ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Drugs seized I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্ত পুৰণি লাহৰিজানত জব্দ বুজন পৰিমাণৰ কানি

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 28, 2025
Reading Time: 1 min read
A A
0
Drugs seized I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্ত পুৰণি লাহৰিজানত জব্দ বুজন পৰিমাণৰ কানি

RELATED POSTS

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

New Logo Smal 1 | ASSAM TIMES POST

ৰাজ্যত এতিয়াও কানিৰ প্ৰচলন অব্যাহত আছে৷ নিষিদ্ধ কানিৰ অবাধ প্ৰচলনৰ বিৰুদ্ধে ৰাজ্যৰ আৰক্ষী প্ৰশাসন নিতৌ সষ্টম হৈ আছে৷ শেহতীয়াকৈ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্ত পুৰণি লাহৰিজানত জব্দ কৰা হৈছে বুজন পৰিমাণৰ কানি৷

Drugs seized I
কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্ত পুৰণি লাহৰিজানত জব্দ বুজন পৰিমাণৰ কানি:

আৰক্ষীয়ে জিজে ০১ আৰএক্স ৩৬৪৯ নম্বৰৰ এখন ক্ৰেটা বাহনৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়৷ উল্লিখিত বাহনখনত এক গোপন চেম্বাৰ সাজি বৃহৎ পৰিমানৰ কানি সৰবৰাহ কৰিছিল৷ প্ৰাপ্ত তথ্য মতে মণিপুৰৰ পৰা ৰাজস্থানলৈ নিয়াৰ পথত পুৰণি লাহৰিজান আৰক্ষীৰ তীব্ৰ তালাচীত বৃহৎ পৰিমাণৰ কানি জব্দ কৰে৷ উল্লেখ্য যে ২২টা প্লাষ্টিকৰ পেকেটত মেৰিয়াই কানিখিনি সৰবৰাহ কৰিছিল৷

আৰক্ষীয়ে কানিসহ ৰাজস্থানৰ তিনিটাকৈ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে৷ গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী ক্ৰমে লক্ষ্মণ সিং (ৰাজস্থান), পৰ্বত সিং (ৰাজস্থান) আৰু সৰমিত সিং (ৰাজস্থান)৷ জব্দ কৃত কানিখিনিৰ ওজন প্ৰায় ১৯.৩৩৮ কিলোগ্ৰাম৷ ইয়াৰ বজাৰ মূল্য প্ৰায় ৪৫ লাখৰো অধিক৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তপুৰণি লাহৰিজানত জব্দ বুজন পৰিমাণৰ কানি
Share5Tweet3Send

Related Posts

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন
KARBI ANGLONG

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

by News Desk
October 15, 2026
56
Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান
KARBI ANGLONG

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

by News Desk
October 13, 2026
60
Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা
KARBI ANGLONG

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

by News Desk
October 13, 2026
61
Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা
KARBI ANGLONG

Dry day : হাওৰাঘাট আবকাৰী চক্ৰৰ সীমান্ত অঞ্চলত শুকান দিৱস ঘোষণা

by News Desk
October 3, 2026
59
Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ
KARBI ANGLONG

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

by News Desk
October 1, 2026
56
Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
71
ADVERTISEMENT
Encounter in Rongia : ৰঙিয়াত ডকাইতক এনকাউণ্টাৰ
Assam

Assam Shocker: Robbery Accused Injured in Police Firing at Rangia

October 17, 2026
50
Eviction drive : সৰুপথাৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ চলিল উচ্ছেদ অভিযান
Assam

Eviction drive : সৰুপথাৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ চলিল উচ্ছেদ অভিযান

October 17, 2026
50
Fakiraganj Road accident : ই-ৰিক্সাৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে কণমানি

Assam Times Post is an Online Assamese and English News Portal from Assam.

Encounter in Rongia : ৰঙিয়াত ডকাইতক এনকাউণ্টাৰ

Assam Shocker: Robbery Accused Injured in Police Firing at Rangia

October 17, 2026
Eviction drive : সৰুপথাৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ চলিল উচ্ছেদ অভিযান

Eviction drive : সৰুপথাৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ চলিল উচ্ছেদ অভিযান

October 17, 2026
Fakiraganj Road accident : ই-ৰিক্সাৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে কণমানি

Fakiraganj Road accident : ই-ৰিক্সাৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে কণমানি

October 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d