ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Bhojshala case : এইবাৰ মধ্যপ্ৰদেশৰ বিতৰ্কিত ভোজশালা মছজিদক মন্দিৰ ঘোষণা উচ্চ ন্যায়ালয়ৰ, মুছলমান পক্ষক বেলেগ ঠাইত নামাজ পঢ়াৰ পৰামৰ্শ

News Desk by News Desk
May 15, 2026
Reading Time: 1 min read
A A
0
Bhojshala case : এইবাৰ মধ্যপ্ৰদেশৰ বিতৰ্কিত ভোজশালা মছজিদক মন্দিৰ ঘোষণা উচ্চ ন্যায়ালয়ৰ, মুছলমান পক্ষক বেলেগ ঠাইত নামাজ পঢ়াৰ পৰামৰ্শ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Smartphone sales : ‎স্মাৰ্টফোন বিক্ৰীৰ নামত দেশবাসীৰ পৰা ৬০ মিলিয়ন ডলাৰ লুট : দুই পুত্ৰক ‘অপকৰ্ম’ৰ বাবে বিপাঙত ট্ৰাম্প

‎Ebola virus : আফ্ৰিকাত ইবোলা ভাইৰাছৰ তাণ্ডৱ : কংগোত মৃত্যু ৬৫, আক্ৰান্ত দুই শতাধিক

PM Modi I আবুধাবিত প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক; ভাৰতৰ নিৰাপত্তা, শক্তি সংকটৰ ওপৰত গুৰুত্ব

মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে (Madhya Pradesh High Court) ভোজশালা চৌহদৰ বিতৰ্কিত (Bhojshala courtyard debate) অংশটোক মন্দিৰ হিচাপে ঘোষণা (Declared as a temple) কৰিছে। শুকুৰবাৰে এই গোচৰৰ ৰায়দান কৰে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিজয় কুমাৰ শুক্লা আৰু ন্যায়াধীশ আলোক অৱস্থিৰ বিচাৰপীঠে। মুছলমান বিবাদীসকলক অন্য ঠাইত উপাসনা কৰিবলৈও পৰামৰ্শ দিয়া হৈছে। ন্যায়াধীশগৰাকীয়ে মুছলমান পক্ষক ৰাজ্য চৰকাৰৰ পৰা উপাসনাৰ বাবে বেলেগ ঠাই বিচাৰিবলৈ অনুৰোধ জনাইছে।

মধ্যপ্ৰদেশৰ ধাৰ চহৰৰ প্ৰায় হাজাৰ বছৰীয়া কামাল মৌলা দৰগাহ আৰু মছজিদ দীৰ্ঘদিন ধৰি বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ আহিছে। হিন্দুত্ববাদী কৰ্মীসকলে দাবী কৰে যে এই স্মৃতিসৌধটো আচলতে ৰাজা ভোজে নিৰ্মাণ কৰা প্ৰাচীন সৰস্বতী মন্দিৰ। চৰকাৰী নিয়ম অনুসৰি, প্ৰতি মঙলবাৰে হিন্দুসকলক ভোজশালাত পূজা কৰিবলৈ অনুমতি দিয়া হয় আৰু মুছলমানসকলক শুকুৰবাৰে নামাজ পঢ়াৰ অনুমতি দিয়া হয়। সপ্তাহৰ আন দিনত যিকোনো ব্যক্তিয়ে প্ৰৱেশ কৰিব পাৰে। কিন্তু সেই দিনবোৰত এই স্মৃতিসৌধত কাকো পূজা বা প্ৰাৰ্থনা কৰিবলৈ দিয়া নহয়। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপে (ASI) এই বিতৰ্কিত অংশত ‘বৈজ্ঞানিক জৰীপ’ চলাইছিল। শুকুৰবাৰে আদালতে কয় যে বিভিন্ন প্ৰমাণ বিশ্লেষণ কৰি এই স্থানত হিন্দু পূজাৰ ধাৰাবাহিকতা কেতিয়াও বিলুপ্ত হোৱা নাই বুলি জানিব পৰা গৈছে। ঐতিহাসিক সাহিত্যয়ো প্ৰমাণ কৰে যে বিবাদিত অঞ্চলটোত ৰজা ভোজৰ সংস্কৃত শিক্ষণ কেন্দ্ৰ আছিল। সেয়ে এই খণ্ডটো মন্দিৰ হিচাপে ঘোষণা কৰা হৈছে।

bho | ASSAM TIMES POST
মধ্যপ্ৰদেশৰ বিতৰ্কিত ভোজশালা মছজিদক মন্দিৰ ঘোষণা উচ্চ ন্যায়ালয়ৰ, মুছলমান পক্ষক বেলেগ ঠাইত নামাজ পঢ়াৰ পৰামৰ্শ

ন্যায়াধীশসকলে কয় যে এ এছ আয়ে ভোজশালাৰ উক্ত অংশৰ সংৰক্ষণ আৰু নিৰাপত্তাৰ তদাৰক কৰিব। এই বিষয়ত তেওঁলোকৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকিব। হিন্দু আবেদনকাৰীয়ে লণ্ডন মিউজিয়ামৰ পৰা সৰস্বতীৰ মূৰ্তি আনি ভোজশালাত স্থাপন কৰিব বিচাৰিছে। ইয়াৰ বাবে ইতিমধ্যে কেইবাখনো আবেদন কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰা হৈছে। আদালতে কয় যে কেন্দ্ৰই সেই আবেদনসমূহ বিবেচনা কৰিব পাৰে।

হিন্দুত্ববাদী সংগঠনসমূহে ২০২২ চনত আদালতৰ কাষ চাপিছিল। আনহাতে, মঙলবাৰে হিন্দুসকলে পূজা আৰু শুকুৰবাৰে মুছলমানসকলে ভোজশালাত নামাজ পঢ়াৰ প্ৰথা শেষ কৰিবলৈ বিচাৰিছিল। তেওঁলোকে তাত একান্ত হিন্দু পূজাৰ প্ৰৱৰ্তন কৰিব বিচাৰিছিল। ২০২৪ চনত উচ্চ ন্যায়ালয়ে এ এছ আইক ভোজশালাৰ সেই অংশটোৰ ‘বৈজ্ঞানিক জৰীপ’ কৰিবলৈ কয়। ৯৮ দিন জৰীপ চলোৱাৰ পিছত এ এছ আয়ে আদালতত প্ৰতিবেদন দাখিল কৰে। দুহাজাৰ পৃষ্ঠাৰ প্ৰতিবেদনত এ এছ আয়ে উল্লেখ কৰিছিল যে এতিয়া য’ত মছজিদ আছে, তাত পূৰ্বতে পাৰ্মা বংশৰ সময়ত এটা বিশাল আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছিল। অৱশ্যে মুছলমান পক্ষই জৰীপৰ প্ৰতিবেদন ‘পক্ষপাতমূলক’ বুলি অভিযোগ উত্থাপন কৰে। সেই লৈ আদালতত বিভ্ৰান্তিৰ সৃষ্টি হয় । এইবাৰ উক্ত গোচৰতে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰে।

Tags: Bhojshalacase
Share4Tweet3Send

Related Posts

Smartphone sales : ‎স্মাৰ্টফোন বিক্ৰীৰ নামত দেশবাসীৰ পৰা ৬০ মিলিয়ন ডলাৰ লুট : দুই পুত্ৰক ‘অপকৰ্ম’ৰ বাবে বিপাঙত ট্ৰাম্প
National-International

Smartphone sales : ‎স্মাৰ্টফোন বিক্ৰীৰ নামত দেশবাসীৰ পৰা ৬০ মিলিয়ন ডলাৰ লুট : দুই পুত্ৰক ‘অপকৰ্ম’ৰ বাবে বিপাঙত ট্ৰাম্প

by News Desk
May 15, 2026
50
‎Ebola virus : আফ্ৰিকাত ইবোলা ভাইৰাছৰ তাণ্ডৱ : কংগোত মৃত্যু ৬৫, আক্ৰান্ত দুই শতাধিক
National-International

‎Ebola virus : আফ্ৰিকাত ইবোলা ভাইৰাছৰ তাণ্ডৱ : কংগোত মৃত্যু ৬৫, আক্ৰান্ত দুই শতাধিক

by News Desk
May 15, 2026
50
Modi’s Political attack : চৰকাৰী মঞ্চত ৰাজনৈতিক প্ৰচাৰ : মোদীৰ বিৰুদ্ধে আয়োগক পত্ৰ আমোলা, সমাজকৰ্মীসহ ৭০০ নাগৰিকৰ
National-International

PM Modi I আবুধাবিত প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক; ভাৰতৰ নিৰাপত্তা, শক্তি সংকটৰ ওপৰত গুৰুত্ব

by Staff Reporter
May 15, 2026
50
Dentist I আদিম মানুহেও জানিছিল নেকি দন্ত চিকিৎসাৰ কথা ? ৫৯ হাজাৰ বছৰ পুৰণি জীৱাশ্মৰ গৱেষণাত নতুন সূত্ৰ
National-International

Dentist I আদিম মানুহেও জানিছিল নেকি দন্ত চিকিৎসাৰ কথা ? ৫৯ হাজাৰ বছৰ পুৰণি জীৱাশ্মৰ গৱেষণাত নতুন সূত্ৰ

by Staff Reporter
May 15, 2026
50
NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা
National-International

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

by Staff Reporter
May 15, 2026
50
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

by Staff Reporter
May 15, 2026
50
ADVERTISEMENT
Smartphone sales : ‎স্মাৰ্টফোন বিক্ৰীৰ নামত দেশবাসীৰ পৰা ৬০ মিলিয়ন ডলাৰ লুট : দুই পুত্ৰক ‘অপকৰ্ম’ৰ বাবে বিপাঙত ট্ৰাম্প
National-International

Smartphone sales : ‎স্মাৰ্টফোন বিক্ৰীৰ নামত দেশবাসীৰ পৰা ৬০ মিলিয়ন ডলাৰ লুট : দুই পুত্ৰক ‘অপকৰ্ম’ৰ বাবে বিপাঙত ট্ৰাম্প

May 15, 2026
50
Bhojshala case : এইবাৰ মধ্যপ্ৰদেশৰ বিতৰ্কিত ভোজশালা মছজিদক মন্দিৰ ঘোষণা উচ্চ ন্যায়ালয়ৰ, মুছলমান পক্ষক বেলেগ ঠাইত নামাজ পঢ়াৰ পৰামৰ্শ
National-International

Bhojshala case : এইবাৰ মধ্যপ্ৰদেশৰ বিতৰ্কিত ভোজশালা মছজিদক মন্দিৰ ঘোষণা উচ্চ ন্যায়ালয়ৰ, মুছলমান পক্ষক বেলেগ ঠাইত নামাজ পঢ়াৰ পৰামৰ্শ

May 15, 2026
50
‎Ebola virus : আফ্ৰিকাত ইবোলা ভাইৰাছৰ তাণ্ডৱ : কংগোত মৃত্যু ৬৫, আক্ৰান্ত দুই শতাধিক
National-International

‎Ebola virus : আফ্ৰিকাত ইবোলা ভাইৰাছৰ তাণ্ডৱ : কংগোত মৃত্যু ৬৫, আক্ৰান্ত দুই শতাধিক

May 15, 2026
50
Modi’s Political attack : চৰকাৰী মঞ্চত ৰাজনৈতিক প্ৰচাৰ : মোদীৰ বিৰুদ্ধে আয়োগক পত্ৰ আমোলা, সমাজকৰ্মীসহ ৭০০ নাগৰিকৰ
National-International

PM Modi I আবুধাবিত প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক; ভাৰতৰ নিৰাপত্তা, শক্তি সংকটৰ ওপৰত গুৰুত্ব

May 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Smartphone sales : ‎স্মাৰ্টফোন বিক্ৰীৰ নামত দেশবাসীৰ পৰা ৬০ মিলিয়ন ডলাৰ লুট : দুই পুত্ৰক ‘অপকৰ্ম’ৰ বাবে বিপাঙত ট্ৰাম্প

Smartphone sales : ‎স্মাৰ্টফোন বিক্ৰীৰ নামত দেশবাসীৰ পৰা ৬০ মিলিয়ন ডলাৰ লুট : দুই পুত্ৰক ‘অপকৰ্ম’ৰ বাবে বিপাঙত ট্ৰাম্প

May 15, 2026
Bhojshala case : এইবাৰ মধ্যপ্ৰদেশৰ বিতৰ্কিত ভোজশালা মছজিদক মন্দিৰ ঘোষণা উচ্চ ন্যায়ালয়ৰ, মুছলমান পক্ষক বেলেগ ঠাইত নামাজ পঢ়াৰ পৰামৰ্শ

Bhojshala case : এইবাৰ মধ্যপ্ৰদেশৰ বিতৰ্কিত ভোজশালা মছজিদক মন্দিৰ ঘোষণা উচ্চ ন্যায়ালয়ৰ, মুছলমান পক্ষক বেলেগ ঠাইত নামাজ পঢ়াৰ পৰামৰ্শ

May 15, 2026
‎Ebola virus : আফ্ৰিকাত ইবোলা ভাইৰাছৰ তাণ্ডৱ : কংগোত মৃত্যু ৬৫, আক্ৰান্ত দুই শতাধিক

‎Ebola virus : আফ্ৰিকাত ইবোলা ভাইৰাছৰ তাণ্ডৱ : কংগোত মৃত্যু ৬৫, আক্ৰান্ত দুই শতাধিক

May 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx