ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Sanchar Saathi App I সঞ্চাৰ সাথী এপ প্ৰি-ইনষ্টল কৰিবলৈ অসন্মত এপ’ল, সমাধান বিচাৰি বৈঠকৰ আহ্বান

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 3, 2025
Reading Time: 1 min read
A A
0
Sanchar Saathi App controversy I মোবাইলত চৰকাৰী চোৰাংচোৱা এপৰ দাবী বিৰোধীৰ, কেন্দ্ৰই দিলে স্পষ্টীকৰণ

Oplus_131072

RELATED POSTS

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত

New Logo Smal | ASSAM TIMES POST

স্মাৰ্টফোনত প্ৰি-ইনষ্টলেচনৰ বাবে ‘সঞ্চাৰ সাথী’ (Sanchar Sathi) এপটো বাধ্যতামূলক কৰাৰ বাবে চৰকাৰে দিয়া নিৰ্দেশনা সম্পৰ্কে আলোচনা কৰিবলৈ এপ’ল আৰু ছেমছাঙে কেন্দ্ৰীয় চৰকাৰক সাক্ষাৎ কৰিবলৈ সাজু হৈছে। চৰকাৰী সূত্ৰই জনোৱা মতে, নৰেন্দ্ৰ মোদী চৰকাৰৰ নিৰ্দেশৰ কিছু পৰিৱৰ্তন সন্দৰ্ভত তাতেই আলোচনা হ’ব পাৰে।

Sanchar Saathi App I
সঞ্চাৰ সাথী এপ প্ৰি-ইনষ্টল কৰিবলৈ অসন্মত এপ’ল:

সংবাদ সংস্থা পি টি আয়ে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি, এপ’লে সঞ্চাৰ সাথী এপটোৰ প্ৰি-ইনষ্টলেচনৰ নিৰ্দেশনাৰ বিষয়ে আলোচনা কৰি ‘মধ্যম পন্থা’ বিচাৰি উলিয়াবলৈ চেষ্টা কৰিব। এপ’লে এই নিৰ্দেশনা বৰ্তমানৰ ৰূপত কাৰ্যকৰী কৰিবলৈ সন্মত নহ’বও পাৰে বুলি প্ৰতিবেদনত দাবী কৰা হৈছে।

কেন্দ্ৰীয় নিৰ্দেশনা অনুসৰি, অহা ৯০ দিনৰ ভিতৰত ভাৰতত নিৰ্মিত বা আমদানি কৰা সকলো মোবাইল ফোনত ‘সঞ্চাৰ সাথী’ এপটো প্ৰি-ইনষ্টলেচন বাধ্যতামূলক হ’ব। প্ৰতিটো মোবাইল ফোন নিৰ্মাতা বা আমদানিকাৰীয়ে আগন্তুক ১০০ দিনৰ ভিতৰত কেন্দ্ৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰিব লাগিব।

কিন্তু এই নিৰ্দেশনা কাৰ্যকৰী কৰাত এপ’ল কৰ্তৃপক্ষৰ আপত্তি আছে বুলি মঙলবাৰে সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰা এক প্ৰতিবেদনত প্ৰকাশ পাইছে। উল্লেখ্য যে ২৮ নৱেম্বৰত কেন্দ্ৰীয় টেলিকম মন্ত্ৰালয়ে সকলো ফোন নিৰ্মাতাক ভাৰতত বিক্ৰী হোৱা সকলো ফোনতে ‘সঞ্চাৰ সাথী’ এপ প্ৰি-ইনষ্টল কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ পিছতে বিতৰ্ক আৰম্ভ হয়। বিষয়টোক লৈ বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰে। এই এপটোৰ জৰিয়তে নাগৰিকৰ ‘ব্যক্তিগত অৱস্থান’ নিৰীক্ষণ কৰা হ’ব বুলিও অভিযোগ উত্থাপন হয়।

কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধীয়ে সঞ্চাৰ সাথীক ‘স্নুপিং এপ’ বুলি অভিহিত কৰি এপ ব্যৱহাৰ কৰিলে ব্যৱহাৰকাৰীৰ গোপনীয়তা খৰ্ব হ’ব বুলি অভিযোগ উত্থাপন কৰে। এনে পৰিপ্ৰেক্ষিতত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই মঙলবাৰে কয় যে যদি ফোনটোৰ ব্যৱহাৰকাৰীয়ে এই এপটো ব্যৱহাৰ কৰিব নিবিচাৰে তেন্তে তেওঁলোকে ইয়াক ডিলিট কৰিব পাৰে।

তেওঁ কয়, “এক্টিভেট নকৰিব। যদি আপুনি ফোনত ৰাখিব বিচাৰে তেন্তে ৰাখক। ডিলিট কৰিব বিচাৰিলে কৰক।” সঞ্চাৰ সাথী এপ সন্দৰ্ভত বিৰোধীয়ে উত্থাপন কৰা চোৰাংচোৱাগিৰিৰ অভিযোগ নাকচ কৰি জ্যোতিৰাদিত্যই কয় যে এয়া সম্পূৰ্ণৰূপে গ্ৰাহক সুৰক্ষাৰ বিষয়। কোনো বাধ্যতামূলক কথা নাই।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কৰিবলৈ অসন্মত এপ'লসঞ্চাৰ সাথী এপ প্ৰি-ইনষ্টলসমাধান বিচাৰি বৈঠকৰ আহ্বান
Share4Tweet3Send

Related Posts

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ
National-International

by News Desk
August 24, 2026
50
Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন
National-International

Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

by News Desk
August 24, 2026
50
Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত
National-International

Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত

by News Desk
August 24, 2026
50
Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
51
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

ADVERTISEMENT
CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ
National-International

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

August 24, 2026
50
Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন
National-International

Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

August 24, 2026
50
Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত
National-International

Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত

August 24, 2026
50
Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ
National-International

Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ

August 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

August 24, 2026
Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

August 24, 2026
Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত

Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d