ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

US destroy ship : কেৰিবিয়ান সাগৰত পুনৰ জাহাজ ধ্বংস আমেৰিকান সেনাৰ, নিহত ৩

নিউজ ডেস্কঃ

News Desk by News Desk
February 14, 2026
Reading Time: 1 min read
A A
0
US destroy ship : কেৰিবিয়ান সাগৰত পুনৰ জাহাজ ধ্বংস আমেৰিকান সেনাৰ, নিহত ৩

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

কেৰিবিয়ান সাগৰ (Caribbean Sea)ত এখন জাহাজত পুনৰ আক্ৰমণ আমেৰিকান সেনা (Attack by the American army)ৰ। এই আক্ৰমণত তিনিজন লোক নিহত হয়। আমেৰিকাই দাবী কৰিছে যে এই অভিযানৰ লক্ষ্য আছিল ড্ৰাগছ সৰবৰাহকাৰী (Drug supplier Ship) জাহাজ। বিগত কেইমাহমানৰ পৰা কেৰিবিয়ান সাগৰ আৰু পূব প্ৰশান্ত মহাসাগৰত ইখনৰ পিছত সিখন জাহাজ আক্ৰমণ কৰি আহিছে আমেৰিকাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে এই পদক্ষেপ ড্ৰাগছৰ সৰবৰাহ ৰোধৰ বাবে প্ৰয়োজনীয় আছিল। কিন্তু প্ৰশাসনে জাহাজখনত ‘ড্ৰাগছ সৰবৰাহকাৰী’ কঢ়িয়াই অনা বুলি সঠিক প্ৰমাণ দিব নোৱাৰিলে। তেওঁলোক কোন সেই সন্দৰ্ভত কোনো সবিশেষ প্ৰকাশ কৰা নাই আমেৰিকাৰ সেনাই।

আমেৰিকাৰ দক্ষিণ কমাণ্ডে ছ’চিয়েল মিডিয়াত দাবী কৰিছে, “কেৰিবিয়ানত ড্ৰাগছ সৰবৰাহৰ বাবে জনাজাত পথেৰে যাত্ৰা কৰি আছিল জাহাজখন। ই ড্ৰাগছ সৰবৰাহৰ কামত নিয়োজিত আছিল।” আমেৰিকাৰ সামৰিক আক্রমণত তিনিজন লোক নিহত হোৱাৰ কথাও জানিবলৈ দিয়ে৷ ছচিয়েল মিডিয়াত এটা ভিডিঅ’ও প্ৰকাশ কৰা হয়। তাত এখন জাহাজ সাগৰত ওপঙি থকা দেখা গৈছে। হঠাৎ বিস্ফোৰণ ঘটি তাত জুই লাগে।

ship | ASSAM TIMES POST
কেৰিবিয়ান সাগৰত পুনৰ জাহাজ ধ্বংস আমেৰিকান সেনাৰ

পৰিসংখ্যাত কোৱা হৈছে যে যোৱা ছেপ্টেম্বৰৰ পৰা আমেৰিকাৰ সেনাই কেৰিবিয়ান সাগৰ আৰু পূব প্ৰশান্ত মহাসাগৰীয় অঞ্চলত জাহাজক লক্ষ্য কৰি ৩৮টা আক্ৰমণ চলাইছে। ইয়াৰ মাজতে ১৩৩ জন লোকে প্ৰাণ হেৰুৱায়। আমেৰিকাই দাবী কৰিছে যে সেই ভেচেল বা জাহাজে ড্ৰাগছ সৰবৰাহ কৰিছিল।

যোৱা সপ্তাহত আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰী পিট হেগচিটে দাবী কৰিছিল যে কেৰিবিয়ান অঞ্চলত শেহতীয়াকৈ সংঘটিত আক্ৰমণৰ বাবে একাংশ বৃহৎ ড্ৰাগছ সৰবৰাহকাৰীয়ে অনিৰ্দিষ্টকালৰ বাবে অঞ্চলটোত চোৰাং ব্যৱসায় বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। ছ’চিয়েল মিডিয়াত হেগচিটে এই দাবী কৰে। অৱশ্যে তেওঁ এই দাবীৰ সমৰ্থনত কোনো প্ৰমাণ দাঙি ধৰা নাই।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে লেটিন আমেৰিকাৰ ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে আমেৰিকা ‘সশস্ত্ৰ সংঘাত’ত আছে। তেওঁ দাবী কৰে যে ড্ৰাগছৰ সৰবৰাহ ৰোধৰ বাবে এই আক্ৰমণৰ প্ৰয়োজন আছিল। কিন্তু ট্ৰাম্প প্ৰশাসনে এতিয়াও উক্ত জাহাজখনত ড্ৰাগছ সৰবৰাহ হৈছিল বুলি পৰ্যাপ্ত প্ৰমাণ দিব পৰা নাই।

Tags: USdestroyship
Share4Tweet3Send

Related Posts

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে
National-International

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

by News Desk
May 11, 2026
50
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক
National-International

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

by News Desk
May 11, 2026
50
CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল
National-International

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

by News Desk
May 11, 2026
50
North-East : উত্তৰ-পূবৰ দুগৰাকী যুৱতীৰ শ্লীলতাহানী, ৪ যুৱকক চিনাক্ত দিল্লী আৰক্ষীৰ
National-International

North-East : উত্তৰ-পূবৰ দুগৰাকী যুৱতীৰ শ্লীলতাহানী, ৪ যুৱকক চিনাক্ত দিল্লী আৰক্ষীৰ

by News Desk
May 11, 2026
50
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই
National-International

Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই

by News Desk
May 11, 2026
50
Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ
National-International

Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ

by News Desk
May 11, 2026
50
ADVERTISEMENT
Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক
Assam

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

May 11, 2026
50
Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে
National-International

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

May 11, 2026
50
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক
National-International

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

May 11, 2026
50
CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল
National-International

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

May 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

May 11, 2026
Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

May 11, 2026
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

May 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx