ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Extramarital affair : ভাৰতত বোৱাৰীসকল ‘বিবাহবহিৰ্ভূত’ সম্পৰ্কৰ প্ৰতি অধিক আগ্ৰহী ! গুৱাহাটীও ব্যতিক্ৰম নহয়

নিউজ ডেস্কঃ

News Desk by News Desk
April 4, 2026
Reading Time: 1 min read
A A
0
Extramarital affair : ভাৰতত বোৱাৰীসকল ‘বিবাহবহিৰ্ভূত’ সম্পৰ্কৰ প্ৰতি অধিক আগ্ৰহী ! গুৱাহাটীও ব্যতিক্ৰম নহয়

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

ভাৰতত বৈবাহিক নিষ্ঠাৰ সংজ্ঞা সলনি হৈছে নেকি? আমি যিমানেই ‘আমি দুই আমাৰ দুই’ বা পাৰিবাৰিক মূল্যবোধৰ কথা নকওঁ কিয়, পৰ্দাৰ আঁৰৰ ছবিখন একেবাৰে বেলেগ। বিবাহবহিৰ্ভূত প্ৰেমৰ বাবে জনপ্ৰিয় এপ ‘গ্লিডেন’ৰ (App ‘glidden’) শেহতীয়া এক অধ্যয়নে আমি জনা সামাজিক গাঁথনিৰ ওপৰত এক ডাঙৰ প্ৰশ্নবোধক চিহ্ন অংকন কৰিছে। অধ্যয়নৰ ফলাফলত কোৱা হৈছে যে ভাৰতত এই এপটোৰ ব্যৱহাৰকাৰীৰ সংখ্যা এতিয়া ৪০ লাখ অতিক্ৰম কৰিছে, যিটো কোনো বিচ্ছিন্ন ঘটনা নহয় বৰঞ্চ নিঃশব্দ সামাজিক পৰিৱৰ্তনৰ ইংগিতহে। বহু লোকে এতিয়া বিবাহৰ পবিত্ৰ বান্ধোনতো ডিজিটেল প্লেটফৰ্মত আশ্ৰয় লৈছে।

উদ্দেশ্য হ’ল, সামান্য সহচৰ্য্য, আত্মসন্তুষ্টি বা সম্পৰ্কৰ একঘেয়ামীতাৰ পৰা সকাহ পোৱা। ২০২৪ চনত গ্লিডেনে ভাৰতৰ টায়াৰ-১ আৰু টায়াৰ-২ চহৰত ২৫ৰ পৰা ৫০ বছৰ বয়সৰ ১৫০০ বিবাহিত পুৰুষ-মহিলাৰ (Married man and woman) ওপৰত এক অধ্যয়ন (A study) চলাইছিল। তাত দেখা গ’ল যে প্ৰায় ৬০ শতাংশ লোকে পৰম্পৰাগত সম্পৰ্কৰ বাহিৰেও ‘ছুইংগিং’ (Swinging) (পাৰ্টনাৰ সলনি) বা ‘মুকলি সম্পৰ্ক’ৰ দৰে কামৰ প্ৰতি আগ্ৰহী হৈ পৰিছে। কেৱল গ্লিডেনেই নহয়, আন এটা আন্তঃৰাষ্ট্ৰীয় এপ ‘এছলী মেডিচন’ৰ (Asli Medition) তথ্যও চাঞ্চল্যকৰ। ২০২৫ চনৰ জুন মাহৰ পৰিসংখ্যা অনুসৰি, আনকি মন্দিৰ আৰু ৰেচমৰ শাড়ীৰ বাবে পৰিচিত তামিলনাডুৰ পৰম্পৰাগত চহৰ কাঞ্চিপুৰমখনো এতিয়া বিবাহবহিৰ্ভূত প্ৰেমৰ অন্যতম হটস্পটত পৰিণত হৈছে। মুম্বাইৰ বিপণন বিশ্লেষক স্নিগ্ধা ঘোষৰ (নাম সলনি কৰা হৈছে) মতে, এইবোৰ এতিয়া কেৱল ব্যক্তিগত বিষয় নহয়, বহু ক্ষেত্ৰত ‘মুকলি গোপনীয়তা’।

তেওঁ কয়, “আজিকালি প্ৰায়ে দেখা যায় যে পত্নীয়ে স্বামীৰ প্ৰেমৰ কথা জানে, কিন্তু কিবা কাৰণত তেওঁ মনে মনে থাকে। মুকলি বিবাহৰ ধাৰণাটোও অতি সোনকালে জনপ্ৰিয় হৈ পৰিছে।” আনহাতে, অনিৰুদ্ধ (পৰিৱৰ্তিত নাম) নামৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে তেওঁ বিগত ১২ বছৰে বিবাহৰ বান্ধোনৰ পৰা ওলাই যোৱাৰ পিছত এই এপবোৰ কেৱল উত্তেজনা বিচাৰিবলৈ ব্যৱহাৰ কৰিছিল।

indian1 1 | ASSAM TIMES POST
ভাৰতত বোৱাৰীসকল ‘বিবাহবহিৰ্ভূত’ সম্পৰ্কৰ প্ৰতি অধিক আগ্ৰহী ! গুৱাহাটীও ব্যতিক্ৰম নহয়

গ্লিডেনৰ মতে, ভাৰতীয় ব্যৱহাৰকাৰীৰ আচৰণত কিছুমান বিশেষ আৰ্হি আছে। মুঠ ব্যৱহাৰকাৰীৰ ৬৫ শতাংশ পুৰুষ আৰু ৩৫ শতাংশ মহিলা। ভাৰতীয়সকলে দিনটোত গড়ে ১ৰ পৰা ১.৫ ঘণ্টা সময় এই এপটোত কটায়। বিশেষকৈ দুপৰীয়া ১২ বজাৰ পৰা ৩ বজাৰ ভিতৰত আৰু নিশা ১০ বজাৰ পৰা মাজনিশাৰ ভিতৰত এপটোত ভিৰ থাকে। পছন্দৰ ক্ষেত্ৰত পুৰুষে সাধাৰণতে ২৫-৩০ বছৰ বয়সৰ মহিলা বিচাৰে। আনহাতে, মহিলাসকলে ৩০-৪০ বছৰ বয়সৰ আৰ্থিকভাৱে সুখী পেছাদাৰী যেনে চিকিৎসক, চাৰ্টাৰ্ড একাউণ্টেণ্ট বা উচ্চ পদস্থ বিষয়াক পছন্দ কৰে।

বিবাহবহিৰ্ভূত সম্পৰ্কৰ এই ধাৰা কেৱল দিল্লী-মুম্বাইৰ দৰে মেট্ৰ’ চহৰতে সীমাবদ্ধ নহয়। এই তালিকাৰ শীৰ্ষত আছে বেংগালুৰু (১৮%), হায়দৰাবাদ (১৭%) আৰু দিল্লী (১১%)। অৱশ্যে লক্ষ্ণৌ, চণ্ডীগড়, চুৰাট, কয়ম্বটুৰ, পাটনা, গুৱাহাটীৰ দৰে সৰু চহৰৰ পৰাও বৃহৎসংখ্যক লোকে এতিয়া এই তালিকাত যোগদান কৰিছে। আটাইতকৈ লক্ষণীয় কথাটো হ’ল, মহিলাসকলৰ অংশগ্ৰহণৰ হাৰ। যোৱা দুবছৰত এই এপটোৰ মহিলা ব্যৱহাৰকাৰীৰ সংখ্যা ১৪৮ শতাংশ বৃদ্ধি পাইছে।

গ্লিডেনৰ ইণ্ডিয়া কাণ্ট্ৰী মেনেজাৰ চাইবিল শ্বেইডেলে ইয়াক ‘নিস্তব্ধ বিপ্লৱ’ বুলি উল্লেখ কৰে। তেওঁৰ মতে, মহিলাসকল এতিয়া নিজৰ আৱেগ আৰু ব্যক্তিগত পছন্দৰ ক্ষেত্ৰত বহুত বেছি আত্মবিশ্বাসী আৰু স্বাধীন। কিন্তু প্ৰশ্নটো ৰৈ গৈছে— এই বিকাশ নাৰী সবলীকৰণৰ প্ৰতিফলন, নে বৰ্তমানৰ বৈবাহিক সম্পৰ্কৰ ভিতৰত গভীৰ শূন্য বা অপূৰ্ণ আৱেগৰ প্ৰকাশ? ইয়াক লৈ বিতৰ্ক চলি থাকিলেও কিন্তু পৰিসংখ্যাৰ পৰা অনুমান কৰিব পাৰি যে একবিংশ শতিকাৰ ভাৰতে নিজৰ সম্পৰ্কৰ সমীকৰণবোৰ অতি সূক্ষ্ম অথচ শক্তিশালী ৰূপত সলনি কৰি আছে। বিবাহ নামৰ সম্পৰ্কটো জীয়াই থকাৰ সময়তে ইয়াৰ ভিতৰত মানুহৰ আনুগত্যৰ সংজ্ঞা পূৰ্বতকৈ বহু বেছি নমনীয় হৈ পৰিছে।

Tags: Extramaritalaffair
Share4Tweet3Send

Related Posts

West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি
National-International

West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি

by Staff Reporter
May 5, 2026
50
Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ
National-International

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

by News Desk
May 4, 2026
50
BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়
National-International

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

by News Desk
May 4, 2026
50
Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান
National-International

Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান

by News Desk
May 4, 2026
50
‎TVK win : তামিলনাডুত অটো চালকে হেৰুৱালে দুই প্ৰভাৱশালী ব্যক্তিক
National-International

‎TVK win : তামিলনাডুত অটো চালকে হেৰুৱালে দুই প্ৰভাৱশালী ব্যক্তিক

by News Desk
May 4, 2026
50
Maharashtra Day : ‎মহাৰাষ্ট্ৰত ২০২৬ৰ শ্ৰেষ্ঠ ঘোষকৰ সন্মান বুটলিলে যোৰহাটৰ শুভাশ্ৰী বৰঠাকুৰে
National-International

Maharashtra Day : ‎মহাৰাষ্ট্ৰত ২০২৬ৰ শ্ৰেষ্ঠ ঘোষকৰ সন্মান বুটলিলে যোৰহাটৰ শুভাশ্ৰী বৰঠাকুৰে

by News Desk
May 4, 2026
50
ADVERTISEMENT
Assembly elections 2026 I অসমত এগজিট প’ল অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতা, বংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা
Assam

Assam Election 2026 I এইবাৰৰ নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীসকল

May 5, 2026
50
West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি
National-International

West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি

May 5, 2026
50
Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ
National-International

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

May 4, 2026
50
BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়
National-International

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

May 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assembly elections 2026 I অসমত এগজিট প’ল অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতা, বংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা

Assam Election 2026 I এইবাৰৰ নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীসকল

May 5, 2026
West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি

West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি

May 5, 2026
Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

May 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx