ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur violence I দুই কুকি লোকক অপহৰণ কৰি হত্যা, অশান্ত মণিপুৰত পুনৰ সংঘৰ্ষ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 13, 2026
Reading Time: 1 min read
A A
0
Ten militants were killed in a clash in India-Myanmar border: The situation in Manipur is critical

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

ৰাষ্ট্ৰপতিৰ শাসনৰ অন্ত পৰাৰ পাছত মণিপুৰত নতুন চৰকাৰ আহিছে যদিও হিংসা বন্ধ হোৱা (Manipur Violence) নাই। কামজোং জিলাৰ থাৱাই কুকি গাঁৱত দুজন কুকি লোকক হত্যা কৰাৰ ঘটনাই উত্তৰ-পূবৰ বিজেপিশাসিত ৰাজ্যখনত পুনৰ উত্তেজনাৰ সৃষ্টি কৰিছে।

Manipur violence I
দুই কুকি লোকক অপহৰণ কৰি হত্যা, অশান্ত মণিপুৰত পুনৰ সংঘৰ্ষ:

আৰক্ষীয়ে জনোৱা মতে, বুধবাৰে থাৱাই কুকি গাঁৱৰ নিবাসী থেংগিন বাইটে আৰু উখৰুল জিলাৰ শংকাইৰ বাসিন্দা থাংবইমাং খোংছাইক অচিনাক্ত দুষ্কৃতিকাৰীয়ে অপহৰণ কৰে।

বৃহস্পতিবাৰে তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে পাহাৰীয়া অঞ্চলটো পুনৰ উত্তেজিত হৈ উঠে। মণিপুৰৰ মুখ্যমন্ত্ৰী যুমনাম খেমচান্দে কয় যে তেওঁৰ চৰকাৰে এই ঘটনাৰ নিয়াৰ তদন্ত কৰিবলৈ সিদ্ধান্ত লৈছে। কিন্তু পাহাৰীয়া অঞ্চলটোত কাৰ্যতঃ মেইটেৰ কোনো সংগঠন নাই। ইতিমধ্যে এই হত্যাকাণ্ডৰ আঁৰত নগা উগ্ৰপন্থীৰ ভূমিকা পোহৰলৈ আহিছে।

বিগত চাৰি বছৰে মেইটেই-কুকী সংঘাতত উত্তপ্ত হৈ থকা মণিপুৰত আচলতে এইটোৱেই প্ৰথমবাৰৰ বাবে নগা গোটৰ ভূমিকাক লৈ অভিযোগ উত্থাপন হৈছে। বুধবাৰে উখৰুল জিলাৰ মপিথেল পাহাৰীয়া অঞ্চলত দুটা সশস্ত্ৰ গোটৰ মাজত গুলীয়াগুলী সংঘটিত হয়। মণিপুৰৰ গৃহমন্ত্ৰী কে গোবিন্দছে ইংগিত দিছে যে কুকি আৰু নগা সশস্ত্ৰ সংগঠনৰ মাজত হোৱা বিবাদৰ বাবেই এই ঘটনা সংঘটিত হৈছে।

এই ঘটনাৰ প্ৰতি সঁহাৰি জনাই ২১ জন নগা গাঁৱৰ লোকক অপহৰণ কৰা বুলিও তেওঁ জানিবলৈ দিয়ে। বৃহস্পতিবাৰে নিশা তেওঁলোকক মুকলি কৰি দিয়া হয়। উল্লেখ্য যে কুকিসকলৰ দৰে নগাসকলো খ্ৰীষ্টান। মূলতঃ তেওঁলোক মণিপুৰৰ সেনাপতি আৰু উখৰুল নামৰ পাহাৰীয়া জিলা দুখনতে বাস কৰে।

Tags: অশান্ত মণিপুৰত পুনৰ সংঘৰ্ষদুই কুকি লোকক অপহৰণ কৰি হত্যা
Share4Tweet3Send

Related Posts

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
NORTHEAST

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

by Staff Reporter
May 28, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য
NORTHEAST

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

by News Desk
May 19, 2026
50
Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩
NORTHEAST

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

by Staff Reporter
May 7, 2026
50
Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎
NORTHEAST

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

by News Desk
April 24, 2026
50
ADVERTISEMENT
Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

June 2, 2026
50
NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ
National-International

NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

June 2, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

June 2, 2026
50
Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক
KARBI ANGLONG

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

June 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

June 2, 2026
NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

June 2, 2026
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

June 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx