ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Chandranath murder case I শুভেন্দুৰ সহায়কক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ তিনি অভিযুক্ত

Staff Reporter by Staff Reporter
May 11, 2026
Reading Time: 1 min read
A A
0
Suvendu Oath Taking I মুখ্যমন্ত্ৰী শুভেন্দুৰ সৈতে ৫ বিধায়কৰ শপত গ্ৰহণ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Supreme Court Orders High Courts : Speedy Disposal of Bail Pleas

Hantavirus I এইবাৰ হাণ্টা ভাইৰাছ, আটলাণ্টিক ক্ৰুজত আক্ৰান্ত দুজন ভাৰতীয়

PM Modi I দেশত জৰুৰী অৱস্থা? ইন্ধন আৰু খোৱা তেলৰ ব্যৱহাৰ কমাবলৈ, সোণৰ গহনা কিনা বন্ধ কৰিবলৈ মোদীৰ আহ্বান

শুভেন্দু অধিকাৰীৰ ঘনিষ্ঠ সহযোগী চন্দ্ৰনাথ ৰথৰ (Chandranath Murder Case) হত্যাকাণ্ডৰ গোচৰত তদন্তকাৰী দলে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰিছে তিনিওজন সন্দেহযুক্ত লোকক। চন্দ্ৰনাথৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে গঠন কৰা হৈছে বিশেষ তদন্তকাৰী দল।

Chandranath murder case I
শুভেন্দুৰ সহায়কক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ তিনি অভিযুক্ত:

এছ আই টিৰ এটা দলে আক্ৰমণকাৰীক বিচাৰি উত্তৰ প্ৰদেশত অভিযান চলাইছিল। দেওবাৰে নিশা বিশেষ অভিযানত তাৰ পৰাই তিনিওজনক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা লোকসকলৰ নাম হ’ল মায়ংক শৰ্মা, বিকি মৌৰ্য আৰু ৰাজ সিং। জানিব পৰা মতে, গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ ভিতৰত এজন পেছাদাৰী ‘শ্বুটাৰ’ আছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, ধৃত লোকসকলৰ বিহাৰ সংযোগো আছে। তেওঁলোকক ইতিমধ্যে কলকাতালৈ অনা হৈছে। সোমবাৰে আটকাধীন লোকসকলক আদালতত হাজিৰ কৰোৱা হ’ব। যোৱা ৬ মে’ৰ নিশা মধ্যমগ্ৰামত গুলীয়াই হত্যা কৰিছিল চন্দ্ৰনাথক।

চন্দ্ৰনাথৰ গাড়ীৰ সন্মুখত আন এখন চাৰিচকীয়া বাহন আহিছিল। ফলত চন্দ্ৰনাথৰ গাড়ীখন ৰৈ যাবসগা হয়। সেই সময়তে দুয়োফালৰ পৰা দুখন বাইকত উঠি অহা দুষ্কৃতিকাৰীয়ে একেৰাহে গুলীচালনা কৰে। থিতাতে মৃত্যু হয় চন্দ্ৰনাথৰ। তেওঁৰ চালকজন এতিয়াও চিকিৎসাধীন হৈ আছে।

চন্দ্ৰনাথৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে গঠন কৰা দলটোত এছটিএফ আৰু ৰাজ্যিক আৰক্ষীৰ চিআইডিৰ বিষয়াও আছে। প্ৰথম অৱস্থাত তদন্তকাৰীৰ মতে হত্যাকাণ্ডত ব্যৱহৃত গাড়ীখন ঝাৰখণ্ডৰ পৰা অনা হৈছিল। গাড়ীখনৰ পৰাই বালি টোল প্লাজালৈ অনলাইনত পইচা পঠিওৱা হৈছিল। সূত্ৰসমূহে জনোৱা মতে, উক্ত তথ্যৰ ভিত্তিত অভিযুক্তৰ সন্ধান আৰম্ভ হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, চন্দ্ৰনাথক হত্যাৰ পৰিকল্পনা কমেও ডেৰ মাহ পূৰ্বে ৰচনা কৰা হৈছিল। চন্দ্ৰনাথৰ সেই সময়ত কাৰোবাৰ লগত কাজিয়া হৈছিল নেকি, যাৰ বাবে হয়তো তেওঁক হত্যা কৰাৰ উদ্দেশ্য আছিল, তাৰো তদন্ত চলি আছে।

ঘটনাৰ দিনাই হত্যাকাণ্ডত ব্যৱহৃত গাড়ীখন আৰক্ষীয়ে জব্দ কৰে। গাড়ীখনৰ নম্বৰ প্লেটখন ভুৱা। ইয়াৰ পিছতে দুষ্কৃতিকাৰীৰ দুখন বাইকো উদ্ধাৰ কৰা হয়। অৱশ্যে আৰক্ষীয়ে প্ৰথমে দুয়োখন বাইকৰ নম্বৰ প্লেট ভুৱা বুলি অনুমান কৰিছে।

Tags: গ্ৰেপ্তাৰ তিনি অভিযুক্তশুভেন্দুৰ সহায়কক হত্যাৰ গোচৰত
Share4Tweet3Send

Related Posts

Supreme Court Orders High Courts : Speedy Disposal of Bail Pleas
National-International

Supreme Court Orders High Courts : Speedy Disposal of Bail Pleas

by News Desk
May 11, 2026
50
HMPV Virus : কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটৰ দুমহীয়া শিশু এইচ এম পি ভি ভাইৰাছত সংক্ৰমিত
National-International

Hantavirus I এইবাৰ হাণ্টা ভাইৰাছ, আটলাণ্টিক ক্ৰুজত আক্ৰান্ত দুজন ভাৰতীয়

by Staff Reporter
May 11, 2026
50
Modi’s Political attack : চৰকাৰী মঞ্চত ৰাজনৈতিক প্ৰচাৰ : মোদীৰ বিৰুদ্ধে আয়োগক পত্ৰ আমোলা, সমাজকৰ্মীসহ ৭০০ নাগৰিকৰ
National-International

PM Modi I দেশত জৰুৰী অৱস্থা? ইন্ধন আৰু খোৱা তেলৰ ব্যৱহাৰ কমাবলৈ, সোণৰ গহনা কিনা বন্ধ কৰিবলৈ মোদীৰ আহ্বান

by Staff Reporter
May 11, 2026
50
TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ
National-International

‎বিজয় শপতগ্ৰহণত বন্দে মাতৰম সংগীত

by Staff Reporter
May 10, 2026
50
উগ্ৰবাদ প্ৰসাৰৰ ক্ষেত্ৰত শত্ৰু দেশ সক্ৰিয় হৈ আছে, কেন্দ্ৰৰ অভিযোগ
National-International

‎মালিত সন্ত্ৰাসবাদীৰ তাণ্ডৱ I ৭০ৰ অধিক লোকক হত্যা, দায়িত্ব স্বীকাৰ আল-কায়দাৰ

by Staff Reporter
May 10, 2026
50
‎একে সময়তে একাধিক পাৰমাণৱিক বোমা নিক্ষেপ কৰিব অগ্নি-৫ এ I ডিআৰডিঅ’ৰ সফল পৰীক্ষা
National-International

‎একে সময়তে একাধিক পাৰমাণৱিক বোমা নিক্ষেপ কৰিব অগ্নি-৫ এ I ডিআৰডিঅ’ৰ সফল পৰীক্ষা

by Staff Reporter
May 10, 2026
50
ADVERTISEMENT
Supreme Court Orders High Courts : Speedy Disposal of Bail Pleas
National-International

Supreme Court Orders High Courts : Speedy Disposal of Bail Pleas

May 11, 2026
50
HMPV Virus : কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটৰ দুমহীয়া শিশু এইচ এম পি ভি ভাইৰাছত সংক্ৰমিত
National-International

Hantavirus I এইবাৰ হাণ্টা ভাইৰাছ, আটলাণ্টিক ক্ৰুজত আক্ৰান্ত দুজন ভাৰতীয়

May 11, 2026
50
Suvendu Oath Taking I মুখ্যমন্ত্ৰী শুভেন্দুৰ সৈতে ৫ বিধায়কৰ শপত গ্ৰহণ
National-International

Chandranath murder case I শুভেন্দুৰ সহায়কক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ তিনি অভিযুক্ত

May 11, 2026
50
Modi’s Political attack : চৰকাৰী মঞ্চত ৰাজনৈতিক প্ৰচাৰ : মোদীৰ বিৰুদ্ধে আয়োগক পত্ৰ আমোলা, সমাজকৰ্মীসহ ৭০০ নাগৰিকৰ
National-International

PM Modi I দেশত জৰুৰী অৱস্থা? ইন্ধন আৰু খোৱা তেলৰ ব্যৱহাৰ কমাবলৈ, সোণৰ গহনা কিনা বন্ধ কৰিবলৈ মোদীৰ আহ্বান

May 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Supreme Court Orders High Courts : Speedy Disposal of Bail Pleas

Supreme Court Orders High Courts : Speedy Disposal of Bail Pleas

May 11, 2026
HMPV Virus : কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটৰ দুমহীয়া শিশু এইচ এম পি ভি ভাইৰাছত সংক্ৰমিত

Hantavirus I এইবাৰ হাণ্টা ভাইৰাছ, আটলাণ্টিক ক্ৰুজত আক্ৰান্ত দুজন ভাৰতীয়

May 11, 2026
Suvendu Oath Taking I মুখ্যমন্ত্ৰী শুভেন্দুৰ সৈতে ৫ বিধায়কৰ শপত গ্ৰহণ

Chandranath murder case I শুভেন্দুৰ সহায়কক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ তিনি অভিযুক্ত

May 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx