ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Trinamool Congress : মেঘালয়ৰ আঞ্চলিক নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ তৃণমূল কংগ্ৰেছৰ

নিউজ ডেস্কঃ

News Desk by News Desk
February 26, 2026
Reading Time: 1 min read
A A
0
Trinamool Congress : মেঘালয়ৰ আঞ্চলিক নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ তৃণমূল কংগ্ৰেছৰ

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

তৃণমূল কংগ্ৰেছে (Trinamool Congress) মেঘালয়ৰ আঞ্চলিক নিৰ্বাচন (Meghalaya regional elections)ৰ বাবে প্ৰাৰ্থীৰ তালিকা ঘোষণা (Announcement of the candidate list) কৰিছে। মেঘালয়ৰ গাৰো পাৰ্বত্য স্বতন্ত্ৰ জিলা পৰিষদৰ নিৰ্বাচন আগন্তুক। পশ্চিমবংগৰ শাসকীয় দলে ১৪ খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। জিএইচএডিচিৰ নিৰ্বাচন ১০ এপ্ৰিলত অনুষ্ঠিত হ’ব। মুঠ ৩০ খন আসনৰ ভিতৰত, ২৯ খন আসনত (এখন আসন মনোনীত সদস্যৰ বাবে হ’ব) ভোটগ্ৰহণ হ’ব। ইয়াৰে ১৪ খন আসনত তৃণমূলে এনপিপি-বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে প্ৰাৰ্থী থিয় কৰাইছে।

tmc | ASSAM TIMES POST
মেঘালয়ত আঞ্চলিক নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ তৃণমূল কংগ্ৰেছৰ

পশ্চিমবংগৰ শাসকীয় দলটোৱে যোৱা কেইবা বছৰ ধৰি মেঘালয়ত নিজৰ ক্ষমতা সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা কৰি আছে। তৃণমূলে ৰাজ্য বিধানসভাত বিৰোধী দলপতিৰ আসনও দখল কৰিছে। তৃণমূল কংগ্ৰেছৰ বিধায়ক মুকুল চাংমা ৰাজ্যখনৰ বিৰোধী দলপতি। তৃণমূলে প্ৰাৰ্থী প্ৰক্ষেপ কৰা ১৪ খন আসনৰ ভিতৰত তুৰা অন্যতম। এই আসনখন দক্ষিণ তুৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত। দক্ষিণ তুৰা হৈছে এনপিপিৰ মুৰব্বী আৰু মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ বিধানসভা সমষ্টি। জিএইচএডিচিৰ ক্ষমতা বৰ্তমান ৰাজ্যখনৰ শাসনাধিষ্ঠিত নেচনেল পিপলছ পাৰ্টি (এনপিপি)ৰ হাতত আছে। কনৰাড চাংমাৰ এন পি পি উত্তৰ-পূৰ্বাঞ্চলত বিজেপিৰ অন্যতম গুৰুত্বপূৰ্ণ সহযোগী। অৱশ্যে এনপিপি-বিজেপি সমীকৰণ আঞ্চলিক ৰাজনীতিৰ ওপৰত আধাৰিত। কনৰাডৰ দল এনডিএৰ সৈতে পোনপটীয়াকৈ জড়িত নহয়।

Tags: TrinamoolCongress
Share4Tweet3Send

Related Posts

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

by News Desk
July 14, 2026
50
Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack
NORTHEAST

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

by Staff Reporter
July 6, 2026
50
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 
NORTHEAST

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

by Staff Reporter
July 5, 2026
50
Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ
NORTHEAST

Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ

by News Desk
July 5, 2026
50
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

by News Desk
July 2, 2026
50
Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে
NORTHEAST

Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

by News Desk
July 2, 2026
50
ADVERTISEMENT
Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান
National-International

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

July 20, 2026
50
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

July 20, 2026
50
CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি
National-International

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

July 20, 2026
50
CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই
National-International

CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই

July 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

July 20, 2026
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

July 20, 2026
CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

July 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx