ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Vijaya Dashami I মূৰ্তি বিসৰ্জনৰ সময়ত পানীত বাগৰিল ট্ৰেক্টৰ, পৃথক দুৰ্ঘটনাত নিহত কমেও ১২

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
October 3, 2025
Reading Time: 1 min read
A A
0
Vijaya Dashami I মূৰ্তি বিসৰ্জনৰ সময়ত পানীত বাগৰিল ট্ৰেক্টৰ, পৃথক দুৰ্ঘটনাত নিহত কমেও ১২

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

দশমীৰ (Vijaya Dashami) দিনা মূৰ্তি বিসৰ্জনৰ  সময়ত সংঘটিত দুৰ্ঘটনাত ট্ৰেক্টৰ-ট্ৰলী এখন পুখুৰীত বাগৰি পৰে। তাত মূৰ্তি বিসৰ্জন দিবলৈ অহা কেইবাজনো লোক আছিল। এই দুৰ্ঘটনাত ১০ জন লোকৰ মৃত্যু হয়।

Vijaya Dashami I
মূৰ্তি বিসৰ্জনৰ সময়ত পানীত বাগৰিল ট্ৰেক্টৰ, পৃথক দুৰ্ঘটনাত নিহত কমেও ১২:

এতিয়াও সন্ধানহীন হৈ আছে কেইবাজনো। মৃতকৰ অধিকাংশই শিশু।
বৃহস্পতিবাৰে মধ্যপ্ৰদেশৰ খাণ্ডোৱা জিলাৰ পান্ধনা অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, একেখন জিলাৰ দুখন গাঁৱৰ বাসিন্দাৰ এটা অংশই স্থানীয় পুখুৰীত দুৰ্গা মূৰ্তি বিসৰ্জন দিবলৈ গৈছিল।

ট্ৰেক্টৰ-ট্ৰলীত লৈ যোৱা হৈছিল মূৰ্তিটো। লগত আছিল বহু গাঁওবাসী। আনহাতে, ট্ৰেক্টৰ-ট্ৰলীখনত কমেও ২০-২৫জন লোক আছিল। বিসৰ্জনৰ পথত চালকে এটা পুখুৰীৰ এটা কালভাৰ্টত ট্ৰেক্টৰখন ৰখায়। কিন্তু ট্ৰেক্টৰ-ট্ৰলীখনে বোজা সহ্য কৰিব নোৱাৰি হঠাতে পুখুৰীত বাগৰি পৰে।

ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে প্ৰথমে উদ্ধাৰৰ কাম আৰম্ভ কৰে। আৰক্ষীকো খবৰ দিয়া হয়। আৰক্ষীৰ সূত্ৰ মতে, এই পৰ্যন্ত ১০ জন লোকৰ পানীত ডুব যোৱাৰ ফলত মৃত্যু হৈছে। আৰক্ষী বিষয়াসকলে আশংকা কৰিছে যে এতিয়াও কিছু লোক ট্ৰেক্টৰ-ট্ৰলীত আবদ্ধ হৈ আছে।

ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে। আনহাতে, উজ্জয়িনী জিলাৰ ইংগোৰিয়া থানা এলেকাত অনুৰূপ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে, চাম্বাল নদীত মূৰ্তি কঢ়িয়াই নিয়া ট্ৰেক্টৰ-ট্ৰলীখন বাগৰি পৰাত দুজন লোকৰ মৃত্যু হয়।

আন কেইবাজনো আহত হয়। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে এই দুটা ঘটনাক লৈ শোক প্ৰকাশ কৰে। তেওঁ নিজৰ এক্স হেণ্ডেলত সংঘটিত হোৱা দুটা দুৰ্ঘটনাৰ কথা উল্লেখ কৰি মৃতকৰ পৰিয়াললৈ চাৰি লাখ টকাকৈ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰে।

Tags: পৃথক দুৰ্ঘটনাত নিহত কমেও ১২বাগৰিল ট্ৰেক্টৰমূৰ্তি বিসৰ্জনৰ সময়ত পানীত
Share4Tweet3Send

Related Posts

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল
National-International

by News Desk
June 15, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

by News Desk
June 15, 2026
50
Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি
National-International

Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

by News Desk
June 15, 2026
50
Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন

Under 16 Social Media Ban : ‎বিশ্বৰ চতুৰ্থ দেশ : ব্ৰিটেইনত ১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীয়ে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিব নোৱাৰিব

Delhi fire I দিল্লীৰ বহুমহলীয়া অট্টালিকাত অগ্নিসংযোগ কৰিছিল কিশোৰীয়ে, কিন্তু কিয়?

by Staff Reporter
June 15, 2026
50
ADVERTISEMENT
TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল
National-International

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

June 15, 2026
50
Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি
National-International

Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

June 15, 2026
50
Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন
National-International

Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন

June 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

June 15, 2026
Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

June 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT