ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Iran crisis : ইৰাণৰ সমৰ্থনত উত্তেজক মন্তব্য কৰা ব্যক্তিক চিনাক্ত কৰিবলৈ ৰাজ্যসমূহলৈ পত্ৰ কেন্দ্ৰৰ

নিউজ ডেস্কঃ

News Desk by News Desk
March 2, 2026
Reading Time: 1 min read
A A
0
Iran crisis : ইৰাণৰ সমৰ্থনত উত্তেজক মন্তব্য কৰা ব্যক্তিক চিনাক্ত কৰিবলৈ ৰাজ্যসমূহলৈ পত্ৰ কেন্দ্ৰৰ

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Middle East War : মূৰৰ ওপৰেৰে মুহূৰ্তে মুহূৰ্তে গৈছে মিছাইল : যুদ্ধৰ মাজতে হৰমুজত আবদ্ধ ভাৰতীয় নাবিক

Iran war : তেল সন্দৰ্ভত ভাৰতৰ উদ্ধৃতি আমেৰিকাক আক্ৰমণ ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ

Sonam Wangchuk : ছমাহৰ পিছত মুকলি কৰি দিলে লাডাখৰ পৰিৱেশ কৰ্মী সোণম ৱাংচুকক

ইৰাণ (Iran)ৰ ওপৰত আমেৰিকা-ইজৰাইলৰ আক্ৰমণৰ পিছত অশান্তিৰ আশংকা কৰি কেন্দ্ৰীয় চৰকাৰে (Central Govt.) ৰাজ্যসমূহলৈ সতৰ্কবাণী প্ৰেৰণ (Sending warnings to the states) কৰিছে। কেন্দ্রীয় গৃহ মন্ত্ৰালয়ৰ এখন পত্ৰ প্রতিখন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চললৈ প্ৰেৰণ কৰা হৈছে৷ পত্ৰখনত কোৱা হৈছে যে যদি কোনোবাই ইৰাণৰ সমৰ্থনত উচটনিমূলক মন্তব্য কৰে তেন্তে তেওঁলোকক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা উচিত। কোনো প্ৰকাৰে অশান্তিকৰ পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ কেন্দ্ৰই এক বাৰ্তা দিছে।

যোৱা শনিবাৰে আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া বাহিনীয়ে ইৰাণৰ ওপৰত আক্ৰমণ (Iran Attack) কৰে। সংবাদ সংস্থা এ এন আয়ে চৰকাৰী বিষয়াৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি, সেইদিনা গৃহ মন্ত্ৰালয়ে ৰাজ্যসমূহক সকীয়াই দি এখন পত্ৰ প্ৰেৰণ কৰে। সংবাদ সংস্থাৰ হাতত পৰিছে এই পত্ৰ। ইৰাণৰ ওপৰত আমেৰিকা-ইজৰাইলৰ আক্ৰমণৰ পিছত ভাৰততো অশান্তিৰ সৃষ্টি হ’ব পাৰে বুলি কেন্দ্ৰই অনুমান কৰে। পত্ৰখনত কোৱা হৈছে যে প্ৰৰোচনামূলক ভাষণ দিয়া ইৰাণ সমৰ্থক উগ্ৰপন্থী প্ৰচাৰকসকলক চিনাক্ত কৰা উচিত। পৰিস্থিতি যাতে হাতৰ পৰা ওলাই নাযায় তাৰ বাবে ৰাজ্যসমূহ সজাগ হ’ব লাগে। যিকোনো ধৰণৰ ধৰ্মীয় হিংসাৰ বাবে সাজু থাকিব লাগিব।

ind | ASSAM TIMES POST
ইৰাণৰ সমৰ্থনত উত্তেজক মন্তব্য কৰা ব্যক্তিক চিনাক্ত কৰিবলৈ ৰাজ্যসমূহলৈ পত্ৰ কেন্দ্ৰৰ

উল্লেখ্য যে ইৰাণৰ ওপৰত আমেৰিকা-ইজৰাইলৰ আক্ৰমণ আৰু দেশখনৰ সৰ্বোচ্চ ধৰ্মগুৰু আয়াতুল্লা আলী খামেইনীৰ মৃত্যুৰ সন্দৰ্ভত ভাৰতে এতিয়াও কোনো আনুষ্ঠানিক বক্তব্য দিয়া নাই। পশ্চিম এছিয়াৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি নতুন দিল্লীয়ে শান্তি ৰক্ষাৰ বাবে আবেদন জনাইছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ সৈতে কথা পাতিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিন্তু দেওবাৰে খামেইনীৰ মৃত্যুৰ খবৰ ৰাজহুৱা হোৱাৰ পাছত ভাৰতৰ বিভিন্ন প্ৰান্তত বিক্ষিপ্তভাৱে অশান্তিৰ সৃষ্টি হয়। জম্মু-কাশ্মীৰৰ কেইবাটাও স্থানত আমেৰিকা-ইজৰাইলৰ আগ্ৰাসনৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহে জনসাধাৰণ। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌতো প্ৰতিবাদ সাব্যস্ত কৰা হয়। কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ পৰা হাত সাৰিবলৈ সষ্টম হৈ আছে দিল্লী।

আনহাতে, খামেইনীৰ মৃত্যুৰ পিছতে পাকিস্তানত সৃষ্টি হোৱা অশান্তিৰ ফলত ১২ জন লোকৰ মৃত্যু হৈছে। দেওবাৰে কৰাচীত থকা আমেৰিকাৰ কনছুলেটত প্ৰৱেশ কৰে একাংশ প্ৰতিবাদকাৰী। তাত নিৰাপত্তাৰক্ষীয়ে গুলীচালনা কৰাত ১০ জন লোক নিহত হোৱাৰ লগতে ইছলামাবাদত সংঘটিত পৃথক পৃথক ঘটনাত আৰু দুজন লোক নিহত হয়। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফেও ইৰাণৰ ওপৰত কৰা আক্ৰমণক গৰিহণা দিছে।

Tags: IrancrisisIndia
Share4Tweet3Send

Related Posts

Middle East War : মূৰৰ ওপৰেৰে মুহূৰ্তে মুহূৰ্তে গৈছে মিছাইল : যুদ্ধৰ মাজতে হৰমুজত আবদ্ধ ভাৰতীয় নাবিক
National-International

Middle East War : মূৰৰ ওপৰেৰে মুহূৰ্তে মুহূৰ্তে গৈছে মিছাইল : যুদ্ধৰ মাজতে হৰমুজত আবদ্ধ ভাৰতীয় নাবিক

by News Desk
March 14, 2026
50
Iran war : তেল সন্দৰ্ভত ভাৰতৰ উদ্ধৃতি আমেৰিকাক আক্ৰমণ ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ
National-International

Iran war : তেল সন্দৰ্ভত ভাৰতৰ উদ্ধৃতি আমেৰিকাক আক্ৰমণ ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ

by News Desk
March 14, 2026
50
Sonam Wangchuk : ছমাহৰ পিছত মুকলি কৰি দিলে লাডাখৰ পৰিৱেশ কৰ্মী সোণম ৱাংচুকক
National-International

Sonam Wangchuk : ছমাহৰ পিছত মুকলি কৰি দিলে লাডাখৰ পৰিৱেশ কৰ্মী সোণম ৱাংচুকক

by News Desk
March 14, 2026
50
Iran Air attack : ছৌদিৰ বিমান ঘাটিত ক্ষেপণাস্ত্ৰ আক্ৰমণ ইৰাণৰ : পাঁচখন আমেৰিকান সামৰিক বিমান গুলীয়াই ভূপতিত
National-International

Iran Air attack : ছৌদিৰ বিমান ঘাটিত ক্ষেপণাস্ত্ৰ আক্ৰমণ ইৰাণৰ : পাঁচখন আমেৰিকান সামৰিক বিমান গুলীয়াই ভূপতিত

by News Desk
March 14, 2026
50
Signal cable theft : চোৰৰ উপদ্ৰৱত দিল্লীৰ মেট্ৰ’ সেৱা ব্যাহত : প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰাৰ পাছত ১,০০০ মিটাৰ কেবোল চুৰি
National-International

Signal cable theft : চোৰৰ উপদ্ৰৱত দিল্লীৰ মেট্ৰ’ সেৱা ব্যাহত : প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰাৰ পাছত ১,০০০ মিটাৰ কেবোল চুৰি

by News Desk
March 14, 2026
50
Loco Pilot : তিনি বছৰত প্ৰায় ৪০,০০০ খালী পদ সৃষ্টি, মাত্ৰ ১৫,০০০ লোকো-পাইলট নিযুক্তি : সংসদত ৰে’ল মন্ত্ৰী
National-International

Loco Pilot : তিনি বছৰত প্ৰায় ৪০,০০০ খালী পদ সৃষ্টি, মাত্ৰ ১৫,০০০ লোকো-পাইলট নিযুক্তি : সংসদত ৰে’ল মন্ত্ৰী

by News Desk
March 14, 2026
50
ADVERTISEMENT
Middle East War : মূৰৰ ওপৰেৰে মুহূৰ্তে মুহূৰ্তে গৈছে মিছাইল : যুদ্ধৰ মাজতে হৰমুজত আবদ্ধ ভাৰতীয় নাবিক
National-International

Middle East War : মূৰৰ ওপৰেৰে মুহূৰ্তে মুহূৰ্তে গৈছে মিছাইল : যুদ্ধৰ মাজতে হৰমুজত আবদ্ধ ভাৰতীয় নাবিক

March 14, 2026
50
Iran war : তেল সন্দৰ্ভত ভাৰতৰ উদ্ধৃতি আমেৰিকাক আক্ৰমণ ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ
National-International

Iran war : তেল সন্দৰ্ভত ভাৰতৰ উদ্ধৃতি আমেৰিকাক আক্ৰমণ ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ

March 14, 2026
50
Sonam Wangchuk : ছমাহৰ পিছত মুকলি কৰি দিলে লাডাখৰ পৰিৱেশ কৰ্মী সোণম ৱাংচুকক
National-International

Sonam Wangchuk : ছমাহৰ পিছত মুকলি কৰি দিলে লাডাখৰ পৰিৱেশ কৰ্মী সোণম ৱাংচুকক

March 14, 2026
50
Iran Air attack : ছৌদিৰ বিমান ঘাটিত ক্ষেপণাস্ত্ৰ আক্ৰমণ ইৰাণৰ : পাঁচখন আমেৰিকান সামৰিক বিমান গুলীয়াই ভূপতিত
National-International

Iran Air attack : ছৌদিৰ বিমান ঘাটিত ক্ষেপণাস্ত্ৰ আক্ৰমণ ইৰাণৰ : পাঁচখন আমেৰিকান সামৰিক বিমান গুলীয়াই ভূপতিত

March 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Middle East War : মূৰৰ ওপৰেৰে মুহূৰ্তে মুহূৰ্তে গৈছে মিছাইল : যুদ্ধৰ মাজতে হৰমুজত আবদ্ধ ভাৰতীয় নাবিক

Middle East War : মূৰৰ ওপৰেৰে মুহূৰ্তে মুহূৰ্তে গৈছে মিছাইল : যুদ্ধৰ মাজতে হৰমুজত আবদ্ধ ভাৰতীয় নাবিক

March 14, 2026
Iran war : তেল সন্দৰ্ভত ভাৰতৰ উদ্ধৃতি আমেৰিকাক আক্ৰমণ ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ

Iran war : তেল সন্দৰ্ভত ভাৰতৰ উদ্ধৃতি আমেৰিকাক আক্ৰমণ ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ

March 14, 2026
Sonam Wangchuk : ছমাহৰ পিছত মুকলি কৰি দিলে লাডাখৰ পৰিৱেশ কৰ্মী সোণম ৱাংচুকক

Sonam Wangchuk : ছমাহৰ পিছত মুকলি কৰি দিলে লাডাখৰ পৰিৱেশ কৰ্মী সোণম ৱাংচুকক

March 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx