ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Tarique Rahman : তাৰিক ৰহমানৰ শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰিত হ’ব মোদী, জনালে বৈদেশিক পৰিক্ৰমা উপদেষ্টাই

নিউজ ডেস্কঃ

News Desk by News Desk
February 14, 2026
Reading Time: 1 min read
A A
0
Tarique Rahman : তাৰিক ৰহমানৰ শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰিত হ’ব মোদী, জনালে বৈদেশিক পৰিক্ৰমা উপদেষ্টাই

RELATED POSTS

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

New Logo Smal 1 | ASSAM TIMES POST

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)ক বাংলাদেশৰ নৱনিৰ্বাচি (Bangladesh’s newly elected)ত প্ৰধানমন্ত্ৰী তাৰিক ৰহমান (Prime Minister Tarique Rahman)ৰ শপত গ্ৰহণ (Taking an Oath) অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হ’ব (will be invited)। এই কথা বি এন পিৰ শীৰ্ষ নেতা তথা তাৰিক ৰহমানৰ বৈদেশিক উপদেষ্টা হুমায়ুন কবীৰে সংবাদ মাধ্যম উইনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত উল্লেখ কৰে। অৱশ্যে এই আমন্ত্ৰণ সন্দৰ্ভত কোনো পক্ষৰ পৰা আনুষ্ঠানিক সঁহাৰি পোৱা নাই।

বাংলাদেশৰ ৰাষ্ট্ৰীয় সংসদৰ নিৰ্বাচনৰ ফলাফল স্পষ্ট হোৱাৰ লগে লগে মোদীয়ে ছ’চিয়েল মিডিয়াত বি এন পিৰ মুৰব্বী তাৰিক ৰহমানক অভিনন্দন জনায়। পিছত তেওঁৰ লগত ফোনতো কথা পাতে। সেই কথা উল্লেখ কৰি মোদীয়ে ছ’চিয়েল মিডিয়াত লিখিছে, “তাৰিক ৰহমানৰ সৈতে কথা পাতিবলৈ পাই আমি উৎফুল্লিত হৈছোঁ।” ভাৰত আৰু বাংলাদেশৰ মাজত সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ ইংগিত দিয়ে মোদীয়ে। সেই সম্পৰ্ক আৰু অধিক সম্প্ৰসাৰণৰ বাবে মোদীক আমন্ত্ৰণ জনোৱা হ’ব বুলিও হুমায়ুনে কয়।

bang1 1 | ASSAM TIMES POST
তাৰিক ৰহমানৰ শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰিত হ’ব মোদী, জনালে বৈদেশিক পৰিক্ৰমা উপদেষ্টাই

মহম্মদ ইউনুছৰ যুগত ভাৰত আৰু বাংলাদেশৰ মাজত উত্তেজনাৰ সৃষ্টি হয়। অৱশ্যে বি এন পিৰ মতে, “ভাৰত-বাংলাদেশৰ সম্পৰ্ক সংশ্লিষ্ট অঞ্চলটোৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই অঞ্চলটোক প্ৰভাৱশালী কৰি তোলাটোও তাৰিকৰ বৈদেশিক নীতিৰ এক গুৰুত্বপূৰ্ণ অংশ। এই আমন্ত্ৰণো তাৰেই অংশ।” কবীৰে এই আমন্ত্ৰণক দুয়োখন দেশৰ মাজত উন্নত সম্পৰ্ক গঢ়ি তোলাৰ সদিচ্ছাৰ চিন বুলি অভিহিত কৰে। লগতে কয় যে তেওঁলোকে মোদী উপস্থিত থাকিব বুলি আশা কৰিছে।

উল্লেখ্য যে ২০২৪ চনৰ আগষ্ট মাহত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছত বাংলাদেশ আৰু ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক অৱনতি ঘটিবলৈ ধৰে। মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰখনে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত সম্পৰ্ক আৰু অধিক অৱনতি ঘটে। বাংলাদেশত স্থায়ী চৰকাৰ গঠন হ’লে চুবুৰীয়া দেশ দুখনৰ মাজৰ সম্পৰ্ক উন্নত হ’ব বুলি ধাৰণা কৰা হৈছে।

অৱশ্যে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে তাৰিক ৰহমানৰ শপত গ্ৰহণৰ তাৰিখ এতিয়াও চূড়ান্ত হোৱা নাই। ইউনুছৰ কাৰ্যালয়ৰ সূত্ৰৰ উদ্ধৃতি দি বাংলাদেশৰ সংবাদ মাধ্যম প্ৰথম আলোৱে অহা সোমবাৰ বা মঙলবাৰে নতুন চৰকাৰ গঠন হ’ব পাৰে বুলি প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী আৰু সংসদ সদস্যসকলৰ শপত গ্ৰহণৰ তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: TariqueRahman
Share4Tweet3Send

Related Posts

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

by News Desk
August 24, 2026
51
Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো
National-International

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

by News Desk
August 24, 2026
51
CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ
National-International

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
August 24, 2026
51
Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন
National-International

Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

by News Desk
August 24, 2026
52
Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত
National-International

Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত

by News Desk
August 24, 2026
51
Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ
National-International

Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ

by News Desk
August 24, 2026
51
ADVERTISEMENT
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

August 25, 2026
50
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
NORTHEAST

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

August 25, 2026
50
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
51
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row
NORTHEAST

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

August 25, 2026
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

August 25, 2026
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d