ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Amur falcons record flight I পাঁচ দিনত ৫০০০ কিলোমিটাৰ অভিলেখ উৰণেৰে মণিপুৰৰ পৰা জিম্বাব’ৱেত উপস্থিত ‘আপাপাং’; কোন এই আপাপাং

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 27, 2025
Reading Time: 1 min read
A A
0
Amur falcons record flight I পাঁচ দিনত ৫০০০ কিলোমিটাৰ অভিলেখ উৰণেৰে মণিপুৰৰ পৰা জিম্বাব’ৱেত উপস্থিত ‘আপাপাং’; কোন এই আপাপাং

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

মণিপুৰৰ পৰা সুদূৰ আফ্ৰিকা মহাদেশৰ এখন দেশলৈ পাখি মেলি উৰি যোৱা, সেয়াও আকৌ মাত্ৰ পাঁচ দিনত। তিনিটা আমুৰ ফেলকন পক্ষীয়ে (Falcon) এই অসম্ভৱকো সম্ভৱ কৰি তুলিছে।

Amur falcons record flight I
পাঁচ দিনত ৫০০০ কিলোমিটাৰ অভিলেখ উৰণেৰে মণিপুৰৰ পৰা জিম্বাব’ৱেত উপস্থিত ‘আপাপাং’:

মণিপুৰৰ তিনিটা আমুৰ ফেলকন আপাপাং, আলং আৰু আহুৰ এই কৃতিত্বই পক্ষীবিদসকলক স্তম্ভিত কৰি তুলিছে। কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বয়ো ইয়াৰ বিষয়ে অৱগত হৈছে।

আই এ এছ বিষয়া সুপ্ৰিয়া চাহুৱে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এই তিনি আমুৰ ফেলকনৰ কাহিনী। তেওঁ লিখিছে, “বৰদিনৰ পোহৰে আনন্দ বিয়পোৱাৰ লগে লগে জিম্বাব’ৱেৰ হাৰাৰেৰ ওপৰেৰে আমুৰ ফেলকন আপাপাং উৰি গৈছে। ই আমাক মনত পেলাই দিয়ে যে চহৰৰ জীৱন আৰু প্ৰকৃতি কেনেকৈ আন্তঃসংলগ্ন হৈ আছে।”

আপাপাং, আলং আৰু আহু হৈছে মণিপুৰৰ তিনিটা ছেটেলাইট টেগ কৰা আমুৰ ফেলকন। ইয়াৰে ভিতৰত আপাপাঙে যোৱা নৱেম্বৰ মাহত ছয় দিনত ৬,১০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি এক স্থান দখল কৰিছিল।

সি ভাৰতৰ পৰা যাত্ৰা আৰম্ভ কৰি আৰব সাগৰ পাৰ হৈ দূৰৈৰ আফ্ৰিকাৰ কেনিয়া পায়গৈ। এই যাত্ৰাপথত এবাৰো ক’তো ৰখা নাছিল। এতিয়াও তাৰ নামত আছে একক উৰণত সৰ্বাধিক দীঘলীয়া যাত্ৰাৰ অভিলেখ। সি এতিয়া জিম্বাব’ৱেৰ আকাশত।

আমুৰ ফেলকন তিনিটাৰ যাত্ৰা পথক আপাপাঙে লোৱা পথটো উপগ্ৰহৰ ছবিত কমলা ৰঙেৰে চিহ্নিত কৰা হৈছে। আলং আৰু আহুৰ যাত্ৰা ক্ৰমে হালধীয়া আৰু ৰঙা ৰঙেৰে দেখুওৱা হৈছে।

আলং আৰু আহুও কম নহয়। কনিষ্ঠ আলঙে যোৱা মাহত ৫৬০০ কিলোমিটাৰ উৰি কেনিয়ালৈ গৈছে। মাজতে দুবাৰকৈ তেলেংগানা আৰু মহাৰাষ্ট্ৰত ৰৈ জিৰণি লয়। আনহাতে, আহুৱে মণিপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰি বাংলাদেশত অলপ বিৰতি লৈ পুনৰ উৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত আহু আৰু ৰৈ নাথাকি আৰব সাগৰ পাৰ হৈ প্ৰায় ৫১০০ কিলোমিটাৰ অতিক্ৰম কৰি ছোমালিয়া পায়গৈ।

উল্লেখ্য যে আমুৰ ফেলকন হৈছে পৃথিৱীৰ আটাইতকৈ সৰু প্ৰজাতি ফেলকন। প্ৰতিবছৰে এই পৰিভ্ৰমী চৰাইবিধে চাইবেৰিয়াৰ পৰা দক্ষিণ আফ্ৰিকালৈ প্ৰায় ২২,০০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। উভতেও আকৌ একেটা পথেৰে। নাগালেণ্ডৰ ওখা, মণিপুৰৰ তামেংলং, অসমৰ ডিমা হাচাওত জিৰণি লয়।

কিন্তু সংৰক্ষণৰ সকলো প্ৰচেষ্টাৰ পিছতো পৰিভ্ৰমী আমুৰ ফেলকনৰ সংখ্যা ভয়ংকৰ হাৰত হ্ৰাস পাইছে। সেয়ে চলিত দশকত নাগালেণ্ড আৰু মণিপুৰৰ বন বিভাগে আমুৰ ফেলকনৰ ছেটেলাইট ট্ৰেকিং আৰম্ভ কৰিছে। আমুৰ ফেলকন চিকাৰতো নিষেধাজ্ঞা আৰোপ কৰিছে চৰকাৰে।

Tags: উৰণেৰে মণিপুৰৰ পৰা জিম্বাব'ৱেত উপস্থিত ‘আপাপাং’;কোন এই আপাপাংপাঁচ দিনত ৫০০০ কিলোমিটাৰ অভিলেখ
Share4Tweet3Send

Related Posts

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

by News Desk
July 14, 2026
50
Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack
NORTHEAST

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

by Staff Reporter
July 6, 2026
50
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 
NORTHEAST

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

by Staff Reporter
July 5, 2026
50
Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ
NORTHEAST

Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ

by News Desk
July 5, 2026
50
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

by News Desk
July 2, 2026
50
Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে
NORTHEAST

Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

by News Desk
July 2, 2026
50
ADVERTISEMENT
Rare pangolin rescued in Diphu
DIPHU

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Rare pangolin rescued in Diphu

July 21, 2026
50
SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case
National-International

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

July 21, 2026
50
PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে
National-International

PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rare pangolin rescued in Diphu

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
Rare pangolin rescued in Diphu

Rare pangolin rescued in Diphu

July 21, 2026
SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx