ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Teacher Student controversy I কলেজৰ লেবৰেটৰীত ছাত্ৰীৰ সৈতে অধ্যাপকৰ অন্তৰংগ মুহূৰ্ত, ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে তীব্ৰ চাঞ্চল্য

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 26, 2025
Reading Time: 1 min read
A A
0
Teacher Student controversy I কলেজৰ লেবৰেটৰীত ছাত্ৰীৰ সৈতে অধ্যাপকৰ অন্তৰংগ মুহূৰ্ত, ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে তীব্ৰ চাঞ্চল্য

Oplus_0

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

শেহতীয়াকৈ ত্ৰিপুৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা (Tripura Viral Video)। এই ঘটনা সংঘটিত হৈছে ত্ৰিপুৰাৰ ধলাই জিলাত। জানিব পৰা মতে, কামালপুৰ চৰকাৰী ডিগ্ৰী মহাবিদ্যালয়ৰ এগৰাকী সহকাৰী অধ্যাপকক সাময়িকভাৱে নিলম্বন কৰা হৈছে। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে অধ্যাপকগৰাকীৰ এটা ভিডিঅ’।
Teacher Student controversy I
কলেজৰ লেবৰেটৰীত ছাত্ৰীৰ সৈতে অধ্যাপকৰ অন্তৰংগ মুহূৰ্ত:

ভিডিঅ’টো ছ’চিয়েল মিডিয়াত পোষ্ট হোৱাৰ লগে লগে ভাইৰেল হৈ পৰে। এই ভাইৰেল ভিডিঅ’টোত অভিযুক্ত অধ্যাপকগৰাকীয়ে কলেজৰ পৰীক্ষাগাৰৰ ভিতৰত এগৰাকী ছাত্ৰীৰ সৈতে অন্তৰংগ সম্পৰ্ক স্থাপন কৰা দেখা গৈছে। এই ঘটনাক লৈ ত্ৰিপুৰাৰ জনসাধাৰণৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, এই ঘটনাৰ পিছত সমগ্ৰ ৰাজ্যতে ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে। প্ৰাথমিক তথ্য অনুসৰি, এই ঘটনা পোহৰলৈ অহাৰ পিছতে মহাবিদ্যালয় কৰ্তৃপক্ষই বিষয়টোৰ আভ্যন্তৰীণ তদন্ত আৰম্ভ কৰিছে।

অভিযুক্ত অধ্যাপকজনৰ নাম ডাঃ শান্তনু মজুমদাৰ। তেওঁ ত্ৰিপুৰাৰ বাসিন্দা। কামালপুৰ চৰকাৰী ডিগ্ৰী মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ শিক্ষক তেওঁ। খবৰ অনুসৰি, ভিডিঅ’টোত অধ্যাপকগৰাকীয়ে নিজৰ কলেজৰ লেবৰেটৰীৰ ভিতৰত এগৰাকী ছাত্ৰীৰ সৈতে অন্তৰংগ সম্পৰ্কত থকা দেখা গৈছে।

কৰ্তৃপক্ষই কয় যে কলেজ চৌহদত এনে আচৰণ অত্যন্ত অশালীন আৰু নৈতিকতাৰ বিৰোধী। সূত্ৰটোৱে লগতে জনোৱা মতে, ত্ৰিপুৰাৰ শিক্ষা বিভাগে জাৰি কৰা চৰকাৰী আদেশত কোৱা হৈছে যে অধ্যাপকগৰাকীয়ে নিজেই স্বীকাৰ কৰিছে যে এনে আচৰণ কৰাটো ‘অতি ভুল’।

শিক্ষা বিভাগে কয় যে এনে অশ্লীল আচৰণে মহাবিদ্যালয় চৌহদত শিক্ষানুষ্ঠানৰ পবিত্ৰতা, মৰ্যাদা আৰু অনুশাসনক খৰ্ব কৰিছে। একে সময়তে ই শিক্ষক বৃত্তিকো দুৰ্নীতিগ্ৰস্ত কৰিছে।
সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, এই নিৰ্দেশ জাৰি কৰিছে উচ্চ শিক্ষা বিভাগৰ বিশেষ সম্পাদক ৰাভাল এইচ কুমাৰে।

এই আদেশত কোৱা হৈছে যে ভাইৰেল ভিডিঅ’ আৰু মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ অনুশাসন সমিতিৰ প্ৰাৰম্ভিক তদন্তৰ ভিত্তিত ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ভিত্তিত মহাবিদ্যালয়ৰ অধ্যক্ষৰ জৰিয়তে সংশ্লিষ্ট প্ৰতিবেদন বিভাগলৈ প্ৰেৰণ কৰা হয়।

অনুশাসনমূলক ব্যৱস্থা হিচাপে মহাবিদ্যালয়ৰ পৰা সাময়িকভাৱে নিলম্বন কৰা হৈছে ডঃ শান্তনু মজুমদাৰক। নিলম্বনৰ সময়ত তেওঁক দক্ষিণ ত্ৰিপুৰাৰ বেলোনিয়াৰ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ মহাবিদ্যালয়ত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। লগতে জানিব পৰা মতে, তেওঁৰ ওপৰত আন এক নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

শিক্ষা বিভাগৰ পূৰ্বৰ অনুমতি অবিহনে অভিযুক্ত অধ্যাপকজনে বেলোনিয়া এৰি যাব নোৱাৰিব। এই ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শিক্ষকতাৰ দৰে দায়িত্বশীল বৃত্তিত এজন অধ্যাপকৰ এনে আচৰণে সমাজত গভীৰ প্ৰশ্ন উত্থাপন কৰিছে।

Tags: অধ্যাপকৰ অন্তৰংগ মুহূৰ্তকলেজৰ লেবৰেটৰীত ছাত্ৰীৰ সৈতেভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে তীব্ৰ চাঞ্চল্য
Share4Tweet3Send

Related Posts

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
NORTHEAST

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

by Staff Reporter
May 28, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য
NORTHEAST

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

by News Desk
May 19, 2026
50
Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩
NORTHEAST

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

by Staff Reporter
May 7, 2026
50
Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎
NORTHEAST

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

by News Desk
April 24, 2026
50
ADVERTISEMENT
Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ
Sports News

Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ

June 3, 2026
50
‎Hotel illegally expanded : অনুমতি আছিল ছটা নিৰ্মাণৰ, নিৰ্মাণ কৰিলে ২৫টা, যাতায়াতৰ পথ এটাই : অগ্নিকাণ্ডত ২১জনৰ মৃত্যুৰ পাছত দৃষ্টিলৈ দিল্লীৰ হোটেল
National-International

‎Hotel illegally expanded : অনুমতি আছিল ছটা নিৰ্মাণৰ, নিৰ্মাণ কৰিলে ২৫টা, যাতায়াতৰ পথ এটাই : অগ্নিকাণ্ডত ২১জনৰ মৃত্যুৰ পাছত দৃষ্টিলৈ দিল্লীৰ হোটেল

June 3, 2026
50
IIT Entrance : সকলো অভিলেখ ভংগ : প্ৰথমবাৰ ১০ হাজাৰোধিক ছাত্ৰী উত্তীর্ণ আইআইটিত নামভৰ্তিৰ পৰীক্ষা জয়েণ্ট এণ্ট্ৰেন্স এডভান্সডত
National-International

IIT Entrance : সকলো অভিলেখ ভংগ : প্ৰথমবাৰ ১০ হাজাৰোধিক ছাত্ৰী উত্তীর্ণ আইআইটিত নামভৰ্তিৰ পৰীক্ষা জয়েণ্ট এণ্ট্ৰেন্স এডভান্সডত

June 3, 2026
50
US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ
Economy

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

June 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ

Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ

June 3, 2026
‎Hotel illegally expanded : অনুমতি আছিল ছটা নিৰ্মাণৰ, নিৰ্মাণ কৰিলে ২৫টা, যাতায়াতৰ পথ এটাই : অগ্নিকাণ্ডত ২১জনৰ মৃত্যুৰ পাছত দৃষ্টিলৈ দিল্লীৰ হোটেল

‎Hotel illegally expanded : অনুমতি আছিল ছটা নিৰ্মাণৰ, নিৰ্মাণ কৰিলে ২৫টা, যাতায়াতৰ পথ এটাই : অগ্নিকাণ্ডত ২১জনৰ মৃত্যুৰ পাছত দৃষ্টিলৈ দিল্লীৰ হোটেল

June 3, 2026
IIT Entrance : সকলো অভিলেখ ভংগ : প্ৰথমবাৰ ১০ হাজাৰোধিক ছাত্ৰী উত্তীর্ণ আইআইটিত নামভৰ্তিৰ পৰীক্ষা জয়েণ্ট এণ্ট্ৰেন্স এডভান্সডত

IIT Entrance : সকলো অভিলেখ ভংগ : প্ৰথমবাৰ ১০ হাজাৰোধিক ছাত্ৰী উত্তীর্ণ আইআইটিত নামভৰ্তিৰ পৰীক্ষা জয়েণ্ট এণ্ট্ৰেন্স এডভান্সডত

June 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx