ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Iran war । যুদ্ধ নিয়ন্ত্ৰণৰ বাবে আমেৰিকা-ইৰাণৰ আলোচনা, প্ৰথম পৰ্যায়ত ৪৫ দিনীয়া যুদ্ধবিৰতিৰ সম্ভাৱনা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 6, 2026
Reading Time: 1 min read
A A
0
Iran’s revenge : ইৰাণৰ ভয়ংকৰ প্ৰতিশোধ : ডুবাই-বাহৰেইনত বিস্ফোৰণ

RELATED POSTS

West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

New Logo Smal | ASSAM TIMES POST

যুদ্ধৰ অন্ত পেলাবলৈ আমেৰিকা আৰু ইৰাণৰ মাজত পাৰস্পৰিক আলোচনা অব্যাহত (Iran War) আছে। পশ্চিম এছিয়াৰ কেইবাখনো দেশৰ মধ্যস্থতাকাৰীয়েও এই আলোচনাত যোগদান কৰিছে। আমেৰিকাৰ সংবাদ মাধ্যম ‘এক্সিয়ছ’-এ আমেৰিকা, ইজৰাইল আৰু স্থানীয় পৰ্যায়ৰ কেইবাটাও সূত্ৰৰ উদ্ধৃতি দি এই কথা প্ৰকাশ কৰিছে।

Iran war ।
যুদ্ধ নিয়ন্ত্ৰণৰ বাবে আমেৰিকা-ইৰাণৰ আলোচনা:

সংবাদ সংস্থা ৰয়টাৰে ‘এক্সিয়ছ’ৰ প্ৰতিবেদনৰ উদ্ধৃতি দি কয় যে এই বিষয়ত হোৱাইট হাউছ বা আমেৰিকাৰ বিদেশ মন্ত্ৰালয়েও আনুষ্ঠানিকভাৱে কোনো মন্তব্য দিব নিবিচাৰে। ‘এক্সিয়ছ’ৰ প্ৰতিবেদন অনুসৰি, যুদ্ধত লিপ্ত পক্ষ দুটাই দুটা পৰ্যায়ত যুদ্ধৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা চলাইছে। প্ৰথম পৰ্যায়ত এই সংঘাত ৪৫ দিনৰ বাবে স্থগিত ৰাখিব পাৰি নেকি সেই সন্দৰ্ভত আলোচনা চলি আছে।

যদি ৪৫ দিনীয়া যুদ্ধবিৰতি সফল হয় তেন্তে দ্বিতীয় পৰ্যায়ত যুদ্ধৰ অন্ত পেলোৱাৰ আলোচনা আৰম্ভ হ’ব বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। প্ৰতিবেদন অনুসৰি, যুদ্ধৰ অন্ত পেলোৱাৰ আলোচনা অব্যাহত থাকিলে যুদ্ধবিৰতিৰ সময়সীমা বৃদ্ধি হ’ব পাৰে। দেওবাৰে ইৰাণক বুজাবুজিত উপনীত হ’বলৈ ৪৮ ঘণ্টাৰ সময় দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

আমেৰিকাৰ সংবাদ মাধ্যম ‘ফক্স নিউজ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ ইৰাণক কয় যে যদিহে তেওঁলোকৰ মাজত সোনকালে কোনো বুজাবুজি নহয়, তেন্তে সকলো উৰুৱাই দিব আৰু তেলৰ দখল ল’ব। ট্ৰাম্পে ইৰাণক হৰমুজ প্ৰণালীৰ অৱৰোধ উঠাই ল’বলৈ মঙলবাৰে নিশা ৮ বজালৈ (আমেৰিকাৰ সময় অনুসৰি) সময় দিয়ে। অৱৰোধ উঠাই নিদিলে ইৰাণক নৰকলৈ পঠিয়াব বুলিও হুংকাৰ দিয়ে। ইৰাণে অৱশ্যে ট্ৰাম্পৰ এই ভাবুকিক গুৰুত্বসহকাৰে ল’বলৈ অনিচ্ছুক।

দেশখনৰ কেন্দ্ৰীয় সামৰিক আদেশৰ জেনেৰেল আলিয়াবাদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক কটু সমালোচনা কৰি কয় যে এই ভাবুকিৰ পৰা স্পষ্ট যে তেওঁ অসহায়, ভীত, ভাৰসাম্যহীন আৰু মূৰ্খ। এই পৰিস্থিতিত দুয়োপক্ষৰ মাজত আলোচনাৰ দুৱাৰ কিমান মুকলি হ’ব তাক লৈ বহুতে সন্দেহ প্ৰকাশ কৰিছে।

Tags: আমেৰিকা-ইৰাণৰ আলোচনাপ্ৰথম পৰ্যায়ত ৪৫ দিনীয়াযুদ্ধ নিয়ন্ত্ৰণৰ বাবেযুদ্ধবিৰতিৰ সম্ভাৱনা
Share4Tweet3Send

Related Posts

West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি
National-International

West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি

by Staff Reporter
May 5, 2026
50
Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ
National-International

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

by News Desk
May 4, 2026
50
BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়
National-International

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

by News Desk
May 4, 2026
50
Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান
National-International

Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান

by News Desk
May 4, 2026
50
‎TVK win : তামিলনাডুত অটো চালকে হেৰুৱালে দুই প্ৰভাৱশালী ব্যক্তিক
National-International

‎TVK win : তামিলনাডুত অটো চালকে হেৰুৱালে দুই প্ৰভাৱশালী ব্যক্তিক

by News Desk
May 4, 2026
50
Maharashtra Day : ‎মহাৰাষ্ট্ৰত ২০২৬ৰ শ্ৰেষ্ঠ ঘোষকৰ সন্মান বুটলিলে যোৰহাটৰ শুভাশ্ৰী বৰঠাকুৰে
National-International

Maharashtra Day : ‎মহাৰাষ্ট্ৰত ২০২৬ৰ শ্ৰেষ্ঠ ঘোষকৰ সন্মান বুটলিলে যোৰহাটৰ শুভাশ্ৰী বৰঠাকুৰে

by News Desk
May 4, 2026
50
ADVERTISEMENT
West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি
National-International

West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি

May 5, 2026
50
Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ
National-International

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

May 4, 2026
50
BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়
National-International

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

May 4, 2026
50
Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান
National-International

Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান

May 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি

West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি

May 5, 2026
Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

May 4, 2026
BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

May 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx