ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Meghalaya murder I মেঘালয় হত্যাকাণ্ডত প্ৰমাণ ধ্বংস কৰিবলৈ গছৰ পাতেৰে অস্ত্ৰ মচিছিল সোণম ৰঘুবংশীয়ে

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 4, 2025
Reading Time: 1 min read
A A
0
Meghalaya murder I মেঘালয় হত্যাকাণ্ডত প্ৰমাণ ধ্বংস কৰিবলৈ গছৰ পাতেৰে অস্ত্ৰ মচিছিল সোণম ৰঘুবংশীয়ে

Oplus_131072

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ (Raja Raghuvansi murder) নতুন তথ্য পোহৰলৈ আহিছে। আৰক্ষীয়ে জনোৱা মতে, প্ৰমাণ আঁতৰাবলৈ ৰাজাক হত্যা কৰিবলৈ ব্যৱহাৰ কৰা অস্ত্ৰৰ তেজৰ দাগ মচিবলৈ সোণম আৰু আন অভিযুক্তই কোনো কাপোৰ বা কাগজ ব্যৱহাৰ কৰা নাছিল।

Meghalaya murder I
মেঘালয় হত্যাকাণ্ডত প্ৰমাণ ধ্বংস কৰিবলৈ গছৰ পাতেৰে অস্ত্ৰ মচিছিল সোণম ৰঘুবংশীয়ে:

যাতে আৰক্ষীয়ে কোনো সূত্ৰ নাপায়, তাৰ বাবে গছৰ পাত আৰু বনৰীয়া ঘাঁহেৰে অস্ত্ৰৰ পৰা তেজৰ দাগ মচি পেলোৱা হৈছিল। আৰু এই কামটো অতি সচেতনভাৱে আৰু সাৱধানে কৰা হৈছিল।

আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, ষড়যন্ত্ৰত ৰাজাক সম্পূৰ্ণৰূপে হত্যা কৰা হৈছে। কিন্তু তদন্তৰ সময়ত আৰক্ষীক যিটোৱে স্তম্ভিত কৰি তুলিছিল সেয়া হ’ল, হত্যাকাণ্ডৰ পিছত সোণমে নিজেই হত্যাৰ অস্ত্ৰৰ তেজ মচি পেলাইছিল।

লগতে আৰক্ষীয়ে গম পায় যে হত্যাকাণ্ডৰ পিছত সোণমে ৰাজাৰ মোবাইল ফোনটো একেটা অস্ত্ৰৰে ধ্বংস কৰিছিল, যাতে তেওঁৰ অৱস্থান চিনাক্ত কৰিব পৰা নাযায়। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, আকাশ নামৰ আন এজন অভিযুক্তই নিজৰ তেজৰ দাগ পৰা কাপোৰবোৰ খাৱৈত পেলাই দিয়ে। ভাড়াতীয়া হত্যাকাৰী বিকিক ২০ হাজাৰ টকা দিয়ে সোণমে। ইয়াৰ পিছত তেওঁ বোৰ্খা পিন্ধি শ্বিলঙৰ পৰা পলায়ন কৰে।

আৰক্ষীয়ে জনোৱা মতে, শ্বিলঙৰ পৰা কেইবাটাও পথ সলনি কৰি সোণম ইন্দোৰ পায়গৈ। তাতেই তেওঁ প্ৰেমিক ৰাজ কুশৱাহাৰ ঘৰত ৩-৪ দিন আছিল। কাৰণ সেই সময়ত ৰাজৰ মাতৃ আৰু ভনীয়েক ঘৰত নাছিল। ৩-৪ দিনৰ মূৰত ৰাজে সোণমক লৈ যায় ইন্দোৰৰ দেৱাছৰ এটা ফ্লেটলৈ।

তাত উপস্থিত হোৱাৰ লগে লগে সোণমে মোবাইলৰ ছিম খুলি ৰাজক দিয়ে। ৰাজে তেওঁৰ বাবে নতুন ছিম কাৰ্ডৰ ব্যৱস্থা কৰি দিয়ে। সোণমক লৈ যোৱা ইন্দোৰৰ ফ্লেটটো আন এজন অভিযুক্ত বিকিৰ। তেওঁ বাহিৰলৈ ওলাই গ’লে ফ্লেটটোত তলা মাৰি থৈছিল যাতে কোনেও গম নাপায় যে ভিতৰত কোনোবা আছে।

উল্লেখ্য যে সোণম, ৰাজ, বিশাল, আকাশ আৰু আনন্দ এই পাঁচজন অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে আদালতত ৭৯০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে। আৰক্ষী সূত্ৰই জনোৱা মতে, আন তিনিজন অভিযুক্ত ছিলাম জেমছ, লোকেন্দ্ৰ টোমাৰ আৰু বলবীৰ আহিৰৱাৰৰ বিৰুদ্ধে অভিযোগনামা প্ৰস্তুত কৰি দাখিল কৰাৰ প্ৰস্তুতি চলি আছে।

উল্লেখ্য, যোৱা মে’ মাহত ৰাজৰ পত্নী সোণমৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হৈছিল। অভিযোগ অনুসৰি, সোণম আৰু তেওঁৰ প্ৰেমিকে ৰাজক হত্যা কৰিবলৈ ভাড়াতীয়া হত্যাকাৰী নিয়োগ কৰিছিল। ইয়াৰ পিছতে তেওঁৰ মৃতদেহ এটা খাৱৈত পেলাই দিয়ে।

Tags: কৰিবলৈ গছৰ পাতেৰে অস্ত্ৰ মচিছিল সোণম ৰঘুবংশীয়েমেঘালয় হত্যাকাণ্ডত প্ৰমাণ ধ্বংস
Share4Tweet3Send

Related Posts

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১
NORTHEAST

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

by News Desk
June 8, 2026
50
Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত
NORTHEAST

Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত

by News Desk
June 5, 2026
50
Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

by Staff Reporter
June 4, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
NORTHEAST

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

by Staff Reporter
May 28, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
ADVERTISEMENT
Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন
National-International

Rajya Sabha Election : উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মীনাক্ষী নটৰাজনৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে আবেদন

June 12, 2026
50
TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে
National-International

TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে

June 12, 2026
50
Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান
National-International

Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

June 12, 2026
50
Indian vassel attacked : ভাৰতীয় নৌসেনাৰ জাহাজত আক্ৰমণ, আমেৰিকাৰ কূটনীতিবিদক পুনৰ তলৱ দিল্লীৰ
National-International

Indian vassel attacked : ভাৰতীয় নৌসেনাৰ জাহাজত আক্ৰমণ, আমেৰিকাৰ কূটনীতিবিদক পুনৰ তলৱ দিল্লীৰ

June 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

Rajya Sabha Election : উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মীনাক্ষী নটৰাজনৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে আবেদন

June 12, 2026
TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে

TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে

June 12, 2026
Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

June 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx