ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Colonel Sophia Qureshi : ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিব কৰ্ণেল ছ’ফিয়াই

নিউজ ডেস্কঃ

News Desk by News Desk
January 26, 2026
Reading Time: 1 min read
A A
0
Colonel Sophia Qureshi : ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিব কৰ্ণেল ছ’ফিয়াই

New Logo Very Smal 2 | ASSAM TIMES POST

RELATED POSTS

Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব

NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

এইবাৰ দেশৰ সামৰিক বাহিনীলৈ বিশেষ অৱদানৰ বাবে ৰাষ্ট্ৰপতিৰ পদ (President medal)ক লাভ কৰিবলৈ আগবাঢ়িছে কৰ্ণেল ছ’ফিয়া কুৰেশ্বীয়ে (Sophia Qureshi)। তেওঁক দিয়া হ’ব বিশিষ্ট সেৱাৰ পদক। যোৱা বছৰ সিন্দুৰ অভিযানৰ সময়ত পাকিস্তানৰ মাটিত ভাৰতে লোৱা প্রতিশোধৰ প্রতিটো সবিশেষ বৰ্ণনা কৰিছিল তেওঁ। কৰ্ণেল ছ’ফিয়াই সংবাদমেলত বুজাই দিয়ে যে সিন্দুৰ অভিযানৰ প্ৰতিটো পদক্ষেপ কেনেকৈ আৰু কিয় লোৱা হৈছিল। জম্মু-কাশ্মীৰৰ পহেলগামত সন্ত্ৰাসবাদীৰ হত্যাকাণ্ডৰ পিছত ভাৰতে পাকিস্তান আৰু পাক অধীকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণেৰে প্ৰতিশোধ লয়। পিছত দুয়োখন দেশৰ মাজত সামৰিক সংঘৰ্ষৰ সৃষ্টি হয়। বহুতৰ মতে কৰ্ণেল ছ’ফিয়াক দেশৰ নাৰী শক্তিৰ বিষয়ে স্পষ্ট বাৰ্তা দিয়াৰ দায়িত্ব দিয়া হৈছিল আৰু সেনাৰ সংবাদমেলত পাকিস্তানত হোৱা প্ৰতিশোধৰ বিষয়ে অৱগত কৰাৰ দায়িত্ব দিয়া হৈছিল। তেওঁৰ লগত আছিল বায়ুসেনাৰ উইং কমাণ্ডাৰ ভমিকা সিঙো।

১৯৭৪ চনত গুজৰাটৰ বদোদৰাত জন্মগ্ৰহণ কৰা ছ’ফিয়াই ১৯৯৭ চনত জৈৱ ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। বৰ্তমান ভাৰতীয় সেনাৰ সামৰিক যোগাযোগ আৰু ইলেক্ট্ৰ’নিকছ অপাৰেচন সহায়ক শাখা ছিগনেল ক’ৰ্পছৰ অন্যতম শীৰ্ষ বিষয়া তেওঁ। ৩৫ বছৰীয়া বিষয়াগৰাকী সেনাবাহিনীত কেইবাটাও সফলতাৰ সৈতে জড়িত।

qurasi | ASSAM TIMES POST
ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিব কৰ্ণেল ছ’ফিয়াই

২০১৬ চনত প্ৰথমবাৰৰ বাবে তেওঁ শিৰোনাম দখল কৰিছিল। সেই বছৰত ১৮ খন দেশৰ সন্মুখত ভাৰতৰ সামৰিক অনুশীলনৰ নেতৃত্ব দিছিল ছ’ফিয়াই। প্ৰথম মহিলা হিচাপে তেওঁ এই কৃতিত্ব অৰ্জন কৰে। সেই সময়ত ছ’ফিয়া লেফটেনেণ্ট কৰ্ণেল আছিল। পুনে সামৰিক অনুশীলন কেন্দ্ৰত আয়োজিত বিদেশী সামৰিক অনুশীলন আছিল সৰ্ববৃহৎ। জাপান, চীন, আমেৰিকা, ৰাছিয়াৰ দৰে দেশে ২ মাৰ্চৰ পৰা ৮ মাৰ্চলৈ এই অনুশীলনত অংশগ্ৰহণ কৰিছিল। আন কোনো দেশৰ অনুশীলনত নেতৃত্বত মহিলা নাছিল।

আনকি দেশৰ উচ্চতম ন্যায়ালয়তো এটা গোচৰৰ শুনানিৰ সময়ত কৰ্ণেল ছ’ফিয়াৰ নাম দৃষ্টান্ত হিচাপে উত্থাপন হৈছিল। সেনাবাহিনীৰ স্থায়ী আয়োগত মহিলা বিষয়া নিযুক্তিৰ গোচৰ যেতিয়া উচ্চতম ন্যায়ালয়ত উপস্থিত হয়, তেতিয়া আদালতে কৰ্ণেল ছ’ফিয়াৰ কথা উল্লেখ কৰে। স্থায়ী আয়োগত মহিলা বিষয়াক কিয় নিযুক্তি দিব লাগে সেই সম্পৰ্কে শুনানিৰ সময়ত আদালতে কয় যে কৰ্ণেল ছ’ফিয়াই ২০০৬ চনত কংগোত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা বাহিনীৰ সামৰিক পৰ্যবেক্ষক হিচাপে কাম কৰিছিল। তেওঁ দক্ষতাৰে সেই কাম কৰিছিল। এইবাৰ কৰ্ণেল ছ’ফিয়াক বিশিষ্ট সেৱা পদক প্ৰদান কৰা হ’ব।

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত সামৰিক বাহিনীলৈ বিশেষ অৱদানৰ বাবে পদক প্ৰাপকসকলৰ নাম ঘোষণা কৰা হৈছে। কৰ্ণেল কুৰেশ্বীকে ধৰি মুঠ ১৩৫ গৰাকীক এইবাৰ বিশিষ্ট সেৱা পদক প্ৰদান কৰা হ’ব। তদুপৰি ৩০ গৰাকীক পৰম বিশিষ্ট সেৱা পদক, চাৰিগৰাকীক উত্তম যোদ্ধা সেৱা পদক, ৫৬ গৰাকীক অতি বিশিষ্ট সেৱা পদক, ৯ গৰাকীক যোদ্ধা সেৱা পদক, ৪৩ গৰাকীক সেনা পদক, ৮ গৰাকীক নৌসেনা পদক আৰু ১৪ গৰাকীক বায়ুসেনা পদক প্ৰদান কৰা হ’ব।

এইবাৰ দ্বিতীয় ভাৰতীয় মহাকাশচাৰী বায়ুসেনা গোটৰ কেপ্টেইন সুভাংশু শুক্লাক অশোক চক্ৰৰে সন্মানিত কৰা হ’ব। ইয়াৰ উপৰি তিনিগৰাকীক কীৰ্তি চক্ৰ আৰু ১৩ গৰাকীক শৌৰ্য চক্ৰ প্ৰদান কৰা হ’ব।

Tags: SophiaQureshi
Share4Tweet3Send

Related Posts

Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব
National-International

Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব

by News Desk
May 12, 2026
50
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত
National-International

NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

by News Desk
May 12, 2026
50
Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই
National-International

Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

by News Desk
May 12, 2026
50
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

‎তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত যোচেফ বিজয়ে বৃহৎ পদক্ষেপ I ৭১৭ খন সুৰাৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ

by Staff Reporter
May 12, 2026
50
‎নাগালেণ্ডত নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বাধীন)ৰ সদস্য
National-International

‎নাগালেণ্ডত নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বাধীন)ৰ সদস্য

by Staff Reporter
May 12, 2026
50
‎মহাকাশ পোছাকত ৰহস্যময় ৪ ফুটৰ ৰহস্যময় জীৱ : আমেৰিকা যুক্তৰাষ্ট্ৰত মুকলি ইউএফঅ’ ফাইল  ‎
National-International

‎মহাকাশ পোছাকত ৰহস্যময় ৪ ফুটৰ ৰহস্যময় জীৱ : আমেৰিকা যুক্তৰাষ্ট্ৰত মুকলি ইউএফঅ’ ফাইল ‎

by Staff Reporter
May 12, 2026
50
ADVERTISEMENT
Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব
National-International

Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব

May 12, 2026
50
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত
National-International

NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

May 12, 2026
50
Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই
National-International

Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

May 12, 2026
50
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

‎তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত যোচেফ বিজয়ে বৃহৎ পদক্ষেপ I ৭১৭ খন সুৰাৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ

May 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব

Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব

May 12, 2026
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

May 12, 2026
Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

May 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx