ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Amit Shah Dibrugarh visit : ডিব্ৰুগড়ত ১,৭১৫ কোটিৰ প্ৰকল্প উদ্বোধন-আধাৰশিলা স্থাপন অমিত শ্বাহৰ

নিউজ ডেস্কঃ

News Desk by News Desk
January 30, 2026
Reading Time: 1 min read
A A
0
Amit Shah Dibrugarh visit : ডিব্ৰুগড়ত ১,৭১৫ কোটিৰ প্ৰকল্প উদ্বোধন-আধাৰশিলা স্থাপন অমিত শ্বাহৰ

RELATED POSTS

Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ

Tezpur : তেজপুৰ গোটলুং নামপাৰাত ডিঙি চেপি হত্যা, এজনক আটক

Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি

New Logo Very Smal 2 | ASSAM TIMES POST

এদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে নিশা ডিব্ৰুগড়ত (Dibrugarh) উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah) শুকুৰবাৰে ডিব্ৰুগড়ত কেইবাটাও অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ (Foundation stone laying) লগতে শুভ উদ্বোধন কৰে।

dib | ASSAM TIMES POST
ডিব্ৰুগড়ত ১,৭১৫ কোটিৰ প্ৰকল্প উদ্বোধন-আধাৰশিলা স্থাপন অমিত শ্বাহৰ

মুঠ ১,৭১৫ কোটি টকা ব্যয়েৰে শুভ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰা প্ৰকল্পসমূহৰ ভিতৰত অন্যতম হৈছে ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তুলিবলৈ নিৰ্মাণ কৰিবলগা অসম বিধানসভা চৌহদৰ ((Assam Legislative Assembly Boundary) আধাৰশিলা (Foundation stone) স্থাপন। ২৮৪ কোটি টকা ব্যয়সাপেক্ষে আধাৰশিলা স্থাপন কৰা অসম বিধানসভাৰ দ্বিতীয় চৌহদ আৰু বিধায়ক আৱাসৰ প্ৰকল্পটোত থাকিব এটা তিনিমহলীয়া বিধানসভা ভৱন, এটা নমহলীয়া বিধায়ক আৱাস, এটা ৮০০ আসনবিশিষ্ট প্ৰেক্ষাগৃহ আৰু নিৰাপত্তাৰক্ষীৰ বাবে বেৰেক।

dib3 | ASSAM TIMES POST
ডিব্ৰুগড়ত প্ৰকল্প উদ্বোধন-আধাৰশিলা স্থাপন অমিত শ্বাহৰ

ইয়াৰ উপৰি ২৩৮ কোটি ব্যয়সাপেক্ষে নিৰ্মাণ কৰা খনিকৰ ক্ৰীড়া প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ শুভ উদ্বোধন কৰাৰ লগতে ২০৯ কোটি টকা ব্যয়সাপেক্ষ নিৰ্মাণ কৰিবলগা দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন কৰে গৃহমন্ত্ৰীয়ে।

dib2 | ASSAM TIMES POST
ডিব্ৰুগড়ত প্ৰকল্প উদ্বোধন-আধাৰশিলা স্থাপন অমিত শ্বাহৰ

আনহাতে, ২৯২ কোটি টকাৰ এটা বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা কেন্দ্ৰৰো আধাৰশিলা স্থাপন কৰে অমিত শ্বাহে। আন এটা অভিলাষী প্ৰকল্প ৬৯২ কোটি টকা ব্যয়সাপেক্ষে জলাহভূমিৰ পুনৰুদ্ধাৰ আৰু পুনৰুজ্জীৱিতকৰণ প্ৰকল্পৰো শুভ উদ্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

dib4 | ASSAM TIMES POST
ডিব্ৰুগড়ত প্ৰকল্প উদ্বোধন-আধাৰশিলা স্থাপন অমিত শ্বাহৰ

ডিব্ৰুগড়ত এই কাৰ্যসূচী সামৰি ধেমাজিলৈ যায় অমিত শ্বাহ। ধেমাজিত মিচিং যুৱ মহোৎসৱত অংশগ্ৰহণৰ পিছত সন্ধিয়া গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। গুৱাহাটীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দলীয় কৰ্মকৰ্তাৰ সৈতে এক বৈঠকত মিলিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: amitshahdibrugarh
Share4Tweet3Send

Related Posts

Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ
Assam

Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ

by News Desk
October 26, 2026
50
Tezpur : তেজপুৰ গোটলুং নামপাৰাত ডিঙি চেপি হত্যা, এজনক আটক
Assam

Tezpur : তেজপুৰ গোটলুং নামপাৰাত ডিঙি চেপি হত্যা, এজনক আটক

by News Desk
October 26, 2026
51
Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি
Assam

Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি

by News Desk
October 24, 2026
52
Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ
Assam

Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ

by News Desk
October 24, 2026
53
Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ
Assam

Medicine black market : নলবাৰীত ১০ কোটিৰো অধিক মূল্যৰ চোৰাং ঔষধ উদ্ধাৰ

by News Desk
October 24, 2026
51
Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ
Assam

Medicine recover : নলবাৰীৰ বালিকৰিয়াত অবৈধভাবে মজুত ৰখা ঔষধৰ কাৰ্টুন উদ্ধাৰ

by News Desk
October 24, 2026
53
ADVERTISEMENT
Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী
Guwahati

Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী

October 26, 2026
50
Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ
National-International

Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

October 26, 2026
50
Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন
National-International

Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

October 26, 2026
50
Mallikarjun Kharge : মোদীৰ বাপেকো যাব লাগিব, খাৰ্গেৰ মন্তব্যৰ ক্ষমা বিচাৰি দেশজুৰি বিজেপিৰ প্ৰতিবাদ
National-International

Mallikarjun Kharge : মোদীৰ বাপেকো যাব লাগিব, খাৰ্গেৰ মন্তব্যৰ ক্ষমা বিচাৰি দেশজুৰি বিজেপিৰ প্ৰতিবাদ

October 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী

Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী

October 26, 2026
Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

October 26, 2026
Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

October 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d