ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

HAL । বায়ুসেনাই অতি সোনকালে লাভ কৰিব দুখন যুদ্ধ বিমান, অক্টোবৰ মাহত আৰু ৯৭খন ক্ৰয় কৰাৰ চুক্তি

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
September 17, 2025
Reading Time: 1 min read
A A
0
HAL । বায়ুসেনাই অতি সোনকালে লাভ কৰিব দুখন যুদ্ধ বিমান, অক্টোবৰ মাহত আৰু ৯৭খন ক্ৰয় কৰাৰ চুক্তি

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

চৰকাৰী প্ৰতিৰক্ষা নিৰ্মাণ সংস্থা‌ হিন্দুস্তান এৰ’নটিক্স লিমিটেডে ভাৰতীয় বায়ুসেনাৰ বাবে আৰু ৯৭খন তেজছ মাৰ্ক-১এ যুদ্ধ (Tejas MK2) বিমান নিৰ্মাণ কৰিব। অক্টোবৰ মাহত এইচ এ এলৰ সৈতে এই চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে কেন্দ্ৰৰ।

HAL ।
বায়ুসেনাই অতি সোনকালে লাভ কৰিব দুখন যুদ্ধ বিমান:

বৰ্তমান বায়ুসেনাই প্ৰথম বেটচৰ ৮৩ খন তেজছৰ ভিতৰত দুখন তেজছ লাভ কৰাৰ সম্ভাৱনা আছে। ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে এইকেইখন আহি পোৱাৰ সম্ভাৱনা আছে।

এইচ এ এলৰ মুৰব্বী ডি কে সুনিলে কয় যে ২০২৫ চনৰ অক্টোবৰ মাহত কেন্দ্ৰৰ সৈতে তেজছৰ বাবে নতুন চুক্তি স্বাক্ষৰিত হ’ব পাৰে। ইতিমধ্যে অৰ্ডাৰ দিয়া ৮৩ খন তেজৰ ভিতৰত প্ৰথম দুখন তেজছ বায়ুসেনাই ইতিমধ্যে লাভ কৰিব।

অপেক্ষাৰ অন্তত অৱশেষত আহি আছে বহু প্ৰত্যাশিত মুহূৰ্তটো। চুক্তি অনুসৰি, ২০২৩ চনৰ শেষৰ পৰা পৰ্যায়ক্ৰমে যুদ্ধ বিমানসমূহ বায়ুসেনাক গতাই দিয়াৰ কথা আছিল। কিন্তু সেই সময়সীমাৰ প্ৰায় দুবছৰৰ পাছত অৱশেষত নিৰ্মাতা কোম্পানীটোৱে মাত্ৰ দুখন তেজহে ডেলিভাৰী কৰিবলৈ ওলাইছে।

এইচ এ এলে পূৰ্বে জনাইছিল যে ১০খন যুঁজাৰু বিমানৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। শীঘ্ৰে পৰ্যায়ক্ৰমে যোগান ধৰাৰ ব্যৱস্থা কৰা হ’ব। জানিব পৰা মতে, আৰু ৯৭খন নতুন তেজছ ক্ৰয়ৰ বাবে চুক্তিৰ নথি প্ৰস্তুতৰ কাম চলি আছে।

ইয়াৰ উপৰি এইচ এ এলে আমেৰিকাৰ কোম্পানী জি ই এৰ’স্পেচৰ পৰা প্ৰায় ৮৩০০ কোটি টকাত মুঠ ১১৩টা এফ৪০৪ ইঞ্জিন ক্ৰয় কৰাৰ চুক্তিও স্বাক্ষৰ কৰিছে।
তেজছ হৈছে একক ইঞ্জিনযুক্ত, বহু ভূমিকাৰ বাবে থলুৱাভাৱে নিৰ্মিত যুদ্ধ বিমান।

বৰ্তমান ইয়াৰ শেহতীয়া সংস্কৰণ তেজছ মাৰ্ক-১এ নাছিকত থকা এইচ এ এল কাৰখানাত নিৰ্মাণ কৰা হৈছে। এই যুদ্ধ বিমানখন তেজছ মাৰ্ক-১ৰ উন্নত সংস্কৰণ। এই যুদ্ধ বিমানখনে আকাশৰ পৰা আকাশলৈ আৰু আকাশৰ পৰা স্থললৈ দুয়োটা আক্ৰমণ কৰিবলৈ সক্ষম। ফলত এই বিমানখন মিগ-২১ৰ দৰে পুৰণি যুঁজাৰু বিমানৰ ঠাইত ব্যৱহাৰ কৰিব পৰা যায়।

২০২৩ চনৰ অক্টোবৰ মাহত তেজছ মাৰ্ক-১ যুদ্ধ বিমানখনৰ নতুন দুখন আসনৰ প্ৰশিক্ষণ সংস্কৰণ আনুষ্ঠানিকভাৱে বায়ুসেনাক গতাই দিয়া হয়। কিন্তু প্ৰাৰম্ভিক ক্ৰমত থকা ৪০খন যুদ্ধ বিমানৰ আটাইকেইখনেই লাভ কৰা হোৱা নাই। পিছত এইচ এ এলক ৮৩ খন তেজছ ক্ৰয় কৰাৰ অৰ্ডাৰ দিয়া হয়।

Tags: অক্টোবৰ মাহত আৰুকৰিব দুখন যুদ্ধ বিমানবায়ুসেনাই অতি সোনকালে লাভ৯৭খন ক্ৰয় কৰাৰ চুক্তি
Share4Tweet3Send

Related Posts

West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি
National-International

West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি

by Staff Reporter
May 5, 2026
50
Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ
National-International

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

by News Desk
May 4, 2026
50
BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়
National-International

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

by News Desk
May 4, 2026
50
Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান
National-International

Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান

by News Desk
May 4, 2026
50
‎TVK win : তামিলনাডুত অটো চালকে হেৰুৱালে দুই প্ৰভাৱশালী ব্যক্তিক
National-International

‎TVK win : তামিলনাডুত অটো চালকে হেৰুৱালে দুই প্ৰভাৱশালী ব্যক্তিক

by News Desk
May 4, 2026
50
Maharashtra Day : ‎মহাৰাষ্ট্ৰত ২০২৬ৰ শ্ৰেষ্ঠ ঘোষকৰ সন্মান বুটলিলে যোৰহাটৰ শুভাশ্ৰী বৰঠাকুৰে
National-International

Maharashtra Day : ‎মহাৰাষ্ট্ৰত ২০২৬ৰ শ্ৰেষ্ঠ ঘোষকৰ সন্মান বুটলিলে যোৰহাটৰ শুভাশ্ৰী বৰঠাকুৰে

by News Desk
May 4, 2026
50
ADVERTISEMENT
West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি
National-International

West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি

May 5, 2026
50
Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ
National-International

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

May 4, 2026
50
BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়
National-International

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

May 4, 2026
50
Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান
National-International

Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান

May 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি

West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি

May 5, 2026
Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

May 4, 2026
BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

May 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx