ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Meghalaya Street Dogs I মেঘালয়ৰ পথৰ কুকুৰ অতি বিপজ্জনক, উচ্চতম ন্যায়ালয়ক হস্তক্ষেপ নকৰিবলৈ আহ্বান উচ্চ ন্যায়ালয়ৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
September 1, 2025
Reading Time: 1 min read
A A
0
Two year old rabies-infected girl bites 40 people before dying in UP I কুকুৰে কামোৰা শিশুৱে ৪০ জন লোকক কামুৰি মৃত্যুমুখত পৰে, উত্তৰ প্ৰদেশত হাহাকাৰ অৱস্থা

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

মেঘালয়ত থকা পথৰ কুকুৰ অত্যন্ত বিপজ্জনক (Meghalaya Street Dogs)। ই জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে। অঘৰী কুকুৰৰ সৈতে জড়িত পি আই এলত উচ্চতম ন্যায়ালয়ক উচ্চ ন্যায়ালয়ৰ পৰা গোচৰটো হস্তান্তৰ নকৰিবলৈ উচ্চ ন্যায়ালয়ে অনুৰোধ জনাইছে। মেঘালয় উচ্চ ন্যায়ালয়ৰ যুক্তি, কুকুৰৰ আক্ৰমণাত্মক স্বভাৱৰ বাবেই সমস্যাটো পৃথক।

Meghalaya Street Dogs I
উচ্চতম ন্যায়ালয়ক হস্তক্ষেপ নকৰিবলৈ আহ্বান উচ্চ ন্যায়ালয়ৰ:

দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা বাটৰ কুকুৰৰ সৈতে জড়িত কেইবাখনো পি আই এলৰ দায়িত্ব লোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। এই পৰিপ্ৰেক্ষিতত মেঘালয় উচ্চ ন্যায়ালয়ৰ আবেদন যথেষ্ট তাৎপৰ্যপূৰ্ণ। মেঘালয়ৰ পথৰ কুকুৰৰ সমস্যাৰ বিষয়টো দেশৰ আন প্ৰান্তৰ তুলনাত সম্পূৰ্ণ পৃথক বুলি উল্লেখ কৰিছে।

৩০ আগষ্টত মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আই পি মুখাৰ্জী আৰু ন্যায়াধীশ ডব্লিউ ডিয়েংডোৰ বিভাগীয় বিচাৰপীঠে তেওঁলোকৰ নিৰ্দেশত কয়, “যদিও আন উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত পথৰ কুকুৰৰ গোচৰত বহু সাদৃশ্য থাকিব পাৰে, আমি অনুভৱ কৰোঁ যে এই ৰাজ্যত এই কুকুৰৰ আক্ৰমণত এক অদ্ভুত স্বকীয়তা আছে বুলি আঙুলিয়াই দিয়াটো আমাৰ কৰ্তব্য। ইয়াত ৰাস্তাত, ৰাজহুৱা স্থানত হঠাতে মানুহক আক্ৰমণ কৰি বহু ক্ষেত্ৰত গুৰুতৰভাৱে আঘাত হানিছে।”

আদেশত কোৱা হৈছে, “এই পৰিস্থিতিত আমি মহাপঞ্জীয়কক আনুষ্ঠানিকভাৱে উচ্চতম ন্যায়ালয়ত আবেদন কৰিবলৈ নিৰ্দেশ দিছো যাতে এই গোচৰটো মেঘালয় উচ্চ ন্যায়ালয়তে ৰখা হওক। আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে এনে ব্যক্তিগত জনস্বাৰ্থৰ গোচৰ এই আদালততে থাকিব লাগে।”

Tags: উচ্চতম ন্যায়ালয়ক হস্তক্ষেপ নকৰিবলৈ আহ্বান উচ্চ ন্যায়ালয়ৰমেঘালয়ৰ পথৰ কুকুৰ অতি বিপজ্জনক
Share4Tweet3Send

Related Posts

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
NORTHEAST

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

by Staff Reporter
May 28, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য
NORTHEAST

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

by News Desk
May 19, 2026
50
Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩
NORTHEAST

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

by Staff Reporter
May 7, 2026
50
Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎
NORTHEAST

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

by News Desk
April 24, 2026
50
ADVERTISEMENT
‎Hotel illegally expanded : অনুমতি আছিল ছটা নিৰ্মাণৰ, নিৰ্মাণ কৰিলে ২৫টা, যাতায়াতৰ পথ এটাই : অগ্নিকাণ্ডত ২১জনৰ মৃত্যুৰ পাছত দৃষ্টিলৈ দিল্লীৰ হোটেল
National-International

‎Hotel illegally expanded : অনুমতি আছিল ছটা নিৰ্মাণৰ, নিৰ্মাণ কৰিলে ২৫টা, যাতায়াতৰ পথ এটাই : অগ্নিকাণ্ডত ২১জনৰ মৃত্যুৰ পাছত দৃষ্টিলৈ দিল্লীৰ হোটেল

June 3, 2026
50
IIT Entrance : সকলো অভিলেখ ভংগ : প্ৰথমবাৰ ১০ হাজাৰোধিক ছাত্ৰী উত্তীর্ণ আইআইটিত নামভৰ্তিৰ পৰীক্ষা জয়েণ্ট এণ্ট্ৰেন্স এডভান্সডত
National-International

IIT Entrance : সকলো অভিলেখ ভংগ : প্ৰথমবাৰ ১০ হাজাৰোধিক ছাত্ৰী উত্তীর্ণ আইআইটিত নামভৰ্তিৰ পৰীক্ষা জয়েণ্ট এণ্ট্ৰেন্স এডভান্সডত

June 3, 2026
50
US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ
Economy

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

June 3, 2026
50
K Annamalai : দ্ৰাবিড় ভূমিত বিজেপি ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন : তামিলনাডুত বিজেপিৰ পোষ্টাৰ বয়ৰ পদত্যাগ
National-International

K Annamalai : দ্ৰাবিড় ভূমিত বিজেপি ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন : তামিলনাডুত বিজেপিৰ পোষ্টাৰ বয়ৰ পদত্যাগ

June 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎Hotel illegally expanded : অনুমতি আছিল ছটা নিৰ্মাণৰ, নিৰ্মাণ কৰিলে ২৫টা, যাতায়াতৰ পথ এটাই : অগ্নিকাণ্ডত ২১জনৰ মৃত্যুৰ পাছত দৃষ্টিলৈ দিল্লীৰ হোটেল

‎Hotel illegally expanded : অনুমতি আছিল ছটা নিৰ্মাণৰ, নিৰ্মাণ কৰিলে ২৫টা, যাতায়াতৰ পথ এটাই : অগ্নিকাণ্ডত ২১জনৰ মৃত্যুৰ পাছত দৃষ্টিলৈ দিল্লীৰ হোটেল

June 3, 2026
IIT Entrance : সকলো অভিলেখ ভংগ : প্ৰথমবাৰ ১০ হাজাৰোধিক ছাত্ৰী উত্তীর্ণ আইআইটিত নামভৰ্তিৰ পৰীক্ষা জয়েণ্ট এণ্ট্ৰেন্স এডভান্সডত

IIT Entrance : সকলো অভিলেখ ভংগ : প্ৰথমবাৰ ১০ হাজাৰোধিক ছাত্ৰী উত্তীর্ণ আইআইটিত নামভৰ্তিৰ পৰীক্ষা জয়েণ্ট এণ্ট্ৰেন্স এডভান্সডত

June 3, 2026
US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

June 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx