ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Online fraud : সন্তানহীনাক অন্তঃসত্তা কৰি লাভ কৰক ১০ লাখ টকা, প্ৰৱঞ্চকৰ জালত ভৰি দি সৰ্বস্বান্ত বহু পুৰুষ

নিউজ ডেস্কঃ

News Desk by News Desk
January 10, 2026
Reading Time: 1 min read
A A
0
Online fraud : সন্তানহীনাক অন্তঃসত্তা কৰি লাভ কৰক ১০ লাখ টকা, প্ৰৱঞ্চকৰ জালত ভৰি দি সৰ্বস্বান্ত বহু পুৰুষ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Republic Day 2026 : গণৰাজ্য দিৱসৰ পেৰেডত পুৰুষ চি আৰ পি এফক নেতৃত্ব দিব জম্মুৰ যুৱতী ছিমৰনে

Army vehicle : চকা পিছলি গভীৰ খাবৈত পৰিল সেনাৰ গাড়ী, আহত ১০, নিহত ১০ জোৱান

Undergarment theft I চোৰৰ পছন্দ মহিলাৰ অন্তৰ্বাস, ছাদ আৰু বেলকনিৰ পৰা হঠাতে হয় উধাও

সন্তানহীন মহিলা (Childless woman)ক অন্তঃসত্তা কৰিব পাৰিলে (she can get pregnant) ১০ লাখ টকাৰ পুৰস্কাৰ (Prize of 1 million rupees) পাব। ইয়াৰ বাহিৰেও আপুনি বহুতো সুবিধা লাভ কৰিব। এই লোভনীয় প্ৰস্তাৱৰ লোভ দি বিহাৰ (Bihar)ত লাখ লাখ টকাৰ প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নাৱৰাৰ এজন বাসিন্দাক। লগতে এজন নাবালককো গ্ৰেপ্তাৰ কৰিছে। ছচিয়েল মিডিয়াত এটা বিজ্ঞাপন দিয়া হৈছিল।

শিৰোনাম আছিল ‘অল ইণ্ডিয়া প্ৰেগ্নেণ্ট জব’। বিহাৰ চাইবাৰ পুলিচৰ মতে বহু পুৰুষ উক্ত ফান্দত পৰে। এগৰাকী মহিলাক গৰ্ভধাৰণ কৰিব পাৰিলে ১০ লাখ টকা পাব বুলি প্ৰতিশ্ৰুতি দিছিল অভিযুক্তই। নোৱাৰিলে আধা টকা পালেহেঁতেন। ইয়াৰ উপৰি তেওঁলোকে কম সুতৰ হাৰত ঋণো লাভ কৰিব। অভিযোগ অনুসৰি, উক্ত ফান্দত পৰাসকলক মডেলৰ ছবি প্ৰেৰণ কৰা হৈছিল। কোৱা হৈছিল যে তেওঁলোকে সেই মহিলাসকলৰ সৈতে বিনামূলীয়াকৈ যৌন সম্পৰ্ক স্থাপন কৰিব পাৰিব।

bihar | ASSAM TIMES POST
সন্তানহীনাক অন্তঃসত্তা কৰি লাভ কৰক ১০ লাখ টকা, প্ৰৱঞ্চকৰ জাল

আৰক্ষীয়ে জানিব পাৰিছে যে ইয়াৰ পিছত ‘আগ্ৰহী’ লোকসকলক পঞ্জীয়ন মাচুল আৰু হোটেলৰ কোঠাৰ খৰচ বিচৰা হৈছিল। বহুতে সেই টকা দিয়ে। আৰক্ষীয়ে জানিব পাৰিছে যে তেওঁলোকে সঞ্চয় কৰা সমগ্ৰ ধন দিছিল। কিন্তু ইয়াৰ পিছত অভিযুক্তৰ সৈতে যোগাযোগ কৰিব পৰা নগʼল বুলি অভিযোগ উঠিছে। আৰক্ষীয়ে জনোৱা মতে, সামাজিক লাজৰ ভয়ত বহু প্ৰতাৰিত লোকে থানাত এজাহাৰ দাখিল কৰা নাই।

ছচিয়েল মিডিয়াত বিজ্ঞাপনৰ জৰিয়তে এই বিষয়টো আৰক্ষীৰ দৃষ্টিগোচৰ হোৱা বুলি জানিব পৰা গৈছে। নৱাদাৰ আৰক্ষী অধীক্ষক অভিনৱ ধীমানে কয় যে আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ নিৰ্দিষ্ট ধাৰা আৰু তথ্য প্ৰযুক্তি আইনৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰি ৰঞ্জন কুমাৰ নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়। এজন নাবালককো আটক কৰিছে। আৰক্ষীয়ে জনোৱা মতে, ইয়াৰ পূৰ্বেও নৱাদাত এনেধৰণৰ চাইবাৰ জালিয়াতিৰ চক্ৰৰ সন্ধান পোৱা গৈছে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: OnlineFraud
Share4Tweet3Send

Related Posts

Republic Day 2026 : গণৰাজ্য দিৱসৰ পেৰেডত পুৰুষ চি আৰ পি এফক নেতৃত্ব দিব জম্মুৰ যুৱতী ছিমৰনে
National-International

Republic Day 2026 : গণৰাজ্য দিৱসৰ পেৰেডত পুৰুষ চি আৰ পি এফক নেতৃত্ব দিব জম্মুৰ যুৱতী ছিমৰনে

by News Desk
January 22, 2026
50
Army vehicle : চকা পিছলি গভীৰ খাবৈত পৰিল সেনাৰ গাড়ী, আহত ১০, নিহত ১০ জোৱান
National-International

Army vehicle : চকা পিছলি গভীৰ খাবৈত পৰিল সেনাৰ গাড়ী, আহত ১০, নিহত ১০ জোৱান

by News Desk
January 22, 2026
50
দিন-দুপৰীয়াই মহানগৰীৰ জি.এছ ৰোডত ধন লুট; দুৰ্বৃত্তই কাঢ়িলে চাৰি লাখ টকা
National-International

Undergarment theft I চোৰৰ পছন্দ মহিলাৰ অন্তৰ্বাস, ছাদ আৰু বেলকনিৰ পৰা হঠাতে হয় উধাও

by Staff Reporter
January 22, 2026
50
Fraud wife I ৮ স্বামীক প্ৰতাৰণা কৰি লাখ লাখ টকা আত্মসাৎ, নৱম বিবাহৰ সময়ত গ্ৰেপ্তাৰ প্ৰৱঞ্চক শিক্ষয়িত্ৰী
National-International

Viral Video । বিয়াত দৰা-কইনাৰ আলিঙ্গন, চুম্বন; খঙতে পুৰোহিতে কৰিলে এই কাম

by Staff Reporter
January 22, 2026
50
Agniveer : জুলাই মাহত পুনৰ অগ্নিবীৰৰ নিযুক্তি
National-International

Home Ministry I সীমান্তত বছৰত কমেও ৫০ নিশা কটাব লাগিব আৰক্ষী বিষয়াই, গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ

by Staff Reporter
January 22, 2026
50
Peace of Board I ট্ৰাম্পৰ ‘পীচ অব ব’ৰ্ড’ত পাকিস্তানৰো যোগদান, ভাৰতে কেতিয়া কৰিব
National-International

Peace of Board I ট্ৰাম্পৰ ‘পীচ অব ব’ৰ্ড’ত পাকিস্তানৰো যোগদান, ভাৰতে কেতিয়া কৰিব

by Staff Reporter
January 22, 2026
50
ADVERTISEMENT
Republic Day 2026 : গণৰাজ্য দিৱসৰ পেৰেডত পুৰুষ চি আৰ পি এফক নেতৃত্ব দিব জম্মুৰ যুৱতী ছিমৰনে
National-International

Republic Day 2026 : গণৰাজ্য দিৱসৰ পেৰেডত পুৰুষ চি আৰ পি এফক নেতৃত্ব দিব জম্মুৰ যুৱতী ছিমৰনে

January 22, 2026
50
Army vehicle : চকা পিছলি গভীৰ খাবৈত পৰিল সেনাৰ গাড়ী, আহত ১০, নিহত ১০ জোৱান
National-International

Army vehicle : চকা পিছলি গভীৰ খাবৈত পৰিল সেনাৰ গাড়ী, আহত ১০, নিহত ১০ জোৱান

January 22, 2026
50
দিন-দুপৰীয়াই মহানগৰীৰ জি.এছ ৰোডত ধন লুট; দুৰ্বৃত্তই কাঢ়িলে চাৰি লাখ টকা
National-International

Undergarment theft I চোৰৰ পছন্দ মহিলাৰ অন্তৰ্বাস, ছাদ আৰু বেলকনিৰ পৰা হঠাতে হয় উধাও

January 22, 2026
50
Fraud wife I ৮ স্বামীক প্ৰতাৰণা কৰি লাখ লাখ টকা আত্মসাৎ, নৱম বিবাহৰ সময়ত গ্ৰেপ্তাৰ প্ৰৱঞ্চক শিক্ষয়িত্ৰী
National-International

Viral Video । বিয়াত দৰা-কইনাৰ আলিঙ্গন, চুম্বন; খঙতে পুৰোহিতে কৰিলে এই কাম

January 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Republic Day 2026 : গণৰাজ্য দিৱসৰ পেৰেডত পুৰুষ চি আৰ পি এফক নেতৃত্ব দিব জম্মুৰ যুৱতী ছিমৰনে

Republic Day 2026 : গণৰাজ্য দিৱসৰ পেৰেডত পুৰুষ চি আৰ পি এফক নেতৃত্ব দিব জম্মুৰ যুৱতী ছিমৰনে

January 22, 2026
Army vehicle : চকা পিছলি গভীৰ খাবৈত পৰিল সেনাৰ গাড়ী, আহত ১০, নিহত ১০ জোৱান

Army vehicle : চকা পিছলি গভীৰ খাবৈত পৰিল সেনাৰ গাড়ী, আহত ১০, নিহত ১০ জোৱান

January 22, 2026
দিন-দুপৰীয়াই মহানগৰীৰ জি.এছ ৰোডত ধন লুট; দুৰ্বৃত্তই কাঢ়িলে চাৰি লাখ টকা

Undergarment theft I চোৰৰ পছন্দ মহিলাৰ অন্তৰ্বাস, ছাদ আৰু বেলকনিৰ পৰা হঠাতে হয় উধাও

January 22, 2026

Categories

ALL NEWS (17416) Artificial Intelligence (3) Assam (13907) BREAKING NEWS (6491) Business (34) crime (26) cultural (5) Digital Transformation (3) DIPHU (4) Economy (99) Editorial (17) EDUCATION AND TECHNOLOGY (103) election (4) Entertainment (768) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2063) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3543) Lifestyle (24) literature (16) National-International (11364) NORTHEAST (893) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Social Media (2) Sports News (504) Stories (16) Tech (14) Technology (3) Travel (6) Uncategorized (15) Video News (90)  অপরাধ (1)  কাৰ্বি আংলঙ (3) कार्बी आंगलोंग (1) আসাম (2)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d