ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Ajit Pawar I  আজি মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব অজিত পাৱাৰ পত্নী সুনেত্ৰাই

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
January 31, 2026
Reading Time: 1 min read
A A
0
Ajit Pawar I  আজি মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব অজিত পাৱাৰ পত্নী সুনেত্ৰাই

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব

NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

শুকুৰবাৰে দলীয় নেত্ৰী নিৰ্বাচনৰ পিছত শনিবাৰে এন চি পিয়ে ঘোষণা কৰে যে প্ৰয়াত অজিত পাৱাৰৰ পত্নী সুনেত্ৰাই (Sunetra Pawar) শনিবাৰে মহাৰাষ্ট্ৰৰ নতুন উপ-মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব। শনিবাৰে পুৱা এন চি পিৰ বিধায়িনী দলৰ এখন বৈঠক আহ্বান কৰি আনুষ্ঠানিকভাৱে তেওঁক নেত্ৰী হিচাপে নিৰ্বাচিত কৰা হয়।

Ajit Pawar I 
আজি মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব অজিত পাৱাৰ পত্নী সুনেত্ৰাই:

এই বৈঠকত অংশগ্ৰহণৰ বাবে মুম্বাইত উপস্থিত হৈছে এন চি পিৰ বিধায়ক আৰু বিধান পৰিষদৰ সদস্যসকল। মহাৰাষ্ট্ৰৰ ইতিহাসত প্ৰথমগৰাকী মহিলা উপ-মুখ্যমন্ত্ৰী হ’বলৈ গৈ আছে সুনেত্ৰা। বৰ্তমান তেওঁ ৰাজ্যসভাৰ সাংসদ। ফলত উপ-মুখ্যমন্ত্ৰীৰ দায়িত্ব ল’বলৈ হ’লে বিধানসভা বা বিধান পৰিষদৰ উপ-নিৰ্বাচনত জয়ী হ’ব লাগিব।

উল্লেখ্য যে বিধানসভাৰ দৰেই বিধান পৰিষদতো ‘নিৰ্বাচিত’ হ’ব লাগিব। কিন্তু সাধাৰণ নাগৰিকে তাত ভোট নিদিয়ে। বিভিন্ন বৃত্তিৰ লোক আৰু পঞ্চায়ত আৰু পৌৰসভাৰ দৰে স্থানীয় প্ৰশাসনৰ নিৰ্বাচিত জনপ্ৰতিনিধিয়ে তাত প্ৰতিষ্ঠানিকভাৱে ভোটদান কৰে।

ভাৰতবৰ্ষত বৰ্তমান ৬ খন ৰাজ্যত বিধান পৰিষদ আছে। সেইকেইখন হ’ল মহাৰাষ্ট্ৰ, বিহাৰ, উত্তৰ প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা আৰু কৰ্ণাটক।
শুকুৰবাৰে এন চি পিৰ নেতা ছগন ভুজবল, প্ৰফুল্ল পেটেল আৰু সুনীল তাটকাৰেয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী ফাড়নৱীছক তেওঁৰ চৰকাৰী বাসগৃহত সাক্ষাৎ কৰে।

ফাড়নৱীছৰ মন্ত্ৰীসভাৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে বিত্ত, আবকাৰী আৰু ক্ৰীড়াৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল। বৈঠকৰ অন্তত ছগনে কয় যে, শনিবাৰে (৩১ জানুৱাৰী) এন চি পিৰ বিধায়িনী দলৰ বৈঠকত সুনেত্ৰা পাৱাৰক আনুষ্ঠানিকভাৱে দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হ’ব।

মহাৰাষ্ট্ৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী ছগন ভুজলে অজিত পাৱাৰৰ ঠাইত সুনেত্ৰাই দলৰ পৰা উপ-মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিব বুলি ঘোষণা কৰে। তেওঁ কয়, “মূখ্যমন্ত্ৰী ফাড়নৱীছে আমাক জনাইছে যে শনিবাৰে শপতগ্ৰহণৰ ক্ষেত্ৰত তেওঁৰ কোনো আপত্তি নাই। অৱশ্যে ছগনে কয় যে শনিবাৰে কেতিয়া শপত গ্ৰহণ হ’ব সেই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত এন চি পিৰ বিধানসভাই ল’ব।”

উল্লেখ্য যে মাত্ৰ ডেৰ বছৰ পূৰ্বে নিৰ্বাচনী ৰাজনীতিত প্ৰৱেশ কৰিছিল অজিত পাৱাৰৰ পত্নী সুনেত্ৰাই। কিন্তু ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত বাৰামতী সমষ্টিত শৰদ পাৱাৰৰ কন্যা তথা এন চি পি (শৰদ পাৱাৰ)ৰ প্ৰাৰ্থী সুপ্ৰিয়া চুলেৰ হাতত পৰাস্ত হয়।

অজিত পাৱাৰৰ পুত্ৰ পাৰ্থ পাৱাৰৰ আগতে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ অভিজ্ঞতা আছিল সুনেত্রাৰ৷ কিন্তু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত মাভাল সমষ্টিত পৰাজয়ৰ পিছত সক্ৰিয় ৰাজনীতিত দেখা পোৱা নাই। এনে পৰিস্থিতিত পাৱাৰ পৰিয়ালত অজিতৰ শূন্যতা কোনে পূৰণ কৰিব সেই লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল।

বহু ৰাজনৈতিক পৰ্যালোচকেও ভৱিষ্যদ্বাণী কৰিছিল যে এন চি পিৰ প্ৰতিষ্ঠাপক প্ৰধান শৰদ পাৱাৰৰ নেতৃত্বত দুয়োটা গোট পুনৰ একত্ৰিত হ’ব পাৰে। কিন্তু শেষত অজিত পাৱাৰৰ অনুগামীসকলে সুকীয়া অস্তিত্ব বজাই ৰাখি সুনেত্ৰাক দলৰ নেতা হিচাপে মনোনীত কৰে। ফলত এন চি পিত ‘বিজেপিৰ ঘনিষ্ঠ’ প্ৰফুল পেটেলৰ প্ৰভাৱ বৃদ্ধি পাব বুলি বহুতে অনুমান কৰিছে।

Tags: আজি মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপেশপত গ্ৰহণ কৰিব অজিত পাৱাৰ পত্নী সুনেত্ৰাই
Share4Tweet3Send

Related Posts

Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব
National-International

Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব

by News Desk
May 12, 2026
50
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত
National-International

NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

by News Desk
May 12, 2026
50
Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই
National-International

Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

by News Desk
May 12, 2026
50
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

‎তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত যোচেফ বিজয়ে বৃহৎ পদক্ষেপ I ৭১৭ খন সুৰাৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ

by Staff Reporter
May 12, 2026
50
‎নাগালেণ্ডত নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বাধীন)ৰ সদস্য
National-International

‎নাগালেণ্ডত নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বাধীন)ৰ সদস্য

by Staff Reporter
May 12, 2026
50
‎মহাকাশ পোছাকত ৰহস্যময় ৪ ফুটৰ ৰহস্যময় জীৱ : আমেৰিকা যুক্তৰাষ্ট্ৰত মুকলি ইউএফঅ’ ফাইল  ‎
National-International

‎মহাকাশ পোছাকত ৰহস্যময় ৪ ফুটৰ ৰহস্যময় জীৱ : আমেৰিকা যুক্তৰাষ্ট্ৰত মুকলি ইউএফঅ’ ফাইল ‎

by Staff Reporter
May 12, 2026
50
ADVERTISEMENT
Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব
National-International

Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব

May 12, 2026
50
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত
National-International

NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

May 12, 2026
50
Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই
National-International

Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

May 12, 2026
50
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

‎তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত যোচেফ বিজয়ে বৃহৎ পদক্ষেপ I ৭১৭ খন সুৰাৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ

May 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব

Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব

May 12, 2026
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

May 12, 2026
Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

May 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx