ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Ajit Pawar plane crash : ৰাণৱে দেখা পোৱা নাই, দুৰ্ঘটনাৰ পূৰ্বে এ টি চিলৈ পাইলটৰ বাৰ্তা

নিউজ ডেস্কঃ

News Desk by News Desk
January 28, 2026
Reading Time: 1 min read
A A
0
Ajit Pawar plane crash : ৰাণৱে দেখা পোৱা নাই, দুৰ্ঘটনাৰ পূৰ্বে এ টি চিলৈ পাইলটৰ বাৰ্তা

New Logo Very Smal 2 | ASSAM TIMES POST

RELATED POSTS

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী (Dy Chief Minister of Maharashtra) অজিত পাৱাৰ (Ajit Pawar)ৰ বিমান (Airplane)খন বাৰামতী (Baramati)ত দুৰ্ঘটনাগ্ৰস্ত (Accident) হোৱাৰ পূৰ্বে ঠিক কি হৈছিল? কেন্দ্ৰই সেই তথ্য এইবাৰ ৰাজহুৱা কৰিছে। কিছু কথোপকথনো ৰাজহুৱা কৰা হৈছে। তাত পাইলট আৰু ‘এয়াৰ ট্ৰেফিক কণ্ট্ৰ’ল’ (Air traffic control)ৰ (এ টি চি) মাজত শেষ মুহূৰ্তৰ কথোপকথন ৰাজহুৱা কৰা হৈছে। ককপিটৰ পৰাই এ টি চিক কোৱা হৈছিল যে তেওঁলোকে ৰাণৱে দেখা পোৱা নাই। পিছত অৱশ্যে পাইলটে ৰাণৱে দেখা পোৱা বুলি কয়। অৱশ্যে শেষত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।

শেষ মুহূৰ্তত কি হ’ল সেই কথা এ টি চিৰ পৰা জানিবলৈ পালে কেন্দ্ৰই। ইতিমধ্যে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে সেই তথ্য প্ৰকাশ কৰিছে। ইয়াত কোৱা হৈছে যে বিমানখনে প্ৰথমে পুৱা ৮.১৮ বজাত বাৰামতীৰ সৈতে যোগাযোগ কৰিছিল। দ্বিতীয়বাৰৰ বাবে যোগাযোগ কৰিছিল বাৰামতীৰ পৰা ৩০ নটিকেল মাইল দূৰৈত। তাৰ পিছত পাইলটক বিমানখনৰ ‘ভিজুৱেল মিটিঅ’ৰজিকেল কণ্ডিচন’ বিবেচনা কৰি নামিবলৈ কোৱা হয়। ইয়াৰ অৰ্থ হ’ল পাইলটে নিজেই কেৱল যন্ত্ৰৰ ওপৰত নিৰ্ভৰ নকৰাকৈয়ে বিমানখনৰ বাহিৰলৈ চাই দৃশ্যমানতা আৰু ডাৱৰমুক্ত পৰিস্থিতি বুজি লোৱা।

plan 1 | ASSAM TIMES POST
অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাৰ পূৰ্বে এ টি চিলৈ পাইলটৰ বাৰ্তা ৰাণৱে দেখা পোৱা নাই,

তেতিয়া পাইলটে জানিব বিচাৰিলে বাহিৰত বতাহৰ গতি কেনেকুৱা। দৃশ্যমানতা কেনেকুৱাও সেয়াও জানিব বিচাৰিছিল। তেওঁক কোৱা হয় যে বতাহ স্বাভাৱিক। দৃশ্যমানতাও প্ৰায় তিনি হাজাৰ মিটাৰ বুলি জানিব পৰা গৈছে। কেন্দ্ৰই জনোৱা মতে, ইয়াৰ পিছতে বিমানখনে বাৰামতী বিমানবন্দৰৰ ১১ নম্বৰ ৰাণৱেত অৱতৰণ কৰিবলৈ চেষ্টা কৰে। কিন্তু পাইলটে ৰাণৱে দেখা নাপালে। সেইবাবেই তেওঁলোকে বিমানখন আকাশতে পুনৰ এবাৰ ঘূৰালে।

ইয়াৰ পিছত পুনৰ ১১ নম্বৰ ৰাণৱেত অৱতৰণ কৰিবলৈ চেষ্টা কৰে। পাইলটক সোধা হৈছিল যে ৰাণৱে দেখা গৈছেনে? ককপিটে উত্তৰ দিলে, “ৰাণৱে দেখা পোৱা নাই, ৰাণৱে দেখিলেই জনাম।” কেইছেকেণ্ডমানৰ পিছত ককপিটে ৰিপ’ৰ্ট দিলে যে তেওঁলোকে ৰাণৱেটো দেখা পাইছে। কিন্তু কেন্দ্ৰই প্ৰকাশ কৰা তথ্যত কোনজন পাইলটে ককপিটৰ পৰা কথা পাতিছিল সেই কথা উল্লেখ কৰা হোৱা নাই।

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে জনোৱা মতে, পুৱা ৮.৪৩ বজাত বিমানখন ১১ নম্বৰ ৰাণৱেত অৱতৰণ কৰিবলৈ ব্যৱস্থা কৰা হয়। কিন্তু তাৰ প্ৰতি ককপিটে কোনো সঁহাৰি নিদিলে। কিছু মুহূৰ্তৰ পিছত পুৱা ৮.৪৪ বজাত ১১ নং ৰাণৱেৰ কাষত অগ্নিকাণ্ড দেখা যায়। ৰাণৱেৰ কাষত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। পিছত কেন্দ্ৰীয় বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে কয়, “বিমানখন অৱতৰণ কৰিবলৈ চেষ্টা কৰাৰ সময়ত দৃশ্যমানতা হয়তো কম আছিল।” বিমানখনৰ ককপিটত দুজন পাইলট আছিল। কেন্দ্ৰৰ বিবৃতিত তেওঁলোকৰ নাম প্ৰকাশ কৰা হোৱা নাই। কিন্তু জানিব পৰা মতে বিমানখনৰ কেপ্টেইন (পাইলট-ইন-কমাণ্ড) আছিল সুমিত কুমাৰ আৰু ফাৰ্ষ্ট অফিচাৰ (কো-পাইলট) আছিল সম্ভৱী পাঠক। দুয়োগৰাকীৰে ১৫ হাজাৰ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা আছিল।

Tags: AjitPawarplanecrash
Share4Tweet3Send

Related Posts

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ
National-International

by News Desk
August 11, 2026
50
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

by News Desk
August 11, 2026
50
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ
National-International

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

by News Desk
August 11, 2026
50
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়

Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ

ADVERTISEMENT
Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ
National-International

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
50
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
50
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ
National-International

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026
50
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ
National-International

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

August 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT