ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

দেশে-বিদেশে অসমীয়া চলচ্চিত্ৰ “ঝংকাৰৰ” ৰ জয়যাত্ৰা:

অজন্তা তালুকদাৰ, বোকাখাত

Staff Reporter by Staff Reporter
October 4, 2025
Reading Time: 1 min read
A A
0
দেশে-বিদেশে অসমীয়া চলচ্চিত্ৰ “ঝংকাৰৰ” ৰ জয়যাত্ৰা:

RELATED POSTS

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

New Logo Smal 1 | ASSAM TIMES POST

ড° জয়ন্তী চুতীয়াৰ কাহিনী আৰু প্ৰযোজনাৰে হেম চন্দ্ৰ বৰা পৰিচালিত অসমীয়া কাহিনী চিত্ৰ “ঝংকাৰ -the melody of resonance ” এ সম্প্ৰতি দেশে বিদেশে অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব প্ৰমান কৰি সন্মান বুটলিবলৈ সক্ষম হৈছে।

ঝংকাৰ
দেশে-বিদেশে অসমীয়া চলচ্চিত্ৰ “ঝংকাৰৰ” ৰ জয়যাত্ৰা:

আমালৈ অহা শেহতীয়া খবৰ মতে “ঝংকাৰ”-এ মুম্বাই আন্তৰ্জাতিক চলচ্চিত্ৰ পুৰস্কাৰ ২০২৫ ত হেম চন্দ্ৰ বৰালৈ বৰ্ষটোৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা, ড° জয়ন্তী চুতীয়ালৈ আগবঢ়াইছে বৰ্ষটোৰ শ্ৰেষ্ঠ কাহিনীকাৰ বঁটা।

আনহাতে ভাৰত উত্তৰ-পূৰ্বাঞ্চল আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত হেম চন্দ্ৰ বৰাক ২য় শ্ৰেষ্ঠ পৰিচালক, অনিন্দিতা ৰূদ্ৰজক শ্ৰেষ্ঠা অভিনেত্ৰী বঁটাৰে সন্মানিত কৰিছে। ইয়াৰ পূৰ্বেও “ঝংকাৰ”-এ বাৰ্লিন কিটজ্ মহোৎসৱত ক্ৰমে শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ সঙ্গীত আৰু পৰিয়াল আৰু শিশুৰ বন্ধুত্তপূৰ্ণ চলচ্চিত্ৰ শিতানত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ চাৰিটাকৈ বঁটা লাভ কৰিছিল।

কলকতাৰ নন্দনত অনুষ্ঠিত “দশম দূৰ্গাপুৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ”ত সদানন্দ গগৈলৈ শ্ৰেষ্ঠ সঙ্গীত পৰিচালকৰ বটা আৰু ঝংকাৰলৈ Remarkeble Artistic Achievement শিতানত জুৰিৰ বিশেষ বঁটাৰে সন্মানিত কৰিছিল। ১৬ সংখ্যক জয়পুৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ কাহিনী শিতানত জুৰিৰ বিশেষ বঁটাৰে কাহিনীকাৰ ড° জয়ন্তী চুতীয়াক সন্মানিত কৰিছিল ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: "ঝংকাৰৰ" ৰ জয়যাত্ৰা:দেশে-বিদেশে অসমীয়া চলচ্চিত্ৰ
Share6Tweet4Send

Related Posts

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ
Assam

Assam police : অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, ধুবুৰীত ২০টা গৰুসহ ৩ জনক গ্ৰেপ্তাৰ

by News Desk
August 25, 2026
54
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

by News Desk
August 25, 2026
54
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

by News Desk
August 24, 2026
52
Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ
Assam

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

by News Desk
August 24, 2026
53
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

by News Desk
August 17, 2026
50
Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা
Assam

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

by News Desk
August 14, 2026
51
ADVERTISEMENT
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
50
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026
50
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
50
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া
National-International

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

August 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d