ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Cocaine smuggling : ১৩৬ কেজি কোকেইনসহ আমেৰিকাত আটক দুই ভাৰতীয় ট্ৰাক চালক

নিউজ ডেস্কঃ

News Desk by News Desk
January 8, 2026
Reading Time: 1 min read
A A
0
Cocaine smuggling : ১৩৬ কেজি কোকেইনসহ আমেৰিকাত আটক দুই ভাৰতীয় ট্ৰাক চালক

RELATED POSTS

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

Ajit Doval : চীন-ছিকিম সীমান্তত নিৰুদ্দেশ ভাৰতীয় চোৰাংচোৱা বিষয়াৰ দল, ক’লৈ গ’ল তেওঁলোক? অজিত ডোভালৰ কাহিনীত আপুনিও শিহৰিত হ’ব

New Logo Smal | ASSAM TIMES POST

১৩৬ কেজি কোকেইন (136 kilograms of cocaine)সহ আটক দুই ভাৰতীয় ট্ৰাক চালক (Two Indian truck drivers arrested)। আমেৰিকাৰ ইণ্ডিয়ানাত গ্ৰেপ্তাৰ (Arrested in Indiana, USA) কৰা হয় দুয়োকে। দেশখনৰ গৃহ নিৰাপত্তা বিভাগে (ডি এইচ এছ) এক বিবৃতি প্ৰকাশ কৰি এই কথা ঘোষণা কৰে। ডি এইচ এছৰ সূত্ৰৰ পৰা জানিব পৰা মতে, এখন ট্ৰাকত এই ড্ৰাগছ সৰবৰাহ কৰিছিল। তালাচীৰ সময়ত ট্ৰাকখনৰ পৰা ১৩৬ কেজি ড্ৰাগছ উদ্ধাৰ কৰা হয়।

ডি এইচ এছৰ সূত্ৰ অনুসৰি, যোৱা ৪ জানুৱাৰীত ইণ্ডিয়ানাৰ পুটনাম কাউণ্টিৰ পৰা গুৰপ্ৰীত সিং আৰু যশবীৰ সিং নামৰ দুজন ভাৰতীয়ক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা হয়। বিবৃতিটোত কোৱা হৈছে যে উদ্ধাৰ হোৱা ড্ৰাগছৰ পৰিমাণৰ ফলত ১ লাখ ১৩ হাজাৰতকৈ অধিক আমেৰিকান লোকৰ মৃত্যু হ’লহেঁতেন।

usa 1 | ASSAM TIMES POST
১৩৬ কেজি কোকেইনসহ আমেৰিকাত আটক দুই ভাৰতীয় ট্ৰাক চালক

ডি এইচ এছৰ সূত্ৰ অনুসৰি, ২০২৩ চনৰ ১১ মাৰ্চত গুৰপ্ৰীতে অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰিছিল। তাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। অৱশ্যে প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনৰ সময়ত তেওঁক মুকলি কৰি দিয়া হৈছিল। ডি এইচ এছে কয় যে গুৰপ্ৰীতে নিজেই স্বীকাৰ কৰিছিল যে তেওঁ অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰিছিল।

আনহাতে, ২০১৭ চনত আমেৰিকাত প্ৰৱেশ কৰা যশবীৰক কেলিফোৰ্ণিয়াত গ্ৰেপ্তাৰ কৰা হৈছিল যদিও তেওঁকো পিছত মুকলি কৰি দিয়া হৈছিল। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ধৃতসকলক জেৰা কৰি ক’ৰ পৰা ড্ৰাগছ সৰবৰাহ কৰা হৈছিল সেই বিষয়ে জানিবলৈ চেষ্টা অব্যাহত আছে। উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ক্ষমতালৈ অহাৰ পিছতে ড্ৰাগছ সন্ত্ৰাসবাদৰ সন্দৰ্ভত সৰৱ হৈ পৰিছে। তেওঁ বাৰে বাৰে মেক্সিকো, কলম্বিয়া, ভেনিজুৱেলাৰ দৰে দেশত আমেৰিকাত ড্ৰাগছৰ সন্ত্ৰাসবাদ চলোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে। সেই অভিযোগত আমেৰিকান বাহিনীয়ে যোৱা শনিবাৰে ভেনিজুৱেলাত সামৰিক অভিযানত ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰি আমেৰিকালৈ লৈ যায়। সমগ্ৰ বিশ্ব এই ঘটনাক লৈ উত্তাল হৈ পৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Cocainesmuggling
Share4Tweet3Send

Related Posts

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত
National-International

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

by News Desk
September 21, 2026
50
Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ
National-International

Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

by News Desk
September 21, 2026
50
Ajit Doval : চীন-ছিকিম সীমান্তত নিৰুদ্দেশ ভাৰতীয় চোৰাংচোৱা বিষয়াৰ দল, ক’লৈ গ’ল তেওঁলোক? অজিত ডোভালৰ কাহিনীত আপুনিও শিহৰিত হ’ব
National-International

Ajit Doval : চীন-ছিকিম সীমান্তত নিৰুদ্দেশ ভাৰতীয় চোৰাংচোৱা বিষয়াৰ দল, ক’লৈ গ’ল তেওঁলোক? অজিত ডোভালৰ কাহিনীত আপুনিও শিহৰিত হ’ব

by News Desk
September 21, 2026
50
Indo Bangladesh ties : ভাৰত-বাংলাদেশৰ যৌথ টাস্ক ফ’ৰ্চ গঠনৰ বাবে আলোচনা, দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ বাবে আগ্ৰহী দুয়ো দেশ
National-International

Indo Bangladesh ties : ভাৰত-বাংলাদেশৰ যৌথ টাস্ক ফ’ৰ্চ গঠনৰ বাবে আলোচনা, দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ বাবে আগ্ৰহী দুয়ো দেশ

by News Desk
September 21, 2026
50
Strait of Hormuz : হৰমুজৰ সমীপত এলপিজি টেংকাৰত ড্ৰোন আক্ৰমণ, কথমপি ৰক্ষা পৰিল ৯ ভাৰতীয়
National-International

Strait of Hormuz : হৰমুজৰ সমীপত এলপিজি টেংকাৰত ড্ৰোন আক্ৰমণ, কথমপি ৰক্ষা পৰিল ৯ ভাৰতীয়

by News Desk
September 21, 2026
50
Japanese aircraft : প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলনত সহযোগিতাৰ বাৰ্তা দুই বায়ুসেনাৰ মুৰব্বীৰ
National-International

Japanese aircraft : প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলনত সহযোগিতাৰ বাৰ্তা দুই বায়ুসেনাৰ মুৰব্বীৰ

by News Desk
September 21, 2026
50
ADVERTISEMENT
Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

September 21, 2026
50
CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা
DIPHU

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

September 21, 2026
50
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত
National-International

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026
50
Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ
National-International

Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

September 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

September 21, 2026
CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

September 21, 2026
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d