ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Republic Day 2026 : গণৰাজ্য দিৱসৰ অনুষ্ঠানত জিন্নাৰ সমৰ্থনত শ্লোগান, গ্ৰেপ্তাৰ শিক্ষক

নিউজ ডেস্কঃ

News Desk by News Desk
January 27, 2026
Reading Time: 1 min read
A A
0
Republic Day 2026 : গণৰাজ্য দিৱসৰ অনুষ্ঠানত জিন্নাৰ সমৰ্থনত শ্লোগান, গ্ৰেপ্তাৰ শিক্ষক

RELATED POSTS

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

Ajit Doval : চীন-ছিকিম সীমান্তত নিৰুদ্দেশ ভাৰতীয় চোৰাংচোৱা বিষয়াৰ দল, ক’লৈ গ’ল তেওঁলোক? অজিত ডোভালৰ কাহিনীত আপুনিও শিহৰিত হ’ব

New Logo Very Smal 2 | ASSAM TIMES POST

গণৰাজ্য দিৱস (Republic Day)ৰ কাৰ্যসূচীত মহম্মদ আলী জিন্না (Muhammad Ali Jinnah)ৰ নামত শ্লোগান (Slogan) দিয়াৰ অভিযোগ উত্থাপন হৈছে এগৰাকী বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে। বিহাৰ (Bihar)ত সংঘটিত এই কাণ্ডত অভিযুক্ত শিক্ষকজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত অব্যাহত ৰাখিছে।

অভিযুক্ত শিক্ষকজন বিহাৰৰ চুপুলৰ এখন বিদ্যালয়ত কৰ্মৰত। সোমবাৰে চুপুলৰ কিষাণপুৰ থানা অঞ্চলৰ বিদ্যালয়খনত গণৰাজ্য দিৱসৰ কাৰ্যসূচী আছিল। অভিযোগ অনুসৰি, অনুষ্ঠানৰ সময়ত তেওঁ জিন্নাৰ সমৰ্থনত শ্লোগান দিয়ে। বিষয়টো বিদ্যালয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হয়। জানিব পৰা মতে, গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ পিছত বিদ্যালয় কৰ্তৃপক্ষই থানাত এজাহাৰ দাখিল কৰে। চুপুলৰ আৰক্ষী অধীক্ষক আৰ এছ শৰতে জনোৱা মতে, এই অভিযোগৰ সৈতে জড়িত বিদ্যালয়ৰ শিক্ষকজনক গ্ৰেপ্তাৰ কৰা হৈছে। সঠিকভাৱে কি হৈছিল তাৰ তদন্ত চলি আছে।

bihar 2 | ASSAM TIMES POST
গণৰাজ্য দিৱসৰ অনুষ্ঠানত জিন্নাৰ সমৰ্থনত শ্লোগান, গ্ৰেপ্তাৰ শিক্ষক

আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, “এজন শিক্ষকে কিছু আপত্তিজনক শ্লোগান দিয়ে। এই সন্দৰ্ভত কিষাণপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হয়। আমি বিষয়টোৰ তদন্ত কৰি আছো।” সোমবাৰৰ ঘটনাৰ এটা ভিডিঅ’ ইতিমধ্যে ৰাজহুৱা হৈছে। ৩৪ ছেকেণ্ডৰ এই ভিডিঅ’টোত বিদ্যালয়ৰ খেলপথাৰত গণৰাজ্য দিৱসৰ অনুষ্ঠান অনুষ্ঠিত হোৱা দেখা গৈছে। মাটিত শাৰী পাতি থিয় হৈ আছে ছাত্ৰ-ছাত্ৰীসকল। জাতীয় পতাকাৰ সন্মুখত আৰু কেইজনমান মানুহ থিয় হৈ আছে। তেওঁলোক সম্ভৱত স্কুলৰ শিক্ষক আৰু শিক্ষাকৰ্মী।

সেই ভিডিঅ’টোত মহাত্মা গান্ধী, মৌলানা আবুল কালাম আজাদ, ভগত সিঙৰ নামত শ্লোগান দিয়া শুনা যায়। শিক্ষক-শিক্ষয়িত্ৰীৰ মাজৰ পৰা সম্ভৱত শ্লোগান দিয়া হৈ আছিল আৰু ছাত্ৰ-ছাত্ৰীসকলে একেলগে ‘অমৰ ৰহে’ বুলি কৈছিল। সেই সময়তে জিন্নাৰ নামতো শ্লোগান দিয়া শুনা যায়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Republicday
Share4Tweet3Send

Related Posts

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত
National-International

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

by News Desk
September 21, 2026
51
Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ
National-International

Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

by News Desk
September 21, 2026
51
Ajit Doval : চীন-ছিকিম সীমান্তত নিৰুদ্দেশ ভাৰতীয় চোৰাংচোৱা বিষয়াৰ দল, ক’লৈ গ’ল তেওঁলোক? অজিত ডোভালৰ কাহিনীত আপুনিও শিহৰিত হ’ব
National-International

Ajit Doval : চীন-ছিকিম সীমান্তত নিৰুদ্দেশ ভাৰতীয় চোৰাংচোৱা বিষয়াৰ দল, ক’লৈ গ’ল তেওঁলোক? অজিত ডোভালৰ কাহিনীত আপুনিও শিহৰিত হ’ব

by News Desk
September 21, 2026
52
Indo Bangladesh ties : ভাৰত-বাংলাদেশৰ যৌথ টাস্ক ফ’ৰ্চ গঠনৰ বাবে আলোচনা, দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ বাবে আগ্ৰহী দুয়ো দেশ
National-International

Indo Bangladesh ties : ভাৰত-বাংলাদেশৰ যৌথ টাস্ক ফ’ৰ্চ গঠনৰ বাবে আলোচনা, দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ বাবে আগ্ৰহী দুয়ো দেশ

by News Desk
September 21, 2026
51
Strait of Hormuz : হৰমুজৰ সমীপত এলপিজি টেংকাৰত ড্ৰোন আক্ৰমণ, কথমপি ৰক্ষা পৰিল ৯ ভাৰতীয়
National-International

Strait of Hormuz : হৰমুজৰ সমীপত এলপিজি টেংকাৰত ড্ৰোন আক্ৰমণ, কথমপি ৰক্ষা পৰিল ৯ ভাৰতীয়

by News Desk
September 21, 2026
51
Japanese aircraft : প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলনত সহযোগিতাৰ বাৰ্তা দুই বায়ুসেনাৰ মুৰব্বীৰ
National-International

Japanese aircraft : প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলনত সহযোগিতাৰ বাৰ্তা দুই বায়ুসেনাৰ মুৰব্বীৰ

by News Desk
September 21, 2026
51
ADVERTISEMENT
Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

September 21, 2026
57
CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা
DIPHU

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

September 21, 2026
61
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত
National-International

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026
51
Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ
National-International

Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

September 21, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

September 21, 2026
CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

September 21, 2026
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d