ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Bussines

India-Mexico : আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছত মেক্সিকোৰ ৫০% শুল্কৰ ভাবুকি উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব ভাৰতে

নিউজ ডেস্কঃ

ASSAM TIMES POST by ASSAM TIMES POST
December 14, 2025
Reading Time: 1 min read
A A
0
India-Mexico : আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছত মেক্সিকোৰ ৫০% শুল্কৰ ভাবুকি উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব ভাৰতে

RELATED POSTS

UPI Transaction : ইণ্টাৰনেট নাথাকিলেও কথা নাই, এতিয়াৰে পৰা কৰিব পাৰিব ইউ পি আই লেনদেন

New Logo Smal 2 | ASSAM TIMES POST

ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে। সেই পথ অনুসৰণ কৰি, মেক্সিকোৱে কিছুমান ভাৰতীয় সামগ্ৰীৰ ওপৰত একে পৰিমাণৰ শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লৈছে। নতুন দিল্লীয়ে এইবাৰ মুখ মেলিছে। নতুন দিল্লীয়ে স্পষ্ট কৰি দিছে যে যদি অচলাৱস্থা আলোচনাৰ জৰিয়তে সমাধান কৰা নহয় তেন্তে ভাৰতেও উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব। মেক্সিকোৰ চিনেটে এক নতুন শুল্ক নীতিত অনুমোদন জনাইছে।
 আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছত মেক্সিকোৰ ৫০% শুল্কৰ ভাবুকি উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব ভাৰতে
আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছত মেক্সিকোৰ ৫০% শুল্কৰ ভাবুকি উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব ভাৰতে

মেক্সিকোৰ মুক্ত বাণিজ্য চুক্তি নথকা দেশসমূহৰ সামগ্ৰীৰ ওপৰত ৫ৰ পৰা ৫০ শতাংশলৈকে শুল্ক আৰোপ কৰা হ’ব। সেই তালিকাত ভাৰতো আছে। ইয়াৰ উপৰি আছে ইণ্ডোনেছিয়া, দক্ষিণ কোৰিয়া, চীন আৰু থাইলেণ্ড। সূত্ৰ অনুসৰি, নতুন দিল্লীয়ে এই বিষয়ত মেক্সিকোৰ সৈতে আলোচনা কৰি আছে। ভাৰতক নতুন শুল্ক নীতিৰ পৰা আঁতৰাই ৰাখিবলৈ এক আবেদন আছিল। কিন্তু মেক্সিকান চৰকাৰে মান্তি হোৱা নাছিল।

এজন বিষয়াই পিটিআইক কয় যে মেক্সিকান সংসদত নতুন শুল্ক নীতি বিধেয়কখন উত্থাপন কৰাৰ পিছতে মেক্সিকান বিষয়াসকলৰ সৈতে আলোচনা আৰম্ভ হৈছিল। ভাৰতৰ বাণিজ্য মন্ত্ৰালয়ে মেক্সিকোৰ বিত্ত মন্ত্ৰালয়ৰ সৈতে এক চুক্তিৰ ওপৰত আলোচনা কৰি আছিল যি গোলকীয় বাণিজ্য নীতি অনুসৰি দুয়োখন দেশৰ বাবে পাৰস্পৰিক লাভজনক হ’ব। দুয়োখন দেশৰ মাজত এখন বৈঠকো হৈছিল। “চৰকাৰ ভাৰতৰ ৰপ্তানিকৰ্তাসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। সেইমতে পদক্ষেপ লোৱা হ’ব।

দুয়োখন দেশে আলোচনা অব্যাহত ৰাখিছে। ভাৰতে মেক্সিকোৰ সৈতে ইয়াৰ বাণিজ্যিক সম্পৰ্কক যথেষ্ট গুৰুত্ব প্ৰদান কৰে।” ভাৰতে মেক্সিকোলৈ বিভিন্ন অটো পাৰ্টছ, বৈদ্যুতিক সঁজুলি, জৈৱৰাসায়নিক, ফাৰ্মাচিউটিকেল, পোছাক আৰু প্লাষ্টিক সামগ্ৰী ৰপ্তানি কৰে। পৰিসংখ্যা অনুসৰি, ভাৰতে ২০২৪-২৫ বৰ্ষত মেক্সিকোলৈ ৫২,০০০ কোটি টকাৰ সামগ্ৰী ৰপ্তানি কৰিছিল।

মেক্সিকোৰ পৰা ২৬,০০০ কোটি টকাৰ সামগ্ৰী আমদানি কৰা হৈছিল। নতুন দিল্লী কিছু পৰিমাণে অসন্তুষ্ট যে মেক্সিকোৱে ভাৰতীয় কৰ্তৃপক্ষৰ সৈতে কোনো আগতীয়া পৰামৰ্শ অবিহনে উচ্চ শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লৈছে। পিটিআইয়ে এজন চৰকাৰী বিষয়াৰ উদ্ধৃতি দি এই কথা কয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছত মেক্সিকোৰ ৫০% শুল্কৰ ভাবুকি উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব ভাৰতে
Share5Tweet3Send

Related Posts

UPI Transaction : ইণ্টাৰনেট নাথাকিলেও কথা নাই, এতিয়াৰে পৰা কৰিব পাৰিব ইউ পি আই লেনদেন
Bussines

UPI Transaction : ইণ্টাৰনেট নাথাকিলেও কথা নাই, এতিয়াৰে পৰা কৰিব পাৰিব ইউ পি আই লেনদেন

by News Desk
July 21, 2026
51
ADVERTISEMENT
Kashmir snowfall : কাশ্মীৰত বতৰৰ প্ৰথমটো তুষাৰপাত, বগা চাদৰেৰে আবৃত গুৰেজ উপত্যকা
National-International

Kashmir snowfall : কাশ্মীৰত বতৰৰ প্ৰথমটো তুষাৰপাত, বগা চাদৰেৰে আবৃত গুৰেজ উপত্যকা

September 18, 2026
50
Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ
National-International

Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ

September 18, 2026
50
Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men
NORTHEAST

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

September 18, 2026
50
EVMক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL
Guwahati

EVMক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL

September 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kashmir snowfall : কাশ্মীৰত বতৰৰ প্ৰথমটো তুষাৰপাত, বগা চাদৰেৰে আবৃত গুৰেজ উপত্যকা

Kashmir snowfall : কাশ্মীৰত বতৰৰ প্ৰথমটো তুষাৰপাত, বগা চাদৰেৰে আবৃত গুৰেজ উপত্যকা

September 18, 2026
Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ

Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ

September 18, 2026
Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

September 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d