণ, সংযুক্ত আৰব আমিৰশ্বাহীত তেল-গেছ চুক্তিত স্বাক্ষৰ মোদীৰ

May 16, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

‎জ্যেষ্ঠ ইছলামিক ষ্টেট গোটৰ নেতাক হত্যা আমেৰিকান আৰু নাইজেৰিয়ান বাহিনীৰ ‎

May 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

May 16, 2026
NEET paper leak case : নিট সম্পৰ্কীয় সকলো গোচৰ একেলগে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে, এনটিএ-কেন্দ্ৰলৈ জাননী

NEET row I নীট বিতৰ্কৰ কেন্দ্ৰবিন্দুত ৰাজস্থানৰ বিৱাল পৰিয়াল, ২০২৫ চনত উত্তীৰ্ণ হৈছিল একেটা পৰিয়ালৰ পাঁচজন

May 16, 2026
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই

PM Modi I প্ৰধানমন্ত্ৰীৰ ছয়দিনীয়া বিদেশ ভ্ৰমণ, সংযুক্ত আৰব আমিৰশ্বাহীত তেল-গেছ চুক্তিত স্বাক্ষৰ মোদীৰ

May 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx