ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Harbhajan Singh I হৰভজনৰ ঘৰত সমৰ্থকে লিখিলে ‘গাদ্দাৰ’, আপ এৰি বিজেপিত যোগ দিয়া সাংসদলৈ বিশেষ নিৰাপত্তা

Staff Reporter by Staff Reporter
April 27, 2026
Reading Time: 1 min read
A A
0
Harbhajan Singh I হৰভজনৰ ঘৰত সমৰ্থকে লিখিলে ‘গাদ্দাৰ’, আপ এৰি বিজেপিত যোগ দিয়া সাংসদলৈ বিশেষ নিৰাপত্তা

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Donald Trump attack case I গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই, ট্ৰাম্পৰ ওপৰত আক্ৰমণক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ

PM Modi I লোকপিয়লত নাগৰিকে প্ৰদান কৰা তথ্য গোপনীয় হৈ থাকিব, মন কি বাতত মোদীৰ আশ্বাস

‎চহৰৰ পথত চলিব চালকবিহীন টেক্সি

ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ হৰভজন সিঙে (Harbhajan Singh) আম আদমী পাৰ্টী ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিছত সমৰ্থকৰ প্ৰতিবাদৰ সন্মুখীন হয়। শনিবাৰে পঞ্জাবৰ জলন্ধৰত তেওঁৰ ঘৰৰ সন্মুখত আপ সমৰ্থকে প্ৰতিবাদ সাব্যস্ত কৰে।

Harbhajan Singh I
আপ এৰি বিজেপিত যোগ দিয়া সাংসদলৈ বিশেষ নিৰাপত্তা:

অভিযোগ অনুসৰি, তেওঁৰ ঘৰৰ বাহিৰৰ বেৰত চিয়াঁহীৰে লিখা আছিল ‘গাদ্দাৰ’ শব্দটো। যাৰ অৰ্থ হৈছে ‘দেশদ্ৰোহী’। ইয়াৰ পিছতে দেওবাৰে হৰভজন সিঙক কেন্দ্ৰীয় নিৰাপত্তা প্ৰদান কৰা হয়। জলন্ধৰত তেওঁৰ ঘৰৰ সন্মুখত কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ জোৱান মোতায়েন কৰা হয়।

সংবাদ সংস্থা পি টি আয়ে সূত্ৰৰ উদ্ধৃতি দি শনিবাৰে প্ৰকাশ কৰিছিল যে পঞ্জাৱ আৰক্ষীয়ে আপৰ সাংসদসকলক প্ৰদান কৰা নিৰাপত্তা প্ৰত্যাহাৰ কৰা হৈছে। হৰভজনৰ লগত সকলো সময়তে পঞ্জাৱ আৰক্ষীৰ ৯ৰ পৰা ১০জন বিষয়া আছিল। দেওবাৰৰ পৰা চি আৰ পি এফৰ জোৱান তেওঁৰ ঘৰৰ সন্মুখত মোতায়েন কৰা হয়।

খবৰ অনুসৰি, আপ এৰি বিজেপিত যোগদান কৰা আটাইকেইজন নেতাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সুকীয়াকৈ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। ৰাঘৱ চাদ্দায়ো একেই নিৰাপত্তা লাভ কৰিছে। জানিব পৰা মতে, পঞ্জাৱ আৰক্ষীৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰাৰ পিছত আৰু হৰভজনৰ ঘৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত কেন্দ্ৰই পৃথক নিৰাপত্তাৰ আদেশ দিয়ে।

উল্লেখ্য যে শুকুৰবাৰে আপ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল হৰভজনে। সংবাদমেলত তেওঁলোকৰ দল ত্যাগ কৰাৰ সিদ্ধান্ত ৰাঘৱ চাদ্দাই নিজেই ঘোষণা কৰে। তেওঁৰ লগত আন দুজন সাংসদ অশোক মিট্টাল আৰু সন্দীপ পাঠকো উপস্থিত থাকে।

স্বাতী মালিৱাল, ৰাজিন্দৰ গুপ্তা, বিক্ৰমজিৎ সাহানিয়েও একেলগে আপ এৰে। ৰাজ্যসভাত আপৰ ১০ জন সাংসদৰ ভিতৰত এতিয়া ৭ জনেই দল সলনি হৈছে। পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে শুকুৰবাৰে তেওঁলোকক ‘গদ্দাৰ’ বুলি অভিহিত কৰে।

Tags: 'গাদ্দাৰ' আপ এৰি বিজেপিত যোগ দিয়াসাংসদলৈ বিশেষ নিৰাপত্তাহৰভজনৰ ঘৰত সমৰ্থকে লিখিলে
Share4Tweet3Send

Related Posts

Donald Trump attack case I গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই, ট্ৰাম্পৰ ওপৰত আক্ৰমণক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Donald Trump attack case I গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই, ট্ৰাম্পৰ ওপৰত আক্ৰমণক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ

by Staff Reporter
April 27, 2026
50
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
National-International

PM Modi I লোকপিয়লত নাগৰিকে প্ৰদান কৰা তথ্য গোপনীয় হৈ থাকিব, মন কি বাতত মোদীৰ আশ্বাস

by Staff Reporter
April 27, 2026
50
‎চহৰৰ পথত চলিব চালকবিহীন টেক্সি
National-International

‎চহৰৰ পথত চলিব চালকবিহীন টেক্সি

by Staff Reporter
April 27, 2026
50
‎বুধবাৰে দক্ষিণ বংগৰ ১৪২ খন আসনত ভোটদান I বুথৰ বাহিৰত ৫০০ মিটাৰলৈকে নিৰীক্ষণৰ সিদ্ধান্ত
National-International

‎বুধবাৰে দক্ষিণ বংগৰ ১৪২ খন আসনত ভোটদান I বুথৰ বাহিৰত ৫০০ মিটাৰলৈকে নিৰীক্ষণৰ সিদ্ধান্ত

by Staff Reporter
April 27, 2026
50
‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড
National-International

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

by Staff Reporter
April 26, 2026
50
‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎
National-International

‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

by Staff Reporter
April 26, 2026
50
ADVERTISEMENT
Donald Trump attack case I গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই, ট্ৰাম্পৰ ওপৰত আক্ৰমণক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Donald Trump attack case I গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই, ট্ৰাম্পৰ ওপৰত আক্ৰমণক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ

April 27, 2026
50
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
National-International

PM Modi I লোকপিয়লত নাগৰিকে প্ৰদান কৰা তথ্য গোপনীয় হৈ থাকিব, মন কি বাতত মোদীৰ আশ্বাস

April 27, 2026
50
Harbhajan Singh I হৰভজনৰ ঘৰত সমৰ্থকে লিখিলে ‘গাদ্দাৰ’, আপ এৰি বিজেপিত যোগ দিয়া সাংসদলৈ বিশেষ নিৰাপত্তা
National-International

Harbhajan Singh I হৰভজনৰ ঘৰত সমৰ্থকে লিখিলে ‘গাদ্দাৰ’, আপ এৰি বিজেপিত যোগ দিয়া সাংসদলৈ বিশেষ নিৰাপত্তা

April 27, 2026
50
‎চহৰৰ পথত চলিব চালকবিহীন টেক্সি
National-International

‎চহৰৰ পথত চলিব চালকবিহীন টেক্সি

April 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Donald Trump attack case I গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই, ট্ৰাম্পৰ ওপৰত আক্ৰমণক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ

Donald Trump attack case I গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই, ট্ৰাম্পৰ ওপৰত আক্ৰমণক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ

April 27, 2026
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

PM Modi I লোকপিয়লত নাগৰিকে প্ৰদান কৰা তথ্য গোপনীয় হৈ থাকিব, মন কি বাতত মোদীৰ আশ্বাস

April 27, 2026
Harbhajan Singh I হৰভজনৰ ঘৰত সমৰ্থকে লিখিলে ‘গাদ্দাৰ’, আপ এৰি বিজেপিত যোগ দিয়া সাংসদলৈ বিশেষ নিৰাপত্তা

Harbhajan Singh I হৰভজনৰ ঘৰত সমৰ্থকে লিখিলে ‘গাদ্দাৰ’, আপ এৰি বিজেপিত যোগ দিয়া সাংসদলৈ বিশেষ নিৰাপত্তা

April 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx