ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home DIPHU

Rongker Puja : দুই পাৰ্বত্য জিলাত উলহ-মালহেৰে উদ্‌যাপন ৰংকেৰ কাৰক্লি, সমূহ জনসাধাৰণলৈ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ শুভেচ্ছা প্ৰদান

ষ্টাফ ৰিপ’ৰ্টাৰঃ

News Desk by News Desk
January 5, 2026
Reading Time: 1 min read
A A
0
Rongker Puja : দুই পাৰ্বত্য জিলাত উলহ-মালহেৰে উদ্‌যাপন ৰংকেৰ কাৰক্লি, সমূহ জনসাধাৰণলৈ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ শুভেচ্ছা প্ৰদান

RELATED POSTS

Bharat Sankalp Seva : ডিফুত বিজেপি’ৰ বিকশিত ভাৰত সংকল্প সেৱা জ্যোতি কলহ যাত্ৰা

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

New Logo Smal | ASSAM TIMES POST

ডিফু, ৫ জানুৱাৰীঃ কাৰ্বি জনগোষ্ঠীয় লোকসকলৰ অন্যতম পৰম্পৰাগত পূজা হৈছে ‘ৰংকেৰ কাৰক্লি’ অৰ্থাৎ ৰংকেৰ পূজা (Rongker Puja)৷ প্ৰতিবছৰৰ দৰে এইবেলিও কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং দুই পাৰ্বত্য জিলাৰ গাঁৱে গাঁৱে আজি ৫ জানুৱাৰীৰ দিনটোত ৰংকেৰ পূজা অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছে৷ মূলতঃ কৃষিপ্ৰধান কাৰ্বি জনজাতীয় সমাজখনক বিভিন্ন ৰোগ-ব্যধি, অপায়-অমংগল, অপদেৱতাৰ কু-দৃষ্টিৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যেৰে আৰু নিজ নিজ গাঁৱক অপায়-অমংগলৰ পৰা ৰক্ষা কৰাৰ বাবে কাৰ্বি জনগোষ্ঠীয়ে অতীজৰে পৰা ৰংকেৰ পূজা আয়োজন কৰি আহিছে৷

Karbi | ASSAM TIMES POST
দুই পাৰ্বত্য জিলাত উলহ-মালহেৰে উদ্‌যাপন ৰংকেৰ কাৰক্লি

পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ খেৰণি অঞ্চলৰ বিভিন্ন গাঁৱতো এক উখল-মাখল পৰিৱেশত পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতি আৰু বলি-বিধানেৰে ৰংকেৰ পূজা অনুষ্ঠিত কৰা পৰিলক্ষিত হয়৷ ইয়াৰ লগতে ডিফু চহৰতো বিভিন্ন প্ৰান্তত ৰংকেৰ পূজা উদ্‌যাপন কৰা পৰিলক্ষিত হয়৷ আনহাতে পৱিত্ৰ ৰংকেৰ পূজা উপলক্ষে দুয়োখন পাৰ্বত্য জিলাৰ জনসাধাৰণলৈ নিজৰ শুভেচ্ছা প্ৰদান কৰি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আগন্তুক বৰ্ষই দুয়োখন পাৰ্বত্য জিলালৈ শান্তি-সম্প্ৰিতী আৰু উন্নতি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: RongkerPuja
Share5Tweet3Send

Related Posts

Bharat Sankalp Seva : ডিফুত বিজেপি’ৰ বিকশিত ভাৰত সংকল্প সেৱা জ্যোতি কলহ যাত্ৰা
DIPHU

Bharat Sankalp Seva : ডিফুত বিজেপি’ৰ বিকশিত ভাৰত সংকল্প সেৱা জ্যোতি কলহ যাত্ৰা

by News Desk
October 7, 2026
52
Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান
DIPHU

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

by News Desk
October 5, 2026
58
Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন
DIPHU

Drugs seized : ডিফুত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য, আটক দুজন

by News Desk
October 4, 2026
63
Gandhi Jayanti : কাৰ্বি আংলং জিলা মহিলা সমিতিৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু গান্ধীজয়ন্তী উদযাপন
DIPHU

Gandhi Jayanti : কাৰ্বি আংলং জিলা মহিলা সমিতিৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু গান্ধীজয়ন্তী উদযাপন

by News Desk
October 2, 2026
54
KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা
DIPHU

KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা

by News Desk
September 30, 2026
59
Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই
DIPHU

Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই

by News Desk
September 30, 2026
58
ADVERTISEMENT
Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি
Assam

Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি

October 24, 2026
52
Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক
National-International

Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক

October 24, 2026
53
Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ
Assam

Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ

October 24, 2026
53
Unidentified body recovered : চাৰি দিনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ, ডিমা হাছাওত চাঞ্চল্য
Dima Hasao

Unidentified body recovered : চাৰি দিনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ, ডিমা হাছাওত চাঞ্চল্য

October 24, 2026
60
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি

Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি

October 24, 2026
Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক

Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক

October 24, 2026
Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ

Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ

October 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d