ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Noida protest : নয়ডা শ্ৰমিকৰ প্ৰতিবাদত পাক-যোগৰ সন্দেহ, গ্ৰেপ্তাৰ ৩ শতাধিক

নিউজ ডেস্কঃ

News Desk by News Desk
April 14, 2026
Reading Time: 1 min read
A A
0
Noida protest : নয়ডা শ্ৰমিকৰ প্ৰতিবাদত পাক-যোগৰ সন্দেহ, গ্ৰেপ্তাৰ ৩ শতাধিক

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান

পুনৰ উত্তপ্ত হৈছে নয়দা। মঙলবাৰে পুৱা নয়ডাৰ ৮০ নং ছেক্টৰত (Sector 80 of Noida) অশান্তিৰ নতুন ঘটনা পোহৰলৈ আহে। তাত শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে। অভিযোগ অনুসৰি, প্ৰতিবাদকাৰীক আঁতৰাবলৈ যোৱা আৰক্ষীৰ ওপৰত ইটা-শিল নিক্ষেপ কৰা হয়। মঙলবাৰে পুৱাৰে পৰা আহুজা কাৰখানাৰ (Ahuja Factory) শ্ৰমিকসকলে প্ৰতিবাদ (Workers protest) সাব্যস্ত কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকৰ বহুতেই দাবী কৰে যে চৰকাৰে ঘোষণা কৰা দৰমহা বৃদ্ধিত সন্তুষ্ট নহয়। চৰকাৰে ঘোষণা কৰা দৰমহা বৃদ্ধিৰ হাৰৰ তালিকাখন ফেক্টৰীৰ গে’টৰ সন্মুখত ওলোমাই থ’বলৈও দাবী জনায়৷

উল্লেখ্য যে শ্ৰমিকৰ প্ৰতিবাদৰ পিছত সোমবাৰে ৰাজ্য চৰকাৰে শ্ৰমিকৰ ন্যূনতম দৰমহা বৃদ্ধিৰ কথা ঘোষণা কৰে। সৰ্বোচ্চ বৃদ্ধি ৩ হাজাৰ টকাৰ কথাও ঘোষণা কৰে। মঙলবাৰে গৌতম বুদ্ধ নগৰৰ জিলা দণ্ডাধীশ মেধা ৰূপমে কয় যে চৰকাৰে ঘোষণা কৰা নতুন দৰমহা ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব। প্ৰইফালে তিবাদকাৰী শ্ৰমিকসকলে দক্ষ আৰু অদক্ষ শ্ৰমিকৰ দৰমহাও একে হাৰত বৃদ্ধি কৰিবলৈ দাবী জনাইছে। সেইটো তেওঁলোকে মানি ল’ব নোৱাৰে বুলি উল্লেখ কৰে। কেৱল সেয়াই নহয়, ৯ মাহ কামত লগোৱাৰ পিছতো চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। তাত নতুন শ্ৰমিক আনিছে, যাতে দৰমহা বৃদ্ধি কৰিব নালাগে। এই দাবীৰে মঙলবাৰে পুৱাৰে পৰা পুনৰ উত্তপ্ত হৈ পৰিছে নয়ডাৰ ছেক্টৰ ৮০।

noida1 | ASSAM TIMES POST
নয়ডা শ্ৰমিকৰ প্ৰতিবাদত পাক-যোগৰ সন্দেহ, গ্ৰেপ্তাৰ ৩ শতাধিক

প্ৰশাসনৰ দাবী অনুসৰি, দৰমহা বৃদ্ধিৰ বিভ্ৰান্তিকৰ খবৰৰ বাবে সোমবাৰে শ্ৰমিক প্ৰতিবাদত উত্তপ্ত হৈ পৰে নয়ডা। কেৱল সেয়াই নহয়, ৰাজ্যৰ শ্ৰম মন্ত্ৰী অনিল ৰাজভৰেও এই প্ৰতিবাদত পাকিস্তানী সম্পৰ্ক থকা বুলি সন্দেহ প্ৰকাশ কৰিছে। তেওঁ কয়, “এইটো এটা সুপৰিকল্পিত ষড়যন্ত্ৰ।” শেহতীয়াকৈ সেই অঞ্চলৰ পৰা পাকিস্তানী সন্ত্ৰাসবাদী বুলি সন্দেহ কৰি কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে। সেই প্ৰসংগ উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে এই প্ৰতিবাদত পাকিস্তানী সংযোগৰ সম্ভাৱনা থাকিব পাৰে। সেই দিশটোৰো তদন্ত চলি আছে। ইতিমধ্যে এই অশান্তিৰ সৈতে জড়িত ৩০০ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। শ্ৰম মন্ত্ৰীগৰাকীয়ে লগতে দাবী কৰে যে প্ৰাৰম্ভিক তদন্তত শ্ৰমিকসকলৰ মাজত মজুৰি সম্পৰ্কীয় বিভ্ৰান্তিকৰ খবৰ প্ৰচাৰ কৰি ৰাজ্যত অশান্তিৰ পৰিৱেশ সৃষ্টি কৰাৰ কথা পোহৰলৈ আহিছে। ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে শেহতীয়াকৈ নয়ডা আৰু মীৰাটৰ পৰা চাৰিটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হৈছে। পাকিস্তানৰ সৈতেও তেওঁলোকৰ সম্পৰ্ক আছে। তেওঁ কয়, “এই পৰিস্থিতিত সন্ত্ৰাসবাদীৰ বিষয়টো নুই কৰিব নোৱাৰি। অৱশ্যে সমগ্ৰ কাণ্ডৰ গুৰুত্বসহকাৰে তদন্ত চলি আছে।”

আৰক্ষীৰ সূত্ৰ অনুসৰি, সোমবাৰে প্ৰতিবাদকাৰীয়ে সমগ্ৰ মহানগৰখন অচল কৰি পেলায়। ৰাজপথলৈ ওলাই আহে ৪০-৪৫ হাজাৰোধিক শ্ৰমিক। মহানগৰীৰ ৮০টা স্থানত বিয়পি পৰে এই অশান্তি। ইয়াৰ ভিতৰত গুৰুত্বপূৰ্ণ ঔদ্যোগিক অঞ্চল, ছেক্টৰ ৬২, ফেজ ২, ছেক্টৰ ৬৩, ছেক্টৰ ৮৪ আৰু গ্ৰেটাৰ নয়ডাৰ কেইবাটাও স্থান আছে। অৱশ্যে ছেক্টৰ ৬২ আৰু ফেজ ২ৰ পৰা আৰম্ভ হয় প্ৰতিবাদ। তাৰ পৰাই মহানগৰীৰ ঔদ্যোগিক অঞ্চলৰ পৰা তীব্ৰ গতিৰে আন অঞ্চললৈ উত্তেজনা বিয়পি পৰে। উত্তৰ প্ৰদেশক দিল্লীৰ সৈতে সংযোগ কৰা মূল পথসমূহ অৱৰোধ কৰে প্ৰতিবাদকাৰীয়ে। ফলত সাধাৰণ মানুহে দিনটো কষ্টৰ সন্মুখীন হ’বলগীয়া হয়।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, পৰিস্থিতি পুনৰ তীব্ৰতৰ নহ’বলৈ মহানগৰীৰ অধিকাংশ স্থান ঘেৰাও কৰি ৰখা হৈছে। আৰক্ষীয়ে টহল দি আছে। অৱশ্যে পথসমূহত যান-বাহনৰ চলাচল স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। দিল্লী-নয়ডা সংযোগী পথত মঙলবাৰেও স্বাভাৱিক হৈ আছে যান-বাহন চলাচল। অৱশ্যে আম্বেদকাৰ জয়ন্তীৰ বাবে কিছুমান পথত যাতায়াতৰ নিৰ্দেশনা জাৰি কৰিছে। নয়ডা-গ্ৰেটাৰ নয়ডা এক্সপ্ৰেছৱে, মহামায়া ফ্লাইঅভাৰ, ছেক্টৰ ৩৭, আট্টা পীৰ চক, ৰজনীগন্ধা চক আৰু ছেক্টৰ ১৫ ৰাউণ্ডবাউটৰ বাবে যাতায়াতৰ নিৰ্দেশনা জাৰি কৰা হৈছে।

Tags: Noidaprotest
Share4Tweet3Send

Related Posts

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ
National-International

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

by News Desk
May 4, 2026
50
BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়
National-International

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

by News Desk
May 4, 2026
50
Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান
National-International

Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান

by News Desk
May 4, 2026
50
‎TVK win : তামিলনাডুত অটো চালকে হেৰুৱালে দুই প্ৰভাৱশালী ব্যক্তিক
National-International

‎TVK win : তামিলনাডুত অটো চালকে হেৰুৱালে দুই প্ৰভাৱশালী ব্যক্তিক

by News Desk
May 4, 2026
50
Maharashtra Day : ‎মহাৰাষ্ট্ৰত ২০২৬ৰ শ্ৰেষ্ঠ ঘোষকৰ সন্মান বুটলিলে যোৰহাটৰ শুভাশ্ৰী বৰঠাকুৰে
National-International

Maharashtra Day : ‎মহাৰাষ্ট্ৰত ২০২৬ৰ শ্ৰেষ্ঠ ঘোষকৰ সন্মান বুটলিলে যোৰহাটৰ শুভাশ্ৰী বৰঠাকুৰে

by News Desk
May 4, 2026
50
Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা
National-International

Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা

by News Desk
May 4, 2026
50
ADVERTISEMENT
Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ
National-International

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

May 4, 2026
50
BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়
National-International

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

May 4, 2026
50
Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান
National-International

Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান

May 4, 2026
50
‎TVK win : তামিলনাডুত অটো চালকে হেৰুৱালে দুই প্ৰভাৱশালী ব্যক্তিক
National-International

‎TVK win : তামিলনাডুত অটো চালকে হেৰুৱালে দুই প্ৰভাৱশালী ব্যক্তিক

May 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

May 4, 2026
BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

May 4, 2026
Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান

Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান

May 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx