ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

HSLC Exam 2026 I মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ দিন ঘোষণা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 19, 2025
Reading Time: 1 min read
A A
0
Result Ahsec 2023 I উচ্চতৰ মাধ্যমিকৰ  বাণিজ্য শাখাত শীৰ্ষ ১০ স্থান অধিকাৰীসকল

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Cricket Stadium Umrangso । পাহাৰৰ সুউচ্চতাত ক্ৰিকেটৰ উন্মাদনা লাভ কৰিব পাৰিব এতিয়া ৰাজ্যবাসীয়ে

Assam Police I অসম আৰক্ষীৰ ৫,৮১৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্ৰ বিতৰণ

ULFA (I) : আলফা স্বাধীনত মোক্ষম আঘাত, শীৰ্ষ নেতা বাণ অসমৰ আত্মসমৰ্পণ

আগন্তুক মেট্ৰিক আৰু উচ্চতৰ ( মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ (HSLC Exam) দিন ঘোষণা। ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৷

HSLC Exam 2026 I
মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ দিন ঘোষণা:

১০ ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক আৰু ১১ ফেব্ৰুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা আৰম্ভ হ’ব৷
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্য়মযোগে এই দিন ঘোষণা কৰিছে৷ লগতে পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰীসকলক মুখ্যমন্ত্ৰীয়ে শুভেচ্ছাও জ্ঞাপন কৰিছে৷

উল্লেখ্য যে অহা বছৰ অনুষ্ঠিত হ’ব অসম বিধানসভাৰ নিৰ্বাচন৷ সেয়ে নিৰ্বাচনৰ প্ৰভাৱ যাতে পৰীক্ষাত নপৰে তাৰ বাবে নিৰ্বাচনৰ পূৰ্বে অৰ্থাৎ বছৰটোৰ আৰম্ভণিতে পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব৷ নিৰ্বাচন এপ্ৰিল বা মে’ মাহত, অৰ্থাৎ ব’হাগ বিহুৰ আগত বা পিছত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: পৰীক্ষাৰ দিন ঘোষণামেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক
Share4Tweet3Send

Related Posts

Cricket Stadium Umrangso । পাহাৰৰ সুউচ্চতাত ক্ৰিকেটৰ উন্মাদনা লাভ কৰিব পাৰিব এতিয়া ৰাজ্যবাসীয়ে
Assam

Cricket Stadium Umrangso । পাহাৰৰ সুউচ্চতাত ক্ৰিকেটৰ উন্মাদনা লাভ কৰিব পাৰিব এতিয়া ৰাজ্যবাসীয়ে

by Staff Reporter
December 5, 2025
54
Assam Police I অসম আৰক্ষীৰ ৫,৮১৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্ৰ বিতৰণ
Assam

Assam Police I অসম আৰক্ষীৰ ৫,৮১৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্ৰ বিতৰণ

by Staff Reporter
December 3, 2025
52
ULFA (I) : আলফা স্বাধীনত মোক্ষম আঘাত, শীৰ্ষ নেতা বাণ অসমৰ আত্মসমৰ্পণ
Assam

ULFA (I) : আলফা স্বাধীনত মোক্ষম আঘাত, শীৰ্ষ নেতা বাণ অসমৰ আত্মসমৰ্পণ

by ASSAM TIMES POST
December 2, 2025
52
Kokrajhar violence I ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰুদ্ধে কোকৰাঝাৰত উত্তপ্ত পৰিস্থিতি, লণ্ডভণ্ড সচিবালয়
Assam

Kokrajhar violence I ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰুদ্ধে কোকৰাঝাৰত উত্তপ্ত পৰিস্থিতি, লণ্ডভণ্ড সচিবালয়

by Staff Reporter
November 29, 2025
52
Pregnant Woman Abducted in Alarming Incident at Paltan Bazar
Assam

Indian Railway I ১ ডিচেম্বৰৰ পৰা কেইবাখনো ৰে’লসেৱা বাতিল, ৰে’ল ভ্ৰমণৰ পূৰ্বে এবাৰ চাই লওক তালিকা

by Staff Reporter
November 29, 2025
52
Congress MLAs Walk Out of Assam Assembly Amid Tezpur University Turmoil
Assam

Congress MLAs Walk Out of Assam Assembly Amid Tezpur University Turmoil

by Staff Reporter
November 29, 2025
53
ADVERTISEMENT
Cricket Stadium Umrangso । পাহাৰৰ সুউচ্চতাত ক্ৰিকেটৰ উন্মাদনা লাভ কৰিব পাৰিব এতিয়া ৰাজ্যবাসীয়ে
Assam

Cricket Stadium Umrangso । পাহাৰৰ সুউচ্চতাত ক্ৰিকেটৰ উন্মাদনা লাভ কৰিব পাৰিব এতিয়া ৰাজ্যবাসীয়ে

December 5, 2025
54
Rajasthan High Court I ২১ বছৰ পূৰ্বে বিয়া পাতিব নোৱাৰে, কিন্তু ১৮ বছৰৰ পিছতেই সহবাস কৰিব পাৰে; ৰাজস্থান উচ্চ ন্যায়ালয়
National-International

Rajasthan High Court I ২১ বছৰ পূৰ্বে বিয়া পাতিব নোৱাৰে, কিন্তু ১৮ বছৰৰ পিছতেই সহবাস কৰিব পাৰে; ৰাজস্থান উচ্চ ন্যায়ালয়

December 5, 2025
51
Passenger Death I দিল্লীৰ পৰা ডোহা অভিমুখী বিমানত মৃত্যু যাত্ৰীৰ, কৰাচীত জৰুৰীকালীন অৱতৰণ
National-International

IndiGo Crisis । ইণ্ডিগ’ বিপৰ্যয়ৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ কেন্দ্ৰৰ

December 5, 2025
52
ইণ্ডিগো বিমান উৰণৰ সময়ত ইঞ্জিনত ধোঁৱা! ১৮৭ জন যাত্ৰীক গোৱাত উদ্ধাৰ নৌসেনাৰ
National-International

IndiGo crisis I ইণ্ডিগ’ৰ বিমান বাতিলৰ বাবেই বিয়াত উপস্থিত থাকিব নোৱাৰিলে দৰা-কইনা, অৱশেষত অনলাইনতে সম্পন্ন

December 5, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cricket Stadium Umrangso । পাহাৰৰ সুউচ্চতাত ক্ৰিকেটৰ উন্মাদনা লাভ কৰিব পাৰিব এতিয়া ৰাজ্যবাসীয়ে

Cricket Stadium Umrangso । পাহাৰৰ সুউচ্চতাত ক্ৰিকেটৰ উন্মাদনা লাভ কৰিব পাৰিব এতিয়া ৰাজ্যবাসীয়ে

December 5, 2025
Rajasthan High Court I ২১ বছৰ পূৰ্বে বিয়া পাতিব নোৱাৰে, কিন্তু ১৮ বছৰৰ পিছতেই সহবাস কৰিব পাৰে; ৰাজস্থান উচ্চ ন্যায়ালয়

Rajasthan High Court I ২১ বছৰ পূৰ্বে বিয়া পাতিব নোৱাৰে, কিন্তু ১৮ বছৰৰ পিছতেই সহবাস কৰিব পাৰে; ৰাজস্থান উচ্চ ন্যায়ালয়

December 5, 2025
Passenger Death I দিল্লীৰ পৰা ডোহা অভিমুখী বিমানত মৃত্যু যাত্ৰীৰ, কৰাচীত জৰুৰীকালীন অৱতৰণ

IndiGo Crisis । ইণ্ডিগ’ বিপৰ্যয়ৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ কেন্দ্ৰৰ

December 5, 2025

Categories

accident (1) ALL NEWS (17411) Artificial Intelligence (3) Assam (13861) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2056) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3505) Lifestyle (24) literature (16) National-International (11052) NORTHEAST (882) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (497) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d