ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

এনআৰচিত নাম অন্তভুক্তি হোৱা বিদেশীৰ তথ্য বিচাৰি জিলা উপায়ুক্তলৈ নিৰ্দেশনা সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ

Staff Reporter by Staff Reporter
February 21, 2020
Reading Time: 1 min read
A A
0
গুৱাহাটীত নৰ্মদা বচোৱা আন্দোলনৰ নেতা মেধা পাটকাৰ, সণ্ডীপ পাণ্ডেঃ কাৰাগাৰত সাক্ষাৎ কৰিব কৃষক নেতা অখিল গগৈক

RELATED POSTS

Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

0 1 e1574345654996 5 | ASSAM TIMES POST ASSAM TIMES POST

নিউজ ডেস্ক: ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ৰাজ্যিক সমন্বয়কৰ দায়িত্বভাৰ গ্ৰহন কৰিয়েই ইটোৰ পিছত সিটোৰ নতুন নিৰ্দেশনা নৱনিযুক্ত সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ ৷ শুক্ৰবাৰে সমন্বয়ক শৰ্মা স্বাক্ষৰ সম্বলিত এক নিৰ্দেশনাত উল্লেখ আছে ,”২০১৯ৰ ৩১আগষ্টত প্ৰকাশ হোৱা NRCত কিছু অযোগ্য (Ineligible Persons) লোকৰ নাম অন্তৰ্ভুক্ত হোৱা দৃষ্টিগোচৰ হৈছে৷” ইয়াৰ উপৰিও তেওঁৰ স্বাক্ষৰিত পত্ৰখনত উল্লেখ আছে “NRCত অন্তৰ্ভুক্ত নহ’বলগীয়া তেনে লোকৰ তালিকা আপোনালোকে ইতিমধ্যে আমাক দিছে৷ আপোনালোকে দিয়া সেই তালিকাখনত থকা সন্দেহযুক্ত লোকসকলৰ সম্পূৰ্ণ তথ্য প্ৰদানৰ অনুৰোধ জনোৱা হ’ল৷ কিয়নো সেইসকল লোকৰ নাম কিদৰে NRCত সোমাল সেয়া ৰহস্যজনক৷”

সেই বিষয়টোৰে আতধৰি সমন্বয়ক শৰ্মাই ৰাজ্যৰ প্ৰতিখন জিলাৰ উপাযুক্তক বিষয়টো গুৰত্ব সহকাৰে লৈ অতি শীঘ্ৰে তথ্য প্ৰদান কৰিবলৈ স্পষ্ট নিৰ্দেশ দিছে ৷ উল্লেখ্যযে জিলা উপাযুক্ত সকলৰ পৰা যি সমূহ তথ্য ৰাজ্যিক সমন্বয়কে লাভ কৰিব সেই তথ্য সমূহ ভাৰতৰ মহাপঞ্জীয়কক অৱগত কৰাব ৷

গুৰুত্বপূৰ্ন কথা এয়ে যে প্ৰকাশিত এনআৰচিক লৈ সন্তুষ্ট নাছিল শাসকীয় বিজেপি ৷ অসম বিধান সভাৰ মজিয়াত বিষয়তোৱে চৰ্চা লাভ কৰাৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন দল সংগঠনে প্ৰকাশিত এনআৰচিত লাখ লাখ অবৈধ বিদেশীৰ নাম অন্তৰ্ভূক্ত হোৱা বুলি দাৱী কৰি আহিছে ৷ তাৰ মাজতে সমন্বয়ক গৰাকীৰ পত্ৰই এক আলোড়ন সৃষ্টি কৰিছে সচেতন মহলত ৷ বহুতেই সমন্বয়ক গৰাকীৰ এই নিৰ্দেশনাটোৱে বিদেশী মুক্ত এনআৰচিৰ ক্ষেত্ৰত এটা সবল খোজ দিয়া বুলিও অভিহিত কৰিব বিচাৰিছে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: assamHiteswar SaikiaNRC
Share6Tweet3Send

Related Posts

Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ
Political

Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ

by ASSAM TIMES POST
August 25, 2026
54
Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ
Assam

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

by News Desk
August 25, 2026
54
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

by News Desk
August 25, 2026
54
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

by News Desk
August 24, 2026
52
Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ
Assam

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

by News Desk
August 24, 2026
53
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

by News Desk
August 17, 2026
50
ADVERTISEMENT
CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি
KARBI ANGLONG

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
50
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
50
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026
50
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d