ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Increase in fish production in India : ভাৰতত মাছ উৎপাদন বৃদ্ধি

নিউজ ডেস্কঃ

News Desk by News Desk
January 13, 2026
Reading Time: 1 min read
A A
0
Increase in fish production in India : ভাৰতত মাছ উৎপাদন বৃদ্ধি

RELATED POSTS

Sonia Gandhi memoir I ৰাহুল নে প্ৰিয়ংকা, ইন্দিৰা গান্ধীয়ে কাক বেছি ভাল পাইছিল ? ছোনিয়াৰ আত্মজীৱনীত অপ্ৰকাশিত কথা

Sexual harassment I কেফেত যুৱতীক যৌন নিৰ্যাতনত মহিলা সহকৰ্মী জড়িতৰ অভিযোগ, ৩ জনক গ্ৰেপ্তাৰ

US Cyber attack I আমেৰিকাত আন এক চাইবাৰ আক্ৰমণ, একাধিক চোৰাংচোৱা সংস্থাৰ পৰা তথ্য ফাদিল

New Logo Very Smal | ASSAM TIMES POST

২০২৪-২৫ বৰ্ষত ভাৰতত মাছ উৎপাদন ১৯৭.৭৫ লাখ টনলৈ বৃদ্ধি (Increase in fish production in India) হৈছে। ২০১৩-১৪ বিত্তীয় বৰ্ষত দেশখনত মাছ উৎপাদন আছিল ৯৫.৭৯ লাখ টন। অৰ্থাৎ, যোৱা ১০ বছৰত বৃদ্ধিৰ হাৰ হৈছে ১০৬ শতাংশ (Growth rate 106 percent)। গড় মীনপালন উৎপাদন প্ৰতি হেক্টৰত ৪.৭৭ টনত উপনীত হৈছেগৈ।  

এই পৰিসংখ্যাবোৰ উন্নত প্ৰযুক্তি আৰু কৃষি পদ্ধতিৰ গ্ৰহণৰ প্ৰতিফলন কৰিছে৷ ভাৰতবৰ্ষ এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম মাছ উৎপাদনকাৰী দেশ। বিশ্বব্যাপী মাছ উৎপাদনত ভাৰতে প্ৰায় ৮ শতাংশ অৰিহণা যোগায় আৰু ই হৈছে শীৰ্ষস্থানৰ মিছামাছ উৎপাদক আৰু ৰপ্তানিকৰ্তা। পিআইবিৰ মতে, ২০২৩-২৪ বৰ্ষত সাগৰীয় খাদ্যৰ ৰপ্তানি ১৬.৯৮ লাখ টনত উপনীত হৈছিল, যাৰ মূল্য আছিল ৬২,৪০৮ কোটি টকা। উল্লেখ্য যে ২০১৪-১৫ বৰ্ষৰ পৰা, ভাৰত চৰকাৰে পিএমএমএছৱাই, পিএমএমকেএছৱাই, এফআইডিএফ আৰু নীলা বিপ্লৱৰ দৰে আঁচনিৰ অধীনত ৩২,৭২৩ কোটি টকাৰ প্ৰকল্পত অনুমোদন জনাইছে, যাৰ মুঠ বিনিয়োগ ৩৮,৫৭২ কোটি টকা। এই প্ৰচেষ্টাবোৰে উৎপাদন, আন্তঃগাঁথনি, মূল্য বৰ্ধন আৰু মাছমৰীয়াসকলৰ কল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

fish 1 | ASSAM TIMES POST
ভাৰতত মাছ উৎপাদন বৃদ্ধি

পিআইবিৰ প্ৰতিবেদন অনুসৰি, ২০১৪-১৫ বৰ্ষৰ পৰা বিভিন্ন মীন আঁচনিৰ অধীনত ৭৪.৬৬ লাখ প্ৰত্যক্ষ আৰু পৰোক্ষ নিযুক্তি সৃষ্টি কৰা হৈছে। মুঠতে, তিনি কোটি মাছমৰীয়া আৰু মাছ খেতিয়কে মূল্য শৃংখলত তেওঁলোকৰ জীৱিকা উপাৰ্জন কৰে।চৰকাৰে মাছমৰীয়াসকলৰ বাবে সামাজিক সুৰক্ষা আৰু ঋণৰ সুবিধা বৃদ্ধি কৰিছে। ৩৪.৭১ লাখ মাছমৰীয়াক গোট দুৰ্ঘটনা বীমাৰ অধীনলৈ অনা হৈছে, ৩,৫৬৯.৬০ কোটি টকা মূল্যৰ ৪.৪৯ লাখ কিষাণ ক্ৰেডিট কাৰ্ড জাৰী কৰা হৈছে আৰু ৪.৩৩ লাখ মাছমৰীয়া পৰিয়ালে কম মাছ ধৰাৰ বতৰত পুষ্টিগত সমৰ্থন প্ৰাপ্ত কৰিছে।

মাছ ধৰা বন্দৰ, শীতল শৃংখল, একুৱাপাৰ্ক, সামুদ্রিক শৈবাল পালন আৰু গভীৰ সমুদ্ৰ মাছ ধৰাৰ ক্ষেত্রত বৃহৎ বিনিয়োগে ভাৰতৰ নীল অর্থনীতিক শক্তিশালী কৰিছে। নতুন ক্লাষ্টাৰ-আধাৰিত বিকাশ আৰু ইইজেড নিয়মবোৰে অনাগত বছৰবোৰত ৰপ্তানি, বহনক্ষমতা আৰু উপাৰ্জন বৃদ্ধিৰ দিশত কাম কৰিব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: IncreaseinfishproductionIndia
Share4Tweet3Send

Related Posts

Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য
National-International

Sonia Gandhi memoir I ৰাহুল নে প্ৰিয়ংকা, ইন্দিৰা গান্ধীয়ে কাক বেছি ভাল পাইছিল ? ছোনিয়াৰ আত্মজীৱনীত অপ্ৰকাশিত কথা

by News Desk
November 25, 2026
50
Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু
National-International

Sexual harassment I কেফেত যুৱতীক যৌন নিৰ্যাতনত মহিলা সহকৰ্মী জড়িতৰ অভিযোগ, ৩ জনক গ্ৰেপ্তাৰ

by News Desk
November 25, 2026
50
CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান
National-International

US Cyber attack I আমেৰিকাত আন এক চাইবাৰ আক্ৰমণ, একাধিক চোৰাংচোৱা সংস্থাৰ পৰা তথ্য ফাদিল

by News Desk
November 25, 2026
50
Bhupen Hazarika birth centinary I ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানলৈ বিশেষ ৰে’ল, দিল্লীত এহেজাৰ শিল্পীৰ কণ্ঠত ‘মানুহে মানুহৰ বাবে’
National-International

Bhupen Hazarika birth centinary I ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানলৈ বিশেষ ৰে’ল, দিল্লীত এহেজাৰ শিল্পীৰ কণ্ঠত ‘মানুহে মানুহৰ বাবে’

by News Desk
November 24, 2026
50
Nepal India ties I নেপালৰ উন্নয়নৰ বাবে ১৫ হাজাৰ কোটি টকা, প্ৰধানমন্ত্ৰী বলেন্দ্ৰক সাক্ষাতৰ পিছত ঘোষণা মোদীৰ
National-International

Nepal India ties I নেপালৰ উন্নয়নৰ বাবে ১৫ হাজাৰ কোটি টকা, প্ৰধানমন্ত্ৰী বলেন্দ্ৰক সাক্ষাতৰ পিছত ঘোষণা মোদীৰ

by News Desk
November 24, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
National-International

BSF Jawan missing I অসমৰ ভাৰত-বাংলাদেশ সীমান্তত নিৰুদ্দিষ্ট বিএছএফ জোৱানৰ এতিয়াও সন্ধান নাই

by News Desk
November 24, 2026
50
ADVERTISEMENT
Assam Police I আৰক্ষীৰ গুলীচালনাত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত
Assam

Assam Police I আৰক্ষীৰ গুলীচালনাত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত

November 25, 2026
50
Himanta Biswa Sarma I ৰঙিয়াত প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ প্ৰকল্পৰ ভূমিপূজন মুখ্যমন্ত্ৰীৰ
Assam

Himanta Biswa Sarma I ৰঙিয়াত প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ প্ৰকল্পৰ ভূমিপূজন মুখ্যমন্ত্ৰীৰ

November 25, 2026
50
The Deputy Speaker of the State Assembly, Dr. Habe Teron, faces explosive allegations
KARBI ANGLONG

The Deputy Speaker of the State Assembly, Dr. Habe Teron, faces explosive allegations

November 25, 2026
50
Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য
National-International

Sonia Gandhi memoir I ৰাহুল নে প্ৰিয়ংকা, ইন্দিৰা গান্ধীয়ে কাক বেছি ভাল পাইছিল ? ছোনিয়াৰ আত্মজীৱনীত অপ্ৰকাশিত কথা

November 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Police I আৰক্ষীৰ গুলীচালনাত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত

Assam Police I আৰক্ষীৰ গুলীচালনাত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত

November 25, 2026
Himanta Biswa Sarma I ৰঙিয়াত প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ প্ৰকল্পৰ ভূমিপূজন মুখ্যমন্ত্ৰীৰ

Himanta Biswa Sarma I ৰঙিয়াত প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ প্ৰকল্পৰ ভূমিপূজন মুখ্যমন্ত্ৰীৰ

November 25, 2026
The Deputy Speaker of the State Assembly, Dr. Habe Teron, faces explosive allegations

The Deputy Speaker of the State Assembly, Dr. Habe Teron, faces explosive allegations

November 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d