ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Witch hunting : ডাইনী সজাই একেটা পৰিয়ালৰ তিনিগৰাকী মহিলাক গণপ্ৰহাৰ; এগৰাকীৰ মৃত্যু, দুগৰাকীৰ অৱস্থা সংকটজনক

নিউজ ডেস্কঃ

News Desk by News Desk
January 9, 2026
Reading Time: 1 min read
A A
0
Witch hunting : ডাইনী সজাই একেটা পৰিয়ালৰ তিনিগৰাকী মহিলাক গণপ্ৰহাৰ; এগৰাকীৰ মৃত্যু, দুগৰাকীৰ অৱস্থা সংকটজনক

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Republic Day 2026 : গণৰাজ্য দিৱসৰ পেৰেডত পুৰুষ চি আৰ পি এফক নেতৃত্ব দিব জম্মুৰ যুৱতী ছিমৰনে

Army vehicle : চকা পিছলি গভীৰ খাবৈত পৰিল সেনাৰ গাড়ী, আহত ১০, নিহত ১০ জোৱান

Undergarment theft I চোৰৰ পছন্দ মহিলাৰ অন্তৰ্বাস, ছাদ আৰু বেলকনিৰ পৰা হঠাতে হয় উধাও

এটি শিশু সঘনাই অসুস্থ হৈ পৰিছিল। তেওঁৰ অসুস্থতাৰ বাবে চুবুৰীয়া পৰিয়ালৰ তিনিগৰাকী মহিলাক দোষাৰোপ কৰি মাৰপিট কৰে। গণপ্ৰহাৰৰ ফলত এগৰাকীৰ মৃত্যু হয় আৰু আন দুগৰাকীৰ অৱস্থা সংকটজনক। বিহাৰৰ নৱাড়া জিলা (Navada district of Bihar)ত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীয়ে জনোৱা মতে, মৃত মহিলাগৰাকীৰ নাম কিৰণ দেৱী (Kiran Devi)। চুবুৰীটোৰ এটা শিশু বাৰে বাৰে অসুস্থ হৈ পৰিছিল। ইয়াৰ বাবে তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে অভিযোগ উত্থাপন হয়। শিশুটিৰ পৰিয়ালে কিৰণ দেৱী আৰু তেওঁৰ দুই আত্মীয়ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। শিশুটিৰ পিতৃ-মাতৃয়ে দাবী কৰা মতে, তিনিগৰাকী মহিলাই ‘ক’লা যাদু’ (Black Magic) কৰি থকাৰ বাবে তেওঁলোকৰ সন্তানটো সঘনাই অসুস্থ হৈ পৰে। এই কথা চুবুৰীটোত বনজুইৰ দৰে বিয়পি পৰে। ইয়াৰ পিছত কিৰণ দেৱী আৰু তেওঁৰ দুই আত্মীয়ক ডাইনী সজাই তীব্ৰ প্ৰহাৰ কৰা বুলি অভিযোগ উত্থাপন হৈছে।

black | ASSAM TIMES POST
ডাইনী সজাই একেটা পৰিয়ালৰ তিনিগৰাকী মহিলাক গণপ্ৰহাৰ; এগৰাকীৰ মৃত্যু, দুগৰাকীৰ অৱস্থা সংকটজনক

কিৰণ দেৱীৰ পৰিয়ালৰ অভিযোগ, মুকেশ চৌধুৰী, মহেন্দ্ৰ চৌধুৰী, নাটৰু চৌধুৰী, শোভা দেৱী আৰু তেওঁলোকৰ আত্মীয়ই একেলগে ইটা, ৰড আৰু লাঠিৰে আক্ৰমণ কৰে। গুৰুতৰভাৱে আহত হয় কিৰণ দেৱী আৰু তেওঁৰ দুই জায়েক। তেওঁলোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তাতে চিকিৎসাৰ সময়ত এগৰাকীৰ মৃত্যু হয়।

কিৰণৰ আত্মীয় ৰেখা দেৱীয়ে কয় যে তেওঁৰ ওচৰ-চুবুৰীয়া মুকেশ চৌধুৰীৰ সন্তান অসুস্থ হৈ পৰিছে। তেওঁক চিকিৎসকৰ ওচৰলৈ লৈ যোৱা হয়। তাৰ পিছত গম পোৱা যায় যে শিশুটিৰ মগজুৰ সমস্যা হৈছে। কিন্তু ক্ষোভ কিৰণ দেৱীৰ ওপৰত পৰে। চুবুৰীয়াই কিৰণ দেৱী আৰু তেওঁৰ দুই জায়েকক ডাইনী বুলি অভিযোগ উত্থাপন কৰি আক্ৰমণ কৰে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: BiharBlackMagic
Share5Tweet3Send

Related Posts

Republic Day 2026 : গণৰাজ্য দিৱসৰ পেৰেডত পুৰুষ চি আৰ পি এফক নেতৃত্ব দিব জম্মুৰ যুৱতী ছিমৰনে
National-International

Republic Day 2026 : গণৰাজ্য দিৱসৰ পেৰেডত পুৰুষ চি আৰ পি এফক নেতৃত্ব দিব জম্মুৰ যুৱতী ছিমৰনে

by News Desk
January 22, 2026
50
Army vehicle : চকা পিছলি গভীৰ খাবৈত পৰিল সেনাৰ গাড়ী, আহত ১০, নিহত ১০ জোৱান
National-International

Army vehicle : চকা পিছলি গভীৰ খাবৈত পৰিল সেনাৰ গাড়ী, আহত ১০, নিহত ১০ জোৱান

by News Desk
January 22, 2026
50
দিন-দুপৰীয়াই মহানগৰীৰ জি.এছ ৰোডত ধন লুট; দুৰ্বৃত্তই কাঢ়িলে চাৰি লাখ টকা
National-International

Undergarment theft I চোৰৰ পছন্দ মহিলাৰ অন্তৰ্বাস, ছাদ আৰু বেলকনিৰ পৰা হঠাতে হয় উধাও

by Staff Reporter
January 22, 2026
50
Fraud wife I ৮ স্বামীক প্ৰতাৰণা কৰি লাখ লাখ টকা আত্মসাৎ, নৱম বিবাহৰ সময়ত গ্ৰেপ্তাৰ প্ৰৱঞ্চক শিক্ষয়িত্ৰী
National-International

Viral Video । বিয়াত দৰা-কইনাৰ আলিঙ্গন, চুম্বন; খঙতে পুৰোহিতে কৰিলে এই কাম

by Staff Reporter
January 22, 2026
50
Agniveer : জুলাই মাহত পুনৰ অগ্নিবীৰৰ নিযুক্তি
National-International

Home Ministry I সীমান্তত বছৰত কমেও ৫০ নিশা কটাব লাগিব আৰক্ষী বিষয়াই, গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ

by Staff Reporter
January 22, 2026
50
Peace of Board I ট্ৰাম্পৰ ‘পীচ অব ব’ৰ্ড’ত পাকিস্তানৰো যোগদান, ভাৰতে কেতিয়া কৰিব
National-International

Peace of Board I ট্ৰাম্পৰ ‘পীচ অব ব’ৰ্ড’ত পাকিস্তানৰো যোগদান, ভাৰতে কেতিয়া কৰিব

by Staff Reporter
January 22, 2026
50
ADVERTISEMENT
Republic Day 2026 : গণৰাজ্য দিৱসৰ পেৰেডত পুৰুষ চি আৰ পি এফক নেতৃত্ব দিব জম্মুৰ যুৱতী ছিমৰনে
National-International

Republic Day 2026 : গণৰাজ্য দিৱসৰ পেৰেডত পুৰুষ চি আৰ পি এফক নেতৃত্ব দিব জম্মুৰ যুৱতী ছিমৰনে

January 22, 2026
50
Army vehicle : চকা পিছলি গভীৰ খাবৈত পৰিল সেনাৰ গাড়ী, আহত ১০, নিহত ১০ জোৱান
National-International

Army vehicle : চকা পিছলি গভীৰ খাবৈত পৰিল সেনাৰ গাড়ী, আহত ১০, নিহত ১০ জোৱান

January 22, 2026
50
দিন-দুপৰীয়াই মহানগৰীৰ জি.এছ ৰোডত ধন লুট; দুৰ্বৃত্তই কাঢ়িলে চাৰি লাখ টকা
National-International

Undergarment theft I চোৰৰ পছন্দ মহিলাৰ অন্তৰ্বাস, ছাদ আৰু বেলকনিৰ পৰা হঠাতে হয় উধাও

January 22, 2026
50
Fraud wife I ৮ স্বামীক প্ৰতাৰণা কৰি লাখ লাখ টকা আত্মসাৎ, নৱম বিবাহৰ সময়ত গ্ৰেপ্তাৰ প্ৰৱঞ্চক শিক্ষয়িত্ৰী
National-International

Viral Video । বিয়াত দৰা-কইনাৰ আলিঙ্গন, চুম্বন; খঙতে পুৰোহিতে কৰিলে এই কাম

January 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Republic Day 2026 : গণৰাজ্য দিৱসৰ পেৰেডত পুৰুষ চি আৰ পি এফক নেতৃত্ব দিব জম্মুৰ যুৱতী ছিমৰনে

Republic Day 2026 : গণৰাজ্য দিৱসৰ পেৰেডত পুৰুষ চি আৰ পি এফক নেতৃত্ব দিব জম্মুৰ যুৱতী ছিমৰনে

January 22, 2026
Army vehicle : চকা পিছলি গভীৰ খাবৈত পৰিল সেনাৰ গাড়ী, আহত ১০, নিহত ১০ জোৱান

Army vehicle : চকা পিছলি গভীৰ খাবৈত পৰিল সেনাৰ গাড়ী, আহত ১০, নিহত ১০ জোৱান

January 22, 2026
দিন-দুপৰীয়াই মহানগৰীৰ জি.এছ ৰোডত ধন লুট; দুৰ্বৃত্তই কাঢ়িলে চাৰি লাখ টকা

Undergarment theft I চোৰৰ পছন্দ মহিলাৰ অন্তৰ্বাস, ছাদ আৰু বেলকনিৰ পৰা হঠাতে হয় উধাও

January 22, 2026

Categories

ALL NEWS (17416) Artificial Intelligence (3) Assam (13907) BREAKING NEWS (6491) Business (34) crime (26) cultural (5) Digital Transformation (3) DIPHU (4) Economy (99) Editorial (17) EDUCATION AND TECHNOLOGY (103) election (4) Entertainment (768) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2063) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3543) Lifestyle (24) literature (16) National-International (11364) NORTHEAST (893) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Social Media (2) Sports News (504) Stories (16) Tech (14) Technology (3) Travel (6) Uncategorized (15) Video News (90)  অপরাধ (1)  কাৰ্বি আংলঙ (3) कार्बी आंगलोंग (1) আসাম (2)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d